• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্দয় পিতৃ, জন্ম হোৱাৰ পাছতে দুই যমজ কন্যা সন্তানক লৈ গৈ কৰিলে এনে কাম, আৰক্ষীয়ে ৭টা দল গঠন কৰি সন্ধানত নামি পৰিছে

নিৰ্দয় পিতৃ, জন্ম হোৱাৰ পাছতে দুই যমজ কন্যা সন্তানক লৈ গৈ কৰিলে এনে কাম, আৰক্ষীয়ে ৭টা দল গঠন কৰি সন্ধানত নামি পৰিছে

2 years ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

28 minutes ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

1 hour ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

2 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

3 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

3 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

4 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

12 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

13 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

15 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

16 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

16 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিৰ্দয় পিতৃ, জন্ম হোৱাৰ পাছতে দুই যমজ কন্যা সন্তানক লৈ গৈ কৰিলে এনে কাম, আৰক্ষীয়ে ৭টা দল গঠন কৰি সন্ধানত নামি পৰিছে

editor by editor
June 25, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
নিৰ্দয় পিতৃ, জন্ম হোৱাৰ পাছতে দুই যমজ কন্যা সন্তানক লৈ গৈ কৰিলে এনে কাম, আৰক্ষীয়ে ৭টা দল গঠন কৰি সন্ধানত নামি পৰিছে
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্দয় পিতৃ, জন্ম হোৱাৰ পাছতে দুই যমজ কন্যা সন্তানক লৈ গৈ কৰিলে এনে কাম, আৰক্ষীয়ে ৭টা দল গঠন কৰি সন্ধানত নামি পৰিছে

কন্যা সন্তান কন্যা সন্তান বুলি হাবাথুৰি খোৱা বহু পিতৃৰ বিপৰীতে এগৰাকী এনে পিতৃৰ খবৰ পোহৰলৈ আহিছে, যাৰ বিষয়ে শুনাৰ পাছত খঙতে উতলি উঠিলে বহু লোকৰ হৃদয়। একেলগে হত্যা কৰিলে দুই যমজ কন্যা সন্তানক।

ৰাজধানী দিল্লীত সংঘটিত হৈছে এই অতিকে নিকৃষ্ট তথা আধুনিক মানৱ সমাজক ভেঙুচালি কৰা খবৰ। এখন চিকিৎসালয়ত এগৰাকী মহিলাই জন্ম দিলে যমজ কন্যাসন্তান। কিন্তু স্বামী আৰু স্বামীৰ পৰিয়াল এই কথাত অসন্তুষ্ট হৈ পৰে।

দুয়োটি সন্তান কন্যা হোৱাত পিতৃ ইমানেই নিষ্ঠুৰ হৈ পৰে যে দুয়োটি কন্যা সন্তানকে চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পাছতে ঘৰ গৈ নাপাওতেই বাটতে হত্যা কৰি তাৰ পিছত সমাধিস্থ কৰি ঘৰলৈ যায়। আৰক্ষীয়েও সমগ্ৰ ঘটনা জানিব পাৰি হতবাক হৈ পৰে।

এই খঙে মূৰৰ চুলিত উঠা কাণ্ড সংঘটিত হৈছে ৰাজধানী দিল্লীৰ পুন্থ কলা গাঁৱত। আৰক্ষীৰ তথ্য অনুসৰি হাৰিয়ানাৰ ৰোহটকৰ ছেক্টৰ-৩৬ত অৱস্থিত এখন চিকিৎসালয়ত বিগত ৩০ মে’ত পূজা সোলংকী নামৰ এগৰাকী মহিলাই যমজ কন্যা সন্তান জন্ম দিছিল। পূজাই কয় যে তেওঁৰ স্বামী নীৰজ সোলংকী আৰু শহুৰৰ ঘৰে ছোৱালী জন্ম দিয়াত অসন্তুষ্ট হৈছিল।

যিদিনা হাস্পতালৰ পৰা ঘৰলৈ যাব দিছিল, সেইদিনা নীৰজ আৰু পৰিয়ালৰ লোকে চিকিৎসালয়ত উপস্থিত হৈ সন্তান দুটিক লৈ যায় আৰু পূজাক আন এখন গাড়ীত তেওঁলোকৰ পিছে পিছে যাবলৈ কয়। পাছে মাজ বাটতে পথ সলনি কৰি নীৰজে আন ঠাইলৈ গুচি যায়।

পূজাৰ ভাতৃ জুগ্নু খাত্ৰীয়ে যেতিয়া নীৰজৰ সৈতে যোগাযোগ কৰে তেতিয়া কোনো সঁহাৰি লাভ নকৰে। পিছত খাত্ৰীয়ে গম পাই যে পূজাৰ শহুৰৰ ঘৰে কন্যা সন্তান দুটিক হত্যা কৰি দিল্লীৰ চুলতানপুৰী অঞ্চলত পুতি থয়।

দিল্লী আৰক্ষীৰ এটা দলে অঞ্চলটোৰ পৰা সন্তান দুটিৰ মৃতদেহ উলিয়াই আনে। ইতিমধ্যে নীৰজৰ পিতৃ বিজেন্দ্ৰ সোলংকীক গ্ৰেপ্তাৰ কৰা হৈছে। পাছে পলাতক অৱস্থাত নীৰজ। আৰক্ষীয়ে বৰ্তমানে ৭টা দল গঠন কৰি নীৰজ আৰু পৰিয়ালৰ অন্যান্য সদস্য সকলৰ সন্ধানত নামি পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asam Live 24 DigitalAsom LiveassamAssam best Web deskassam live 24AssamliveBaby DaughterGirl childmurder caseTwin baby
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 19, 2026
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য
জীৱনশৈলী

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

March 19, 2026
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Next Post
২২ গজত আফগানৰ জয়…যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

২২ গজত আফগানৰ জয়...যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.