• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

2 years ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

27 minutes ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

1 hour ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

2 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

2 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

3 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

3 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

3 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

4 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

5 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

5 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

6 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

editor by editor
September 16, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

ভাৰতীয় টিলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিনা খান। যি বৰ্তমানে কেঞ্চাৰৰ তৃতীয় ষ্টেজৰ সৈতে যুঁজ দি আছে। এফালে কেমো থেৰাপীৰ ফলত হেৰুৱাছে মূৰৰ চুলি। কিন্তু হিনাই হেৰুওৱা নাই মনৰ শক্তি।

কেমো থেৰাপী লৈ থকাৰ সময়তে সদ্যহতে হিনাক দেখা পোৱা গ’ল কইনাৰ সাজত। ৰঙা লেহেংগা পৰিধান কৰি ৰেম্পত খোজ দিয়া গ’ল অভিনেত্ৰীগৰাকীক। হিনাক তেনেদৰে দেখি বহু অনুৰাগীয়েই মন্তব্য কৰিছে এয়াহে বনৰ ৰজা, হাৰ নমনা ৰজা।

উল্লেখ্য যে, সদ্যহতে অভিনেত্ৰী হিনা খানে সামাজিক মাধ্যমত এক ৰেম্পৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। যি ৰেম্পত মডেল হিচাপে খোজ দিছে হিনা খানে। সেই সময়ৰে ফটোৰ লগতে ভিডিঅ শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

পোষ্টটো শ্বেয়াৰ কৰি হিনাই এক অতিকে হৃদয়স্পৰ্শী কথা লিখিছে- ‘পাপাই সদায় কৈছিল, দেউতাৰ শক্তিশালী ছোৱালী, কেতিয়াও কান্দি থকা কেঁচুৱা নহবা, যিয়ে সকলো কথাতে কান্দি থাকে। কেতিয়াও নিজৰ সমস্যাৰ অভিযোগ নকৰিবা। জীৱনটো নিয়ন্ত্ৰণ কৰিবলৈ শিকা। সাহসেৰে দৃঢ়তাৰে থিয় হোৱা আৰু বিপদৰ সন্মুখীন হোৱা। সেইবাবেই মইও ফলাফলৰ কথা চিন্তা কৰা বন্ধ কৰি দিছো। এতিয়া মই কেৱল মোৰ নিয়ন্ত্ৰণত থকা বস্তুবোৰৰ ওপৰতহে গুৰুত্ব দিছো। বাকী সকলো আল্লাহৰ ওপৰত এৰি দিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actressCancerHina KhanTV Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

May 7, 2026
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?
বিনোদন

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

May 7, 2026
Next Post
৬ দিনত চহকী হৈ পৰিব ৩ ৰাশিৰ লোক! চন্দ্ৰ-বৃহস্পতিৰ সংযোগে উদয় কৰিব ভাগ্য

৬ দিনত চহকী হৈ পৰিব ৩ ৰাশিৰ লোক! চন্দ্ৰ-বৃহস্পতিৰ সংযোগে উদয় কৰিব ভাগ্য

অসমৰ কেইটামান বিশেষ স্থান, যি ঠাইলৈ গ’লে শিঞৰি উঠিব গাৰ নোম, যোৱাৰ পূৰ্বে এবাৰ ভালদৰে চিন্তা কৰক

অসমৰ কেইটামান বিশেষ স্থান, যি ঠাইলৈ গ'লে শিঞৰি উঠিব গাৰ নোম, যোৱাৰ পূৰ্বে এবাৰ ভালদৰে চিন্তা কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.