• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

7 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

15 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

16 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

18 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

19 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

20 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

21 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

22 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

editor by editor
August 20, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ৷ দেশৰ ৰাজধানীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ছিভিল লাইনছৰ বাসভৱনত সোমাই তেওঁক মাৰধৰ কৰাৰ অভিযোগ উঠিছে যুৱকৰ বিৰুদ্ধে৷ আহত মুখ্যমন্ত্ৰীক ইতিমধ্যে হাস্পতাললৈ লৈ যোৱা হৈছে৷ বিভিন্ন সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি বুধবাৰে পুৱাই মুখ্যমন্ত্ৰীৰ বাসভৱনত সাপ্তাহিক জনশুনানি চলাৰ সময়তে ঘটনাটো ঘটে৷ বিজেপিৰ দাবী, হঠাৎ এগৰাকী মধ্যবয়সীয়া পুৰুষে ৰেখাৰ বাসভৱনত সোমাই পৰে৷ বাসভৱনক সোমাই এখন কাগজ দিয়াৰ নামত মুখ্যমন্ত্ৰীৰ দিশে আগুৱাই যায়৷ অভিযোগ যে ইয়াৰ পাছতেই সেই যুৱকে চিৎকাৰ কৰি গালিগালাজ আৰম্ভ কৰে৷ ৰেখাৰ চুলি টানি ধৰি তেওঁক এটা চৰো মাৰে যুৱকে৷

এই ঘটনাৰ লগে লগেই সেই ব্যক্তিক আটক কৰিছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে৷ বিভিন্ন সূত্ৰৰ দাবী, অভিযুক্ত যুৱকৰ কাষত আদালত সম্পৰ্কিত কিছু নথি পোৱা গৈছে৷ তেওঁক ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনতো লগে লগেই অতিৰিক্তভাৱে আৰক্ষীও মোতায়েন কৰা হৈছে৷

প্ৰকৃততে ঘটনাটো কেনেকৈ ঘটিল সেই বিষয়ক লৈ এতিয়াও স্পষ্ট কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই৷ ঘটনাৰ সময়ত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত থকা এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ সন্মুখত জনাইছে যে ৰেখা গুপ্তাক আক্ৰমণ কৰাটো সত্য৷

ইতিমধ্যে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়েও৷ আপ নেত্ৰী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই কয়, মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণ অত্যন্ত নিন্দনীয়৷ গণতন্ত্ৰত মতবিৰোধ আৰু প্ৰতিবাদ থাকে কিন্তু এইদৰে হিংসাত্মক কাৰ্যকলাপ কেতিয়াও গ্ৰহণযোগ্য নহয়৷ আশা কৰো দিল্লী আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ গ্ৰহণ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন