• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

1 month ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

7 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

7 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

8 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

8 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

9 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

9 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

11 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

12 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

13 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

14 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

14 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

editor by editor
May 5, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতাৰ পৰা নেতা হ’ল থালাপতি বিজয়৷ বহুতেই তেওঁ ৰাজনীতিত খোজ দিয়া বুলি হাঁহিছিল থালাপতি বিজয়ক৷ সুন্দৰ কেৰিয়াৰ এৰি এনে কণ্টকময় বাটত ভৰি দিয়াটোক বহুতে সমালোচনা কৰিছিল৷ কিন্তু প্ৰথম নিৰ্বাচনতেই শক্তি দেখুৱাই দিলে থালাপতি বিজয়ে৷ তামিলনাডু বিধানসভা নিৰ্বাচনত বিপুল আসনত জয়ী হৈছে থালাপতি বিজয়ৰ পাৰ্টী৷ এতিয়া কেৱল চৰকাৰ গঠনৰহে প্ৰতীক্ষাত আছে সকলো৷ আৰু তাৰ পূৰ্বেই আকৌ চৰ্চাত আহিছে দক্ষিণী ছুপাৰষ্টাৰৰ সম্পত্তিৰ পৰিমাণ৷ নিৰ্বাচনী হলফনামা অনুসৰি কেইবাশ কোটি টকাৰ সম্পত্তি বিজয়ৰ৷ বেংক ডিপোজিট, বিলাসী বাহনৰ পৰা আৰম্ভ কৰি একাধিক প্ৰাসাদোপম ঘৰ, সকলোমিলি ৰাজকীয় জীৱন দক্ষিণী ছুপাৰষ্টাৰজনৰ৷

মুঠ সম্পত্তি

আয়-সম্পত্তিৰ নিৰিখত দেশৰ অন্যতম ধনী অভিনেতা থালাপতি বিজয়৷ নিৰ্বাচন কমিছনে জমা দিয়া শপতনামা অনুসৰি তেওঁৰ মুঠ স্থাৱৰ আৰু অস্থাবৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬৪৮ কোটি টকা৷ দক্ষিণৰ চিনেমাৰ জনপ্ৰিয় তাৰকা হিচাপে বহু বছৰ ধৰি বিপুল আয় কৰিছে বিজয়ে৷ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণত তেওঁ ১৮৩.৫৩ কোটি টকাৰ আয় দেখুৱাইছে৷ অৰ্থাৎ এবছৰতেই প্ৰায় ২০০ কোটি টকাৰ ওচৰত ধন আয় কৰিছে তেওঁ৷ শপতনামা অনুসৰি বিজয়ৰ হাতত নগদ প্ৰায় ২ লাখ টকা আছে৷

বেংকৰ কিমান টকা আছে?

প্ৰকৃত চমক তেওঁৰ বেংকত থকা জমা ধনৰ পৰিমাণ৷ HDFC, ICICI, Axis Bank, SBI-সহ বিভিন্ন বেংকত তেওঁৰ মুঠ ডিপোজিট প্ৰায় ২৩০ কোটি টকা৷ ইয়াৰোপৰি আছে ১০০ কোটি টকাৰ ফিক্সড ডিপোজিট৷ সাধাৰণ হিচাপত ধৰিলে এই ফিক্সড ডিপোজিটৰ পৰা দিনে প্ৰায় ২লাখ টকাৰ সুদ পায় বিজয়ে৷ বিভিন্ন বেংকত তেওঁৰ FDৰ অংকইয়ো নজৰ কাঢ়িছে৷ Indian Overseas Bankত আছে ২৫ কোটি, SBI-ত ১৫ কোটি, Axis Bankত ৪০ কোটি আৰু HDFC Bank-বেংকত ২০ কোটি টকাৰ FD আছে বুলি হলফনামাত উল্লেখ কৰা আছে৷

শ্বেয়াৰত বিনিয়োগ

কেৱল বেংকতেই টকা ৰখা নাই৷ শ্বেয়াৰ বজাৰতো বিনিয়োগ কৰা আছে TVK প্ৰধানৰ৷ বিভিন্ন সংস্থাৰ শ্বেয়াৰত তেওঁ কেইবালাখ টকাৰ বিনিয়োগ কৰিছে৷ সকলোতকৈ বেছি টকা লগাইছে Jaya Naga Property Share ত৷ ইয়াৰোপৰি Indian Overseas আৰু un Paper Millৰ শ্বেয়াৰতো তেওঁ ধন বিনিয়োগ কৰি থৈছে৷ তেওঁৰ নামত কোনো LIC পলিছি বা পোষ্ট অফিচ ছেভিংছ নাই৷

বাহনৰ সংখ্যা

বিজয়ৰ দামী বাহনৰ চখ আছে৷ কালেকছন দেখিলেই সেয়ে চকু কঁপালত উঠে৷ BMW, Toyota Lexus, Toyota Vellfire-সহ নানান দামী বাহনৰ মালিক তেওঁ৷ কেৱল Lexus বাহনখনৰ দামেই প্ৰায় ৩কোটি টকা৷ ইয়াৰোপৰি আছে প্ৰায় ২ কোটি টকাৰ এখন BMW৷ তেওঁৰ সকলোবোৰ বাহনেই কোটি টকাৰ ওপৰত৷

সোণ আৰু হীৰা

অভিনেতাৰ সম্পত্তিৰ তালিকাত আছে কোটি কোটি টকাৰ সোণ আৰু হীৰাৰ গহনাও৷ তেওঁৰ নিজৰ নামত প্ৰায় ৬ কোটি টকাৰ গহনা আছে৷ ইয়াৰ মাজত সোণ, ৰূপ আৰু মূল্যবান অলংকাৰো আছে৷ অন্যহাতে তেওঁৰ পত্নীৰ হাততো আছে বিপুল পৰিমাণৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ৷

১০টাকৈ ঘৰ

স্থাবৰ সম্পত্তিৰ ক্ষেত্ৰতো পিছপৰি থকা নাই বিজয়৷ তেওঁৰ নামত কৃষিভূমি, একাধিক প্লট, বাণিজ্যিক সম্পত্তি আৰু ১০টা ঘৰ আৰু ফ্লেট আছে৷ কেৱল ঘৰ আৰু ফ্লেটৰ মূল্যই প্ৰায় ১১৫কোটি টকা৷ ইয়াৰোপৰি বাণিজ্যিক সম্পত্তিৰ মূল্য প্ৰায় ৮২ কোটি টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.