• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

3 years ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

1 hour ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

2 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

2 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

3 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

3 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

4 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

5 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

6 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

7 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

editor by editor
March 27, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাঁপানী বা এজমাৰ সমস্যা শীতকালতেই বৃদ্ধি পায়৷ এজমাৰ সমস্যা বহুলোকৰেই আছে৷ কেৱল শীতকালতেই এই সমস্যাত ভূগিব তেনে নহয়৷ এজমা থকা ব্যক্তিৰ যিকোনো সময়তে এই ৰোগ বৃদ্ধি পাব পাৰে৷ হাঁপানিত আক্ৰান্ত হোৱা বাবেই বহুতে শৰীৰচৰ্চাও কৰিব নোৱাৰে৷ ব্যায়াম কৰিলে এই ৰোগ বাঢ়ি যাব বুলিয়েই বহুতে শৰীৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকে৷ কিন্তু এই ধাৰণা সম্পূৰ্ণ সঠিক নহয়৷ চিকিৎসকৰ মতে হাঁপানিৰ সমস্যা থাকিলে সকলোধৰণৰ শৰীৰচৰ্চাই বাদ দিব তেনে নহয়৷ বিশেষকেইটামান ব্যায়াম নিয়মিতভাৱে কৰিলে শৰীৰৰ উপকাৰহে হয়৷ শৰীৰচৰ্চা কৰিলে কেৱল হাঁপানি নহয় হাওঁফাওঁৰ সংক্ৰমনৰ আক্ৰমণো কমি যোৱাৰ সম্ভাৱনা থাকে৷

হাঁপানী থাকিলে শৰীৰচৰ্চা কৰিব পাৰিবই৷ কিন্তু কেনেকৈ শৰীৰচৰ্চা কৰিব সেয়াহে গুৰুত্বপূৰ্ণ৷ দৌৰা, বাস্কেটবল খেল, ভাৰোত্তোলন আদি হাঁপানী থকা মানুহে নকৰাটোৱেই ভাল৷ হাঁপানি ৰোগীয়ে কেনেকৈ শৰীৰচৰ্চা কৰিব চিকিৎসকে দিছে বিশেষ উপায়৷ চাইকেল চলোৱা, সাঁতোৰা, যোগাসন কৰা আদি হাঁপানী ৰোগীয়ে কৰিব পাৰে৷ শৰীৰচৰ্চা কৰাৰ সময়ত কোনো উপসৰ্গই দেখা দিলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, বেছি পৰিমানে ঘাম ওলোৱা, কাঁহ, বুকুৰ বিষ আদি হৈ থাকিলে শৰীৰচৰ্চা কৰিব নালাগে৷ সেই সময়ছোৱাত বিশ্ৰাম লোৱাটো অতি জৰুৰী৷ হাঁপানীত আক্ৰান্তসকলে বেছি কাম কৰাৰ পৰা বিৰত থাকিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

July 6, 2026
Next Post
ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়...

‘বিশেষ গলবস্ত্ৰখন বহু বিশিষ্ট লোকেই পিন্ধিছিল কিন্তু টাৰ্গেট মোক কিয় কৰা হ’ল?’ সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দাঙি ধৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে

'বিশেষ গলবস্ত্ৰখন বহু বিশিষ্ট লোকেই পিন্ধিছিল কিন্তু টাৰ্গেট মোক কিয় কৰা হ’ল?’ সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দাঙি ধৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.