• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

2 months ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

4 minutes ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

37 minutes ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

3 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

3 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

4 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

4 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

5 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

5 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

6 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

পেঞ্চন আৰু DA ৰ নতুন আপডেট।

editor by editor
July 22, 2026
in বাণিজ্য, বিবিধ, লেখা
0
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?
0
SHARES
675
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে আৰম্ভ কৰিছে EPS-95 ৰ পৰিৱৰ্তে কৰ্মচাৰী পেঞ্চন আঁচনি EPS-2026। ইয়াৰ মাজতে কৰ্মচাৰীৰ নূন্যতম পেঞ্চন বৃদ্ধিৰ বিষয়টোক লৈ আলোচনা আৰম্ভ হৈছে। দীৰ্ঘদিন ধৰি বিভিন্ন কৰ্মচাৰী সংগঠনে মাহিলী নূন্যতম পেঞ্চন ১০০০ টকাৰ পৰা ৭৫০০ টকালৈ বৃদ্ধিৰ দাবী জনাই আহিছে। ইয়াৰ সমান্তৰালকৈ মৌলিক দৰমহাত ডিয়াৰনেছ এলাৱেন্স (ডি এ) যোগ কৰাৰ দাবী উত্থাপন হৈছে।
সংসদত এই দুয়োটা বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজে।

পেঞ্চন বৃদ্ধিৰ দাবীক লৈ কি ক’লে চৰকাৰে?

নূন্যতম পেঞ্চন বৃদ্ধি আৰু মৌলিক দৰমহাত ডি এ সংযোজন কৰাৰ বাবে বিভিন্ন ট্ৰেড ইউনিয়ন, জনপ্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলৰ পৰা চৰকাৰক দাবী লাভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে ইপিএছ-৯৫ (বৰ্তমান ইপিএছ-২০২৬) হৈছে নিৰ্ধাৰিত অৱদান–নিৰ্ধাৰিত সুবিধা আঁচনি। অৰ্থাৎ এই আঁচনিখনত যিমানেই অৱদান থাকিব সিমানেই সুবিধা লাভ কৰিব। ই এক সামাজিক সুৰক্ষা আঁচনি, যি সম্পূৰ্ণৰূপে অৱদানৰ ওপৰত নিৰ্ভৰশীল।

বৰ্তমানৰ পেঞ্চনৰ নিয়ম কি?

  • বৰ্তমানৰ নিয়ম অনুসৰি ইপিএছ-৯৫/ইপিএছ-২০২৬ৰ অধীনত সদস্যসকলৰ বাবে নূন্যতম মাহিলী পেঞ্চন ১০০০ টকা।
  • বৰ্তমান নিয়োগকৰ্তাই কৰ্মচাৰীজনৰ মৌলিক দৰমহাৰ ১২ শতাংশ ইপিএফৰ অৱদানৰ ভিতৰত ৮.৩৩ শতাংশ ইপিএছত বৰঙণি আগবঢ়ায়।
  • তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ অৰিহণা ১.১৬ শতাংশ।
  • ইপিএফঅ’ৰ এই অৱদান সৰ্বোচ্চ ১৫ হাজাৰ টকাৰ দৰমহাৰ ভিত্তিত গণনা কৰা হয়।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৰ্তমান চৰকাৰে নূন্যতম ১০০০ টকা পেঞ্চন প্ৰদানৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে। অৱশ্যে ৭৫০০ টকালৈ বৃদ্ধি কৰাৰ কোনো সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই।

ভৱিষ্যতে পেঞ্চন বৃদ্ধি কৰিব পাৰেনে?

শোভা কৰণ্ডলাজে কয় যে, ইপিএফঅ’ৰ সদস্যসকলৰ পেঞ্চন বৃদ্ধিৰ দাবী চৰকাৰে বিবেচনা কৰি আছে। এই সন্দৰ্ভত আলোচনা চলি আছে। অৱশ্যে পেঞ্চন বৃদ্ধি কৰাৰ পূৰ্বে পেঞ্চন পুঁজিত জমা হোৱা বৰঙণি, ভৱিষ্যতৰ আৰ্থিক দায়বদ্ধতা আৰু পুঁজিৰ ক্ষমতাৰ সকলো দিশ পৰীক্ষা কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। ভৱিষ্যতে যিকোনো সিদ্ধান্ত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি লোৱা হ’ব।

ডি এ বেচিক পেৰ সৈতে সংযুক্ত হ’বনে?

অষ্টম দৰমহা আয়োগ ঘোষণাৰ পিছৰে পৰা কৰ্মচাৰীসকলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে মৌলিক দৰমহাৰ সৈতে ডিয়াৰনেছ এলাৱেন্স (ডি এ) জড়িত হ’বনে? কৰ্মচাৰী সংগঠনসমূহেও দৰমহা আয়োগৰ বৈঠকত এই দাবী উত্থাপন কৰিছে। অৱশ্যে ডি এক বেচিক পে’ৰ সৈতে সংযোগ কৰাৰ সন্দৰ্ভত চৰকাৰে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

বৰ্তমানৰ নিয়ম অনুসৰি দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ সময়ত যদি ডি এ ৫০ শতাংশতকৈ অধিক হয়, তেন্তে ইয়াক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰা বুলি গণ্য কৰা হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে চূড়ান্ত সিদ্ধান্ত লোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

"শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়," ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.