• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰচুৰ পৰিশ্ৰম কৰিও মনে ভৱাধৰণে উপাৰ্জন হোৱা নাই? পাঁচ উপায় মানিলেই উজলিব অৰ্থভাগ্য

প্ৰচুৰ পৰিশ্ৰম কৰিও মনে ভৱাধৰণে উপাৰ্জন হোৱা নাই? পাঁচ উপায় মানিলেই উজলিব অৰ্থভাগ্য

4 months ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

3 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

4 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

5 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

6 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

6 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

8 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

8 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

9 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

10 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰচুৰ পৰিশ্ৰম কৰিও মনে ভৱাধৰণে উপাৰ্জন হোৱা নাই? পাঁচ উপায় মানিলেই উজলিব অৰ্থভাগ্য

প্ৰচুৰ পৰিশ্ৰম কৰিও মনে ভৱাধৰণে উপাৰ্জন হোৱা নাই? পাঁচ উপায় মানিলেই উজলিব অৰ্থভাগ্য

editor by editor
November 17, 2025
in জীৱনশৈলী
0
প্ৰচুৰ পৰিশ্ৰম কৰিও মনে ভৱাধৰণে উপাৰ্জন হোৱা নাই? পাঁচ উপায় মানিলেই উজলিব অৰ্থভাগ্য
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো মানুহেই নিজৰ অৰ্থভাগ্য উন্নত কৰিব খোজে৷ ধনৰ সমস্যা ডাঙৰ সমস্যা৷ হাতত টকা নাথাকিলে মানুহৰ মন বেয়া হৈ থাকে৷ কোনো কামত মন বহুৱাব নোৱাৰে৷ বহু মানুহেই দৈনিক যি পৰিশ্ৰম কৰে সেই তুলনাত আয় কৰিব নোৱাৰে৷ ফলত কাম কৰাৰ ইচ্ছা হেৰুৱাই পেলায়৷ বহু চেষ্টাৰ পাছতো অৰ্থভাগ্যত পৰিবৰ্তন আনিব নোৱাৰে৷ কিছু উপায় পালন কৰিলে আৰু ভাৱনাত পৰিবৰ্তন আনিব পাৰিলে অৰ্থভাগ্য উন্নত কৰা সম্ভৱ বুলি জনাইছে জ্যোতিষশাস্ত্ৰি৷ জানি থওক সেইসমূহ কি কি?

উপায়

১. নিগেটিভ চিন্তাভাৱনা বৰ্তন কৰিব লাগে৷ শাস্ত্ৰই জনাইছে আপুনি যদি সৰ্বদা নিজৰ মনত ধন নাই নাই বুলি ভাৱি থাকে তেতিয়া কেতিয়াও আপোনাৰ হাতত ধন নাথাকে৷ পজিটিভ চিন্তা বৰ্তাই ৰাখক৷ অভাৱ নহয়, প্ৰাচুৰ্যৰ কথা ভাৱক৷ মনত দৃঢ় বিশ্বাস ৰাখক যে অৰ্থভাগ্য এদিন নহয় এদিন সলনি হ’ব৷

২. ঘৰৰ ওপৰত আৰু উত্তৰ পূৰ্ব দিশ সৰ্বদা পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাখক৷ এই দুই দিশক সম্পদৰ দিশ বুলি ধাৰণা কৰা হয়৷ এই স্থানত অপৰিষ্কাৰ থাকিলে অৰ্থভাগ্যৰ উন্নতি নোহোৱাই স্বাভাৱিক৷

৩. ঘৰৰ দক্ষিণ-পূৰ্ব কোণত লক্ষ্মীদেৱীৰ ছবি বা মূৰ্তি স্থাপন কৰক৷ ইয়াত ভাগ্যৰ সদগতি হ’ব নিশ্চিত৷

৪. মনৰ পৰা ঈৰ্ষা, ভয়, সন্দেহ প্ৰভৃতি নিগেটিভ অনুভূতি ত্যাগ কৰক৷ অন্যৰ ভাল হ’লে সুখী হ’বলৈ শিকক৷ আজি যেনেকৈ তেওঁৰ হৈছে কাইলৈ আপোনাৰো হ’ব৷ ঈর্ষা, ভয়, সন্দেহজাতীয় অনুভূতিৰ কাৰণে আমি বহু চেষ্টা কৰিও সফলতাৰ দিশত আগুৱাই যাব নোৱাৰো ব্যৰ্থ হও৷

৫. যিকোনো অৰ্থ সংক্ৰান্তিয় কাগজপত্ৰ আৰু সঞ্চিত টকাপইছা ৰঙা কাপোৰেৰে বান্ধি বক্সত সোমোৱাই ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
Next Post
অলৌকিক…ছৌদি বাছ দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত যাত্ৰী, কেনে আছে মদিনাৰ বাছ দুৰ্ঘটনাত জীৱন ৰক্ষা পৰা আব্দুল ছোৱেইব?

অলৌকিক...ছৌদি বাছ দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত যাত্ৰী, কেনে আছে মদিনাৰ বাছ দুৰ্ঘটনাত জীৱন ৰক্ষা পৰা আব্দুল ছোৱেইব?

কাইলৈৰ ৰাশিফলঃ সৌভাগ্য যোগত উজ্জ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈৰ ৰাশিফলঃ সৌভাগ্য যোগত উজ্জ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.