যোৰহাট, তিতাবৰ, টীয়ক, মৰিয়নী আৰু দেৰগাঁও সমষ্টিৰ নির্বাচনী প্ৰেক্ষাপট। কোন সমষ্টিত কাৰ কাৰ মাজত হ’ব মূল যুদ্ধ? তয়াময়া ৰণত অৱতীর্ণ হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুর্মী, ৰাণা গোস্বামীৰ দৰে প্ৰতাপী নেতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















