• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

1 year ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

1 hour ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

1 hour ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

2 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

3 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

5 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

5 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

6 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

6 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

7 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

7 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

8 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

editor by editor
August 20, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ৷ দেশৰ ৰাজধানীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ছিভিল লাইনছৰ বাসভৱনত সোমাই তেওঁক মাৰধৰ কৰাৰ অভিযোগ উঠিছে যুৱকৰ বিৰুদ্ধে৷ আহত মুখ্যমন্ত্ৰীক ইতিমধ্যে হাস্পতাললৈ লৈ যোৱা হৈছে৷ বিভিন্ন সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি বুধবাৰে পুৱাই মুখ্যমন্ত্ৰীৰ বাসভৱনত সাপ্তাহিক জনশুনানি চলাৰ সময়তে ঘটনাটো ঘটে৷ বিজেপিৰ দাবী, হঠাৎ এগৰাকী মধ্যবয়সীয়া পুৰুষে ৰেখাৰ বাসভৱনত সোমাই পৰে৷ বাসভৱনক সোমাই এখন কাগজ দিয়াৰ নামত মুখ্যমন্ত্ৰীৰ দিশে আগুৱাই যায়৷ অভিযোগ যে ইয়াৰ পাছতেই সেই যুৱকে চিৎকাৰ কৰি গালিগালাজ আৰম্ভ কৰে৷ ৰেখাৰ চুলি টানি ধৰি তেওঁক এটা চৰো মাৰে যুৱকে৷

এই ঘটনাৰ লগে লগেই সেই ব্যক্তিক আটক কৰিছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে৷ বিভিন্ন সূত্ৰৰ দাবী, অভিযুক্ত যুৱকৰ কাষত আদালত সম্পৰ্কিত কিছু নথি পোৱা গৈছে৷ তেওঁক ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনতো লগে লগেই অতিৰিক্তভাৱে আৰক্ষীও মোতায়েন কৰা হৈছে৷

প্ৰকৃততে ঘটনাটো কেনেকৈ ঘটিল সেই বিষয়ক লৈ এতিয়াও স্পষ্ট কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই৷ ঘটনাৰ সময়ত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত থকা এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ সন্মুখত জনাইছে যে ৰেখা গুপ্তাক আক্ৰমণ কৰাটো সত্য৷

ইতিমধ্যে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়েও৷ আপ নেত্ৰী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই কয়, মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণ অত্যন্ত নিন্দনীয়৷ গণতন্ত্ৰত মতবিৰোধ আৰু প্ৰতিবাদ থাকে কিন্তু এইদৰে হিংসাত্মক কাৰ্যকলাপ কেতিয়াও গ্ৰহণযোগ্য নহয়৷ আশা কৰো দিল্লী আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ গ্ৰহণ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
জীৱনশৈলী

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

October 24, 2026
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা
বিশ্ব

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

October 24, 2026
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?
জীৱনশৈলী

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

October 24, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

October 24, 2026
Next Post
৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.