• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! বজাৰত উপলব্ধ ভুৱা কোভিশ্বিল্ড ভেকচিন, WHOৰ সতৰ্কবাণী

সাৱধান! বজাৰত উপলব্ধ ভুৱা কোভিশ্বিল্ড ভেকচিন, WHOৰ সতৰ্কবাণী

5 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

39 minutes ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

1 hour ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাৱধান! বজাৰত উপলব্ধ ভুৱা কোভিশ্বিল্ড ভেকচিন, WHOৰ সতৰ্কবাণী

editor by editor
August 18, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, ক'ভিড-১৯, বিশ্ব, ভাৰত
0
সাৱধান! বজাৰত উপলব্ধ ভুৱা কোভিশ্বিল্ড ভেকচিন, WHOৰ সতৰ্কবাণী
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এতিয়াৰেপৰা কোভিড ভেকচিন গ্ৰহণ কৰাৰ সময়ত সাৱধান হওক। সম্প্ৰতি বজাৰত উপলব্ধ হৈছে ভুৱা কোভিড ভেকচিন ‘কোভিশ্বিল্ড’। এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ভাৰত আৰু পূব আফ্ৰিকাৰ ইউগাণ্ডাত। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই তথ্য লাভ কৰে জুলাই আৰু আগষ্ট মাহত। কোভিশ্বিল্ড নিৰ্মাতা কোম্পানী ছিৰাম ইনষ্টিটিউটে নিশ্চিত কৰিছে ভুৱা কোভিশ্বিল্ড সন্দৰ্ভত। প্ৰথমে WHOয়ে এই ভুৱা ভেকচিন চিনাক্ত কৰিছিল আফ্ৰিকাত। পাছত ভাৰততো চিনাক্ত কৰা হয় এই ভুৱা ভেকচিন। ছিৰাম ইনষ্টিটিউটে সদৰী কৰা তথ্য অনুসৰি, 4121Z040 বেটচৰ ম্যাদৰ তাৰিখ ১০.০৮.২০২১ থকা ভেকচিনসমূহ ভুৱা আৰু এই ভুৱা ভেকচিনৰ প্ৰতিটো বটলৰ পৰিমাণ 2ml। কিন্তু ছিৰাম ইনষ্টিটিউটে 2ml অৰ্থাৎ ৪ টা ড’জৰ পৰিমাণৰ ভেকচিন তৈয়াৰ কৰা নাছিল। এইসমূহ ভুৱা ভেকচিন চিনাক্ত কৰি অপসাৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covishieldfake covishield vaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
Next Post
ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী গঠন

ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী গঠন

কোভিড ভেকচিন লৈ কোটিপতি হ’ল এজন যুৱক, স্বাস্থ্য মন্ত্ৰ্যালয়ে দিলে বৃহৎ পৰিমাণৰ ধনৰাশি

কোভিড ভেকচিন লৈ কোটিপতি হ’ল এজন যুৱক, স্বাস্থ্য মন্ত্ৰ্যালয়ে দিলে বৃহৎ পৰিমাণৰ ধনৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.