• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

1 year ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

12 minutes ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

44 minutes ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

1 hour ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

2 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

3 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

4 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

4 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

5 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

5 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

7 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

editor by editor
September 3, 2025
in জীৱনশৈলী
0
৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাচীনকালৰে পৰাই গ্ৰহ নক্ষত্ৰৰ অৱস্থান বিচাৰ কৰি ভাগ্যলিপিৰ ভাল বেয়া সকলো দিশ জনাই জ্যোতিষশাস্ত্ৰই৷ প্ৰচলিত বিশ্বাস অনুসৰি নৱগ্ৰহৰ অৱস্থান ইফাল সিফাল হলেই তাৰ প্ৰভাৱ পৰে মানুহৰ জীৱনত৷ সেই গ্ৰহ নক্ষত্ৰৰ বিচাৰ কৰিয়েই এইবাৰ ভয়ংকৰ ভৱিষ্যৎ বাণী কৰিছে চেলিব্ৰিটি জ্যোতিষী বিনোদ কুমাৰে? কি কৈছে বিনোদ কুমাৰে?

সাম্প্ৰতিক ভৱিষ্যদ্বাণীত বিনোদ কুমাৰে জনাইছে যে আগন্তুক ৭ৰ পৰা ২১ ছেপ্টেম্বৰত প্ৰাকৃতিক বিপৰ্যয় আহিব উত্তৰ ভাৰতত৷ এই পক্ষকালক স্পৰ্শকাতৰ আখ্যা দিছে জ্যোতিষীয়ে৷ তেওঁৰ দাবী, এই সময়ত গ্ৰহৰ অৱস্থান ইমানেই বিচিত্ৰ থাকিব যাৰ ফলত সলনি হব পাৰে পৰিবেশ৷ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত গ্ৰহৰাজ শনিয়ে প্ৰৱেশ কৰিব মীন ৰাশিত৷ মনত ৰাখিব মীন হৈছে পানীৰ ৰাশি৷ আকৌ চন্দ্ৰৰ গোচৰৰ প্ৰভাৱত অতিৰিক্ত বৃষ্টি হোৱাৰো সম্ভাৱনা প্ৰৱল৷ সকলোতকৈ ভয়ৰ বিষয় হৈছে ৰাহু আৰু কেতুৰ অক্ষ৷ এই অক্ষৰ প্ৰভাৱত জলপ্ৰলয়, ডাৱৰ বিস্ফোৰণ, ধুমুহাৰ দৰে প্ৰাকৃতিক বিপৰ্যয় নামিব পাৰে৷ জ্যোতিষীৰ দাবী যে ৭ৰ পৰা ১০ ছেপ্টেম্বৰ সকলোতকৈ ভয়ংকৰ সময়৷ পূৰ্ণিমাক কেন্দ্ৰ কৰি মাৰাত্মক বৃষ্টি হব পাৰে এই সময়ত৷ ইয়াৰোপৰি ১৫ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত ঘটিব পাৰে বৃহৎ কোনো প্ৰাকৃতিক বিপৰ্যয়৷ এই মহাজাগতিক ঘটনাৰ প্ৰভাৱত কি কি ঘটিব পাৰে?

 

  • নদীৰ জলস্তৰ হঠাৎ বাঢ়ি যাব পাৰে৷ বিশেষকৈ গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ আৰু নৰ্মদাৰ জলস্তৰ হঠাৎ বৃদ্ধি পাব পাৰে৷
  •  বানৰ কৱলত পৰিব পাৰে বহু এলেকা৷ চহৰ, গাওঁ নিৰ্বিশেষে বিভিন্ন স্থান বানপৰিস্থিতি ভয়াৱহ হৈ পৰিব পাৰে৷
  • বজ্ৰপাত আৰু অতিবৃষ্টি হব পাৰে বহু এলেকাত৷ ধুমুহাৰো আশংকা আছে৷
  • ভূমিস্খলনৰো আশংকা আছে৷ বিশেষকৈ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, অসম, মেঘালয় আৰু পঞ্জাৱত ভূমিস্খলনৰ ঘটনা ঘটিব পাৰে৷
  •  ৰোগ বাঢ়ি যোৱাৰো আশংকা আছে৷ ডেংগি, মেলেৰিয়া আৰু টাইফয়েডৰ দৰে ৰোগৰো প্ৰাদুৰ্ভাৱে দেখা দিব পাৰে৷
জ্যোতিষীয়ে জনাইছে যে ২৫ অক্টোবৰৰ পাছত ধীৰে ধীৰে কমিব প্ৰাকৃতিক দুৰ্যোগ৷ ক্ৰমশ পৰিষ্কাৰ হব আকাশ৷ অক্টোবৰৰ আৰম্ভণিতে শৰতৰ আগমনত মনোৰম হৈ উঠিব প্ৰকৃতি৷ জ্যোতিষীয়ে কৰা এই ভৱিষ্যদ্বাণী ইতিমধ্যেই ভাইৰেল হৈ পৰিছে নেটমাধ্যমত৷ ইনষ্টাগ্ৰামত এই ভৱিষ্যদ্বাণী লাইক কৰিছে প্ৰায় ৪০ হাজাৰ মানুহে৷ বহুতেই এই ভৱিষ্যদ্বাণীক লৈ জ্যোতিষী বিনোদ কুমাৰক সমালোচনা কৰাও পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

October 23, 2026
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!
জীৱনশৈলী

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

October 23, 2026
Next Post
সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

ভুৱনেশ্বৰী জয়ন্তীত সৌভাগ্য যোগ, উন্নতিৰ জোৱাৰ ৫ৰাশিৰ জীৱনত

ভুৱনেশ্বৰী জয়ন্তীত সৌভাগ্য যোগ, উন্নতিৰ জোৱাৰ ৫ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.