• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষা ৰাহুল গান্ধী! মাত্ৰ ২ মিনিটৰ বিজুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে  নাম পালে ‘পাপ্পু’

ৰক্ষা ৰাহুল গান্ধী! মাত্ৰ ২ মিনিটৰ বিজুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে  নাম পালে ‘পাপ্পু’

4 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

1 hour ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

1 hour ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

2 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

3 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

7 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

7 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

8 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

8 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

9 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

10 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

21 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰক্ষা ৰাহুল গান্ধী! মাত্ৰ ২ মিনিটৰ বিজুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে  নাম পালে ‘পাপ্পু’

editor by editor
January 18, 2022
in অসম, গুৱাহাটী, বিবিধ, ভাৰত, ৰাজনীতি
0
ৰক্ষা ৰাহুল গান্ধী! মাত্ৰ ২ মিনিটৰ বিজুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে  নাম পালে ‘পাপ্পু’
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিম, ট্ৰ’লেৰে থকা-সৰকা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। #TeleprompterPM এতিয়া টুইটাৰৰ ট্ৰেণ্ডিঙত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ৰিয়েল পাপ্পু’ আখ্যা সমালোচকৰ। সোমবাৰে ভিডিঅ’ কনফাৰেন্সযোগে World Economic Forumৰ সন্মিলনত সম্বোধন কৰি থকাৰ মাজতে মোদীৰ টেলিপ্ৰম্পটাৰ বিসংগতিৰ ফলত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে প্ৰধানমন্ত্ৰীৰ উদাত্ত ভাষণ। প্ৰায় ২ মিনিটৰ ব্যৱধানতহে পুনৰ আৰম্ভ হয় মোদীৰ ভাষণ। এই ঘটনাৰ  পাছতে  সমালোচনাৰ সন্মুখীন  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিৰোধী পক্ষ তথা সমালোচকে তীক্ষ্ন সমালোচনাৰে  ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ধৰাশায়ী কৰিছে মোদীক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মোদীক উদ্দেশি  টুইটাৰত কটাক্ষ- ‘টেলিপ্ৰম্পটাৰেও বহন কৰিব নোৱাৰে এনে মিথ্যাচাৰ’। মুঠৰ ওপৰত দুই মিনিটৰ বিজুতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিৰোধীৰ প্ৰায়সংখ্যক নবীন-প্ৰৱীণ নেতাই।  টেলিপ্ৰম্পটাৰ অবিহনে বাকপটু মোদীয়ে ভাষণ প্ৰদান কৰিব নোৱাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। এয়া প্ৰকৃততে টেলিপ্ৰম্পটাৰ বিসংগতি নে প্ৰযুক্তিগত ক্ৰুটি সেইলৈও চৰ্চা দেশজুৰি। উল্লেখ্য, ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে World Economic Forumৰ Davos Agenda Summit 2022। সোমবাৰে State of the World  শীৰ্ষক বিশেষ সম্বোধন আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাতেই ঘটিছিল এই বিজুতি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #teleprompterPMasom live 24assam live 24axom live 24narendra-modiworld economic forum
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
ভাৰতৰ এগৰাকী মহিলা হঠাৎ ভাইৰেল হৈছে  কিয় ভাইৰেল হৈছে মহিলাগৰাকী?

ভাৰতৰ এগৰাকী মহিলা হঠাৎ ভাইৰেল হৈছে কিয় ভাইৰেল হৈছে মহিলাগৰাকী?

কোন এই ভাগ্যৱান? হাতত ৩০০ টকা লৈ আলু-দালি কিনিবলৈ গৈছিল। ঘূৰি আহোতে ১২ কোটি টকা লৈ আহিল

কোন এই ভাগ্যৱান? হাতত ৩০০ টকা লৈ আলু-দালি কিনিবলৈ গৈছিল। ঘূৰি আহোতে ১২ কোটি টকা লৈ আহিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.