• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে

বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে

2 years ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

40 minutes ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

1 hour ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

2 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

3 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

15 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

15 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

16 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

16 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

17 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

18 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে

বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে

editor by editor
August 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিষ্ণুয়ে সমগ্ৰ জগৎ সংসাৰৰ সঞ্চালনা কৰে৷ তেওঁ সকলোৰে পালক পিতা৷ বিষ্ণুৰ আৰাধনা কৰিলে জীৱনত সৰ্বদা সুখ শান্তিয়ে বাস কৰে৷ শাস্ত্ৰমতে বিষ্ণুৰ আৰাধনা কৰিলে সৰ্বদা লক্ষ্মীৰ আশীৰ্বাদ বৰ্তি থাকে৷ নিজৰ সমস্ত ভক্তসকলক ভালপায় নাৰায়ণে৷ শ্ৰদ্ধা ভক্তিভাৱেৰে হৰিৰ আৰাধনা কৰিলে নিজৰ ভক্তসকলৰ জীৱন আনন্দেৰে ভৰি পৰে৷ কিন্তু জ্যোতিষ অনুসৰি ৰাশি চক্ৰৰ তিনিটা ৰাশিৰ ওপৰত বিষ্ণুৰ বিশেষ আশীৰ্বাদ থাকে৷ এই ৰাশিৰ জাতকে কেতিয়াও আৰ্থিক সংকটৰ মোকাবিলা কৰিব নালাগে৷ ইয়াৰোপৰি জীৱনত সমস্ত ধৰণৰ আনন্দ উপভোগ কৰে তেওঁলোকে৷ উল্লেখ্য যে এই সময়ত যোগনিদ্ৰাত আছে নাৰায়ণ৷ চতুৰ্মাহত জানি থওক কোন কোন ৰাশিৰ জাতক বিষ্ণুৰ প্ৰিয়৷

বৃষ ৰাশি

জ্যোতিষ অনুসৰি বৃষ ৰাশিৰ জাতক বিষ্ণুৰ অত্যন্ত প্ৰিয়৷ এই ৰাশিৰ জাতকৰ ওপৰত সকলোসময়তে বিষ্ণুৰ আশীৰ্বাদ থাকে৷ সমস্ত কামত সাফল্য লাভ কৰে বৃষ ৰাশিৰ জাতকে৷ আনন্দেৰে ভৰি থাকে এই ৰাশিৰ জাতকৰ জীৱন৷ ইয়াৰোপৰি এওঁলোকে কেতিয়াও অৰ্থাভাৱৰ মুখামুখি নহয়৷ কোনো সমস্যাত জড়িত হ’লে বিষ্ণুৰ কৃপাত সহজেই মুক্তি পাব৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকৰ ওপৰত বিষ্ণুৰ আশীৰ্বাদ থাকে৷ নাৰায়ণৰ আশীৰ্বাদত এই ৰাশিৰ জাতকৰ জীৱন আনন্দেৰে ভৰি উঠে৷ কৰ্কট ৰাশিৰ জাতকে পৰিশ্ৰম কৰিলে কাহানিও পিছ পৰি যাব লগা নহয়৷ পৰিশ্ৰমৰ জোৰত সাফল্য অৰ্জন কৰে এই ৰাশিৰ জাতকে৷ প্ৰচলিত বিশ্বাস অনুসৰি যি জাতকৰ ওপৰত বিষ্ণুৰ আশীৰ্বাদ থাকে তেওঁলোকে দেহত্যাগৰ পাছত মোক্ষ লাভ কৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক নাৰায়ণৰ প্ৰিয়৷ এই ৰাশিৰ জাতকে নিজৰ কামৰ প্ৰতি সম্পূৰ্ণভাৱে সমৰ্পিত থাকে৷ শীঘ্ৰে সাফল্য লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ ইয়াৰোপৰি পৰিশ্ৰম কৰিলে এওঁলোকৰ জীৱনত কাহানিও অভাৱ নাহে৷ হৰিৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকৰ জীৱনত সমস্যা নাহে৷

তুলা ৰাশি

জ্যোতিষ গণনা অনুসৰি বিষ্ণুৰ প্ৰিয় ৰাশিৰ মাজত অন্যতম হৈছে তুলা৷ এই ৰাশিৰ জাতকৰ ওপৰত নাৰায়ণৰ আশীৰ্বাদ থাকে৷ এই কাৰণতেই এই ৰাশিৰ জাতকৰ সমস্ত দুখ কষ্ট দূৰ হয়৷ আনকি নাৰায়ণৰ আশীৰ্বাদত তুলাৰ জাতকে প্ৰচুৰ মান সন্মান অৰ্জন কৰে৷ এওঁলোকে কেতিয়াও পিছ পৰি থাকিব নোৱাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

April 13, 2026
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
Next Post
লেপটপতো লক কৰি ৰাখিব পাৰে WhatsApp web! কেনেকৈ কম্পিউটাৰত লক কৰিব চাটবক্স?

লেপটপতো লক কৰি ৰাখিব পাৰে WhatsApp web! কেনেকৈ কম্পিউটাৰত লক কৰিব চাটবক্স?

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.