• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

1 year ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

4 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

4 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

4 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

4 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

5 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

5 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

8 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

9 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

10 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

11 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

editor by editor
September 9, 2025
in জীৱনশৈলী
0
জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ
0
SHARES
993
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথ খানেলৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকৰৰ মৃত্যু৷ গণবিক্ষোভৰ সময়ত তেওঁৰ ঘৰত জুই লগাই দিয়া হয়৷ ভিতৰত আৱদ্ধ হৈ পৰিছিল ৰাজ্যলক্ষ্মী৷ তাৰপিছতেই তেওঁক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা হয়৷ কিন্তু তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগল৷ নেপালৰ স্থানীয় সংবাদমাধ্যমসমূহে এই খবৰ প্ৰকাশ কৰিছে৷

গণবিদ্ৰোহৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিবলৈ বাধ্য হৈছে কে পি শৰ্মা অলিয়ে৷ তেওঁৰ ব্যক্তিগত বাসভৱনতো জুই লগাই দিয়া হৈছে৷ ইয়াৰ পাছতেই এটাৰ পাছত এটাকৈ একাধিক বৰ্তমান আৰু প্ৰাক্তন মন্ত্ৰীৰ ঘৰত জুই লগাই দিছে উত্তেজিত জনতাই৷ দেশৰ বিত্তমন্ত্ৰীকো ৰাস্তাতেই অপমান কৰা হৈছে৷ ৰেহাই পোৱা নাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথ আৰু তেওঁৰ পৰিয়ালেও৷ ৰাজধানী কাঠমাণ্ডুৰ ডাল্লু এলেকাত থকা তেওঁলোকৰ ঘৰতো জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে৷

জুই লগাই দিয়াৰ সময়ত ঘৰত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নী ৰাজ্যলক্ষ্মী৷ কোনো কোনো সূত্ৰৰ দাবী যে তেওঁক ভিতৰত আৱদ্ধ কৰি জুই লগাই দিয়া হৈছে৷ পাছত তেওঁক অৰ্ধজ্বলিত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়৷ তাতেই তেওঁ মৃত্যুক সাবটি লৈছে৷  সামাজিক মাধ্যমতো ৰাজ্যলক্ষ্মীৰ দেহৰ এখন ছবি ভাইৰেল হৈছে৷ সেই ছবিত তেওঁৰ শৰীৰৰ অধিকাংশই অস্পষ্ট৷ এই ছবি কিমান সত্য সেই বিষয়ে স্পষ্ট নহয় অসম লাইভ ২৪য়ো৷ ঝালানাথ নেপালৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য৷ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ নেপালৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল৷ সেই পদত তেওঁ আছিল এই বছৰৰ আগষ্ট মাহ পৰ্যন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.