• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

19 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

4 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

4 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

5 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

6 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

7 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

7 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

8 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

9 hours ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

9 hours ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

10 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

12 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

গুৱাহাটীলৈ আহিছিল ফিফা বিশ্বকাপৰ ফাইনেলৰ নায়ক ফেৰান ট'ৰেছ

editor by editor
July 20, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ নিউ জাৰ্ছী ষ্টেডিয়ামত ইতিহাস সৃষ্টি কৰি দ্বিতীয়বাৰলৈ ফিফা বিশ্বকাপৰ চেম্পিয়নৰ মুকুট শিৰত পিন্ধিলে স্পেইনে। তাৰকাখচিত গেলাৰীৰ পৰাই ফুটবলৰ নিৰপেক্ষ অনুৰাগীসকলৰ অভিনন্দন আৰু শুভেচ্ছাৰ বৰ্ষা স্পেইনলৈ অৰ্পণ কৰাৰ সমান্তৰালভাৱে ফুটবলৰ মহানায়ক মেছিৰ অশ্ৰুৰ বন্যাৰে ভৰি পৰা দুগালো কিন্তু বিশ্বৰ চুকে কোণে থকা অসংখ্য অজস্ৰ অনুৰাগীয়ে প্ৰত্যক্ষ কৰি মৰ্মে মৰ্মে উপলব্ধি কৰিছিল মেছিৰ হৃদয় ভাঙি যোৱা বেদনা। এতিয়াৰে পৰা যে ফুটবল বিশ্বকাপত অন্তত মেছিৰ দুভৰিৰ যাদু অনুৰাগীসকলে দেখিবলৈ নাপাব। কিন্তু খেলত যেনেকৈ বিনোদন থাকে তেনেকৈ নিৰ্মম বাস্তৱো থাকে যাক মানিবই লাগিব। স্পেইনৰ ফেৰান ট’ৰেছে অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে লেফ্ট উইংগাৰ উইলিয়ামছৰ সুন্দৰ এছিষ্টটোক গললৈ পৰিৱৰ্তন নকৰাহেঁতেন হয়টো আমি নেদেখিলোঁতেন মেছিৰ এই অশ্ৰু অঞ্জলি। কিন্তু আপুনি জানেনে ফাইনেলত নিৰ্ণায়কসূচক একমাত্ৰ গ’লটো কৰা ফেৰান ট’ৰেছে আহিছিল গুৱাহাটীলৈ। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত খেলি গৈছিল ফুটবল।

গুৱাহাটীলৈ আহিছিল ফিফা বিশ্বকাপৰ ফাইনেলৰ নায়ক ফেৰান ট’ৰেছ

সেয়া ২০১৭ চনৰ কথা। সেইবছৰ অনূৰ্ধ ১৭ ফিফা বিশ্বকাপ আয়োজন কৰাৰ সৌভাগ্য লাভ কৰিছিল ভাৰতে। সেইসূত্ৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতো অনুষ্ঠিত হৈছিল বিশ্বকাপৰ মেচ। ২০১৭ চনৰ ১৭ অক্টোবৰত ৰাউণ্ড অব‌‌‌ ১৬ৰ এখন মেচ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ফ্ৰান্সৰ বিৰুদ্ধে খেলিছিল স্পেইনে। সেই মেচখন ১-২‌গলত জয়ী হৈছিল স্পেইনে। স্পেইনৰ হৈ জুৱান মিৰাণ্ডা আৰু আবেল ৰুইছে দিযছিল গ’ল দুটা। সেই মেচখনত সৰুসজাই ষ্টেডিয়ামত খেলিছিল ফিফা বিশ্বকাপৰ নায়ক ফেৰান ট’ৰাছে।‌

সমগ্ৰ মেচখনতেই নিস্প্ৰভ হৈ আছিল আৰ্জেণ্টিনা

অতিৰিক্ত সময়কে ধৰি মেচখনৰ ১০৬ মিনিটলৈ গ’ল শূন্যভাৱে থাকিলেও সমগ্ৰ মেচখনতে স্পেইনৰ সমুখত একেবাৰেই নিস্প্ৰভ হৈ আছিল আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ গ’ল কীপাৰ মাৰ্টিনাজে দুৰ্দান্ত প্ৰদৰ্শন নকৰা হ’লে ফাইনেল মেচখনত আৰু কমেও দুটা গ’ল হজম কৰিবলগীয়া হ’লহেঁতেন আৰ্জেণ্টিনাই। স্পেইনৰ ষ্ট্ৰাইকাৰসকলৰ কেইবাটাও তীক্ষ্ণ শ্বটক অতি নিপুণতাৰে মাৰ্টিনাজে ৰক্ষা কৰি আৰ্জেন্টিনাক অতি শোচনীয় পৰাজয়ৰ পৰা ৰক্ষা কৰিলে। মাৰ্টিনাজৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদতে মেচখনৰ স্ক’ৰ ১-০ৰ ব্যৱধানতে সীমিত থাকিল।

একেৰাহে দ্বিতীয়বাৰলৈ এমবাপেলৈ গোল্ডেন বুটৰ সন্মান

চলিত ফিফা বিশ্বকাপত এমবাপেক পিছ পেলাই শীৰ্ষস্থানত আৰোহণ কৰিবলৈ মেছিক প্ৰয়োজন আছিল অতি কমেও দুটা গ’ল আৰু এটা এছিষ্টৰ। কিন্তু কাৰ্যত সেয়াই হৈ নুঠিল।১০ টা গল আৰু ৪টা এছিষ্টেৰে শীৰ্ষত আছে ফ্ৰান্সৰ তাৰকা ষ্ট্ৰাইকাৰ এমবাপে। ইয়াৰ বিপৰীতে সমসংখ্যক এছিষ্ট আৰু ৮টা গ’লেৰে দ্বিতীয় স্থানতেই ক্ষান্ত থাকিল লিয়নেল মেছি। কাটাৰত অনুষ্ঠিত ২০২২ৰ ফিফা বিশ্বকাপতো ৮টা গ’লেৰে এমবাপেই লাভ কৰিছিল গোল্ডেন বুটৰ সন্মান। একেদৰে ৭টা গ’লেৰে দ্বিতীয় স্থানত আছিল মেছি। পুৰুষৰ ফিফা বিশ্বকাপত একেৰাহে দুবাৰকৈ গোল্ডেন বুট বিজয়ী একমাত্ৰ খেলুৱৈজনেই হৈছে এমবাপে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24FIFA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই
বিনোদন

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

July 20, 2026
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী
জীৱনশৈলী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

July 20, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

July 20, 2026
Next Post
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ'ব ভাগ্য

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.