বাৰিষা অহাই নাই… ৰাজ্যজুৰি ব্যাপক গৰাখহনীয়া। আগন্তুক বাৰিষাক লৈ শংকিত ৰাজ্যৰ নৈপৰীয়া জনতা। কি কৰিব, ক’লৈ যাব?