• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, জীৱন্তে অগ্নিদ্বগ্ধ ৬ গৰাকী লোক, ৫০ৰো অধিকে জপিয়াই প্ৰাণ ৰক্ষা কৰে

অতিকে শোকাৱহ, জীৱন্তে অগ্নিদ্বগ্ধ ৬ গৰাকী লোক, ৫০ৰো অধিকে জপিয়াই প্ৰাণ ৰক্ষা কৰে

2 years ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

58 minutes ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

3 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

6 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

18 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

19 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

20 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

20 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

21 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

21 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অতিকে শোকাৱহ, জীৱন্তে অগ্নিদ্বগ্ধ ৬ গৰাকী লোক, ৫০ৰো অধিকে জপিয়াই প্ৰাণ ৰক্ষা কৰে

editor by editor
April 25, 2024
in ভাৰত
0
অতিকে শোকাৱহ, জীৱন্তে অগ্নিদ্বগ্ধ ৬ গৰাকী লোক, ৫০ৰো অধিকে জপিয়াই প্ৰাণ ৰক্ষা কৰে
0
SHARES
426
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, জীৱন্তে অগ্নিদ্বগ্ধ ৬ গৰাকী লোক, ৫০ৰো অধিকে জপিয়াই প্ৰাণ ৰক্ষা কৰে

বিহাৰৰ ৰাজধানী পাটনাৰ জংচনৰ ঠিক বিপৰীতে অৱস্থিত বহুমহলীয়া পাল হোটেলত বৃহস্পতিবাৰে পুৱা এক বৃহৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। মুঠ তিনিখন হোটেল আগুৰি ধৰে এই জুইয়ে। যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাই ৬গৰাকী লোকে।

পুৱা প্ৰায় ১০:৩০ মান বজাত সংঘটিত হোৱা এই জুইয়ে কিছু সময়ৰ ভিতৰতে আগুৰি ধৰে বহু ঠাই। যাৰ ফলতে ৬ গৰাকীয়ে প্ৰাণ হেৰুৱাৰ লগতে ২০ গৰাকী লোক আহত হয়। তাৰোপৰি ৫০ৰো অধিক লোকে কোনোমতে সেই অট্টালিকাটোৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে।

জুইয়ে ইমানেই কালৰূপ ধাৰণ কৰিছিল যে, মুহুৰ্ততে তিনিটাকৈ অট্টালিকা আগুৰি ধৰিছিল। আনহাতে অগ্নিনিৰ্বাপক বাহিনীয়েও ঘটনাস্থলীত উপস্থিত হোৱাত পলম কৰাত পৰিনাম ভয়াৱহ হৈ পৰে।

ঘটনা ঘটনাৰ প্ৰায় ডেৰ ঘণ্টামান পাছতহে সেই অগ্নিকাণ্ডৰ মাজৰ পৰা প্ৰথমটো মৃতদেহ উদ্ধাৰ কৰে, তাৰ আধা ঘণ্টা মান পাছতহে বাকি কেইটা মৃতদেহ উদ্ধাৰ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে। কেউগৰাকী লোক জীৱন্তে সেই অগ্নিকাণ্ডৰ ফলত মৃত্যু মুখত পৰে।

পাটনা চেণ্ট্ৰেল ৰেঞ্জৰ টি এছ পি সত্য প্ৰকাশে নিশ্চিত কৰিছে যে পাল হোটেলত সংঘটিত হোৱা অগ্নিকাণ্ডত ৬ জন লোকৰ মৃত্যু হৈছে। তাত তিনিগৰাকী মহিলা আৰু তিনিজন পুৰুষ। আনহাচে আন দুজন লোকৰ অৱস্থা সংকটজনক হৈয়ে আছে। লগতে বিষয়াগৰাকীয়ে কয় যে প্ৰায় ২০ জন লোকক চিকিৎসাৰ বাবে পিএমচিএইচত ভৰ্তি কৰা হৈছে।

স্থানীয় লোকে ঘটনা সন্দৰ্ভত কয় যে পাকঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডই চাৰি মহলীয়া অট্টালিকাটো আগুৰি ধৰে। ওপৰৰ মহলাত ব্ৰেকফাষ্ট কৰি থকা মানুহবোৰ ইয়াৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই ঘটনা সংঘটিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharfireFire BlastFire broke Outpatna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
কেন্দ্ৰীয় চৰকাৰৰ আদেশ- হৰলিক্স এতিয়াৰ পৰা হেল্ডী ড্ৰিংক নহয়

কেন্দ্ৰীয় চৰকাৰৰ আদেশ- হৰলিক্স এতিয়াৰ পৰা হেল্ডী ড্ৰিংক নহয়

বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন, পূৰ্বৰ তুলনাত দুগুণ খৰচ, হিচাপ জানি আচৰিত হৈ পৰিব আপুনি

বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন, পূৰ্বৰ তুলনাত দুগুণ খৰচ, হিচাপ জানি আচৰিত হৈ পৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.