• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘‘মোৰ ব্ৰাৰ(অন্তবাস)জোখ ভগৱানে লৈ আছে’’ অভিনেত্ৰীৰ মুখৰ এটা বাক্য, তাৰপিছত অভিনেত্ৰীৰ অৱস্থা তথৈবচ!

‘‘মোৰ ব্ৰাৰ(অন্তবাস)জোখ ভগৱানে লৈ আছে’’ অভিনেত্ৰীৰ মুখৰ এটা বাক্য, তাৰপিছত অভিনেত্ৰীৰ অৱস্থা তথৈবচ!

5 years ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

20 minutes ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

28 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

1 hour ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

5 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

14 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘‘মোৰ ব্ৰাৰ(অন্তবাস)জোখ ভগৱানে লৈ আছে’’ অভিনেত্ৰীৰ মুখৰ এটা বাক্য, তাৰপিছত অভিনেত্ৰীৰ অৱস্থা তথৈবচ!

editor by editor
January 28, 2022
in গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত
0
‘‘মোৰ ব্ৰাৰ(অন্তবাস)জোখ ভগৱানে লৈ আছে’’ অভিনেত্ৰীৰ মুখৰ এটা বাক্য, তাৰপিছত অভিনেত্ৰীৰ অৱস্থা তথৈবচ!
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী অভিনেত্ৰী, নাম স্বেতা তিৱাৰী। প্ৰথমে নিজৰ অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল ভোজপুৰী চিনেমাৰ জড়িয়তে। তাৰ পাছত লাহে লাহে নিজৰ অভিনয়ৰ জনপ্ৰিয়তাৰে ঢাপলি মেলিছিল মুম্বাই দিশে। মুম্বাইত যথেষ্ট কষ্টৰ মূৰত লাভ কৰিছিল সৰু পৰ্দাৰ দুই এটা কাম। এনেদৰে মায়ানগৰী মুম্বাইত লাহে লাহে ভোজপুৰী ছবিজগতৰ পৰা অভিনয় ক্ষেত্ৰখনত নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হয় ভোজপুৰী ছবিজগতৰ অভিনেত্ৰী স্বেতা তিৱাৰী।

তেনেদৰে এটা সময়ত ভাৰতৰ প্ৰথম শাৰী কৌতুক অভিনেতা কপিল শৰ্মাৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল এসময়ত জনপ্ৰিয় টিভি অনুষ্ঠান ‘‘কমেডি চাৰ্কাচ’’ত। তেনেদৰে ভাৰতীয় টিভিৰ ধাৰাবাহিক আৰু বিভিন্ন অনুষ্ঠান চাই ভালপোৱা মনোৰঞ্জনপ্ৰেমী ৰাইজৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল স্বেতা তিৱাৰী। কিন্তু শেহতীয়াকৈ স্বেতা তিৱাৰীয়ে দিয়া নিজৰ এটা ভাইৰেল ভিডিঅ’ৰ বাবে দেশত ট্ৰ’লৰ সন্মুখীন হ’ব লগা হৈছে। যিটো ভাইৰেল ভিডিঅ’ত স্বেতা তিৱাৰীয়ে কৈছিল যে তেওঁৰ ব্ৰা’ৰ জুখ ভগৱানে লৈ আছে বুলি।

আচলতে বিষয়টো আছিল এনেধৰণৰ স্বেতা তিৱাৰীয়ে অভিনয় কৰা নতুন এখন ধাৰাবাহিক আহি আছে দৰ্শকৰ মাজলৈ। যিখন ধাৰাবাহিকত স্বেতা তিৱাৰীৰ বিপৰীতে সৌৰভ ৰায় জৈনে অভিনয় কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত। য’ত ভগৱানক কাল্পনিক চৰিত্ৰ হিচাপে একে ব্ৰা ফিটাৰ হিচাপে কোনো কোনো অংশত দেখুওৱালৈ চেষ্টা কৰা হৈছিল। সেয়েহে স্বেতা তিৱাৰীয়ে ভাইৰেল হোৱা ভিডিঅ’টোত উল্লেখ কৰিছিল যে মোৰ ব্ৰাৰ জুখ ভগৱানে লৈ আছে। যাক লৈ দেশত এতিয়া স্বেতা তিৱাৰীক লৈ ট্ৰ’লৰ ধুমুহা বলিছে। আনকি মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীয়েও স্বেতা তিৱাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈও আহ্বান জনাইছে জনতাক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24shweta tiwarishweta tiwari controversy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
Next Post
কাৰ অভিশাপত দগ্ধ বিশ্ববাসী! শেষ হোৱাৰ নাম নলয় ক’ৰোনাই, ক’ৰোনাৰ নতুন ষ্ট্ৰেইনক লৈ পুনৰ সতৰ্কবাণী চীনৰ

কাৰ অভিশাপত দগ্ধ বিশ্ববাসী! শেষ হোৱাৰ নাম নলয় ক’ৰোনাই, ক’ৰোনাৰ নতুন ষ্ট্ৰেইনক লৈ পুনৰ সতৰ্কবাণী চীনৰ

ছ’চিয়েল  মিডিয়াত চিংগল বুলি দুখ প্ৰকাশ কৰা যুৱকলৈ এই খবৰ… আশাহত নহ’ব

ছ’চিয়েল  মিডিয়াত চিংগল বুলি দুখ প্ৰকাশ কৰা যুৱকলৈ এই খবৰ… আশাহত নহ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.