• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
iPhone কিনাৰ কথা ভাৱি আছে নেকি! এয়াই সুবৰ্ণ সুযোগ…

iPhone কিনাৰ কথা ভাৱি আছে নেকি! এয়াই সুবৰ্ণ সুযোগ…

3 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

15 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

16 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

17 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

17 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

18 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

19 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

20 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

20 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

21 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

22 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

22 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

iPhone কিনাৰ কথা ভাৱি আছে নেকি! এয়াই সুবৰ্ণ সুযোগ…

editor by editor
January 26, 2024
in প্ৰযুক্তি
0
iPhone কিনাৰ কথা ভাৱি আছে নেকি! এয়াই সুবৰ্ণ সুযোগ…
0
SHARES
790
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ নতুনকৈ ফোন লোৱাৰ কথা চিন্তা কৰি আছে নেকি! আই ফোন লম বুলি ভাৱি থকা সকলৰ বাবে এই খবৰ খুবেই জৰুৰী। ১৩হাজাৰো অধিক টকাৰ ৰেহাই মূল্যত আপুনি এতিয়া ক্ৰয় কৰিব পাৰিব আপোনাৰ হেপাঁহৰ আই ফোনটো। iPhone 15 series ২০২৩ৰ ছেপ্তেম্বৰ মাহত বজাৰত মুকলি কৰা হৈছিল। মুকলিৰ সময়ত এই ফোনটোৰ মূল্য আছিল ৭৯, ৯০০টকা। কিন্তু শেহতীয়াকৈ এই ফোনটোৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছে।

iPhone 15ৰ টপ মডেলৰ ফোনটো এতিয়া আপুনি ১৩হাজাৰৰো অধিক ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। মুকলিৰ পাছতে ৭৯,৯০০টকীয়া এই ফোনটো এতিয়া আপুনি নিজৰ কৰি লব পাৰিব মাত্ৰ ৬৬,৯৯৯টকাত। শেহতীয়াকৈ ই কৰ্মাচ বেৱচাইট ফ্লিপকাৰ্টে এই ফোনটো ৰেহাই মূল্যত গ্ৰাহকৰ হাতত তুলি দিছে। আপুনি আপোনাৰ বেংক অফাৰৰ জৰিয়তে ৬৬,৯৯৯টকাতো ১০শতাংশ ৰেহাই লাভ কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, এপলে শেহতীয়াকৈ মুকলি কৰা iPhone 15ত আছে বহুকেইটা বিশেষ সুবিধা। পূৰ্বৰ ছাৰ্জাৰৰ পৰিৱৰ্তে এই ফোনটোত আছে সহজলভ্য চি টাইপৰ চাৰ্জাৰ পিন। এই ফোনটোত ৬.১ ইঞ্চিৰ চুপাৰ ৰেটিনা XDR OLED ডিচপ্লেৰ লগতে ৬জিবিৰ ৰেম আৰু ৫১২জি বিৰ ষ্টোৰেজ লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?
প্ৰযুক্তি

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

August 12, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি
প্ৰযুক্তি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

August 11, 2026
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!
প্ৰযুক্তি

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

August 11, 2026
Next Post
৫ফেব্ৰুৱাৰীৰ ভিতৰত এই তিনিটা ৰাশিৰ ব্যক্তিৰ হাতলৈ আহিব ধনেই ধন…

৫ফেব্ৰুৱাৰীৰ ভিতৰত এই তিনিটা ৰাশিৰ ব্যক্তিৰ হাতলৈ আহিব ধনেই ধন...

সৰ্প মাছাজঃ  ৩০মিনিট ধৰি সাপে কৰিব আপোনাৰ মালিচ…

সৰ্প মাছাজঃ ৩০মিনিট ধৰি সাপে কৰিব আপোনাৰ মালিচ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.