• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

5 years ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

33 minutes ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

51 minutes ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

1 hour ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

2 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

2 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

4 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

4 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

5 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

6 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

6 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

8 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

editor by editor
June 30, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিডত মৃত্যু হোৱা দেশৰ প্ৰতিটো পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে এক শুনানিযোগে এই নিৰ্দেশ প্ৰদান কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। নিৰ্দেশনাযোগে এই নীতি নিৰ্ধাৰণৰ বাবে কেন্দ্ৰক ৬ সপ্তাহৰ সময়সীমা বান্ধি দিছে ন্যায়ালয়ে। ইয়াৰোপৰি ক্ষতিপূৰণ হিচাপে প্ৰতিটো পৰিয়ালক কিমান পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰিব তাৰ ৰূপৰেখা তৈয়াৰ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে সেই দায়িত্ব ন্যস্ত কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ হাতত। দুৰ্যোগ প্ৰশমন বিভাগে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব কোনটো পৰিয়ালে কিমান সাহায্য লাভ কৰিব। উল্লেখ্য, পূৰ্বে কোভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ বাবে ৪ টকাৰ ক্ষতিপূৰণৰ দাবীৰে আৱেদন জনাইছিল উচ্চতম ন্যায়ালয়ত। কিন্তু কেন্দ্ৰীয় চৰকাৰে ইমান টকাৰ ক্ষতিপূৰণ দিবলৈ অসমৰ্থ বুলি সদৰী কৰে। কিন্তু ৰাষ্ট্ৰীয় দুৰ্যোগ আইনৰ ধাৰা-১২ অনুসৰি, ক্ষতিপূৰণ হিচাপে মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰ দায়বদ্ধ। গতিকে কেন্দ্ৰীয় চৰকাৰক এক নিৰ্দেশনাযোগে আৰ্থিক সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে দেশৰ শীৰ্ষ আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24supreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
মামা সলনি হ’ল! অপৰাধীৰ ক্ষেত্ৰত ধর্মনিৰপেক্ষ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

মামা সলনি হ’ল! অপৰাধীৰ ক্ষেত্ৰত ধর্মনিৰপেক্ষ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

এটা CCTVৰ ফুটেজ আৰু এগৰাকী যুৱতীৰ মৃতদেহ

এটা CCTVৰ ফুটেজ আৰু এগৰাকী যুৱতীৰ মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.