• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

2 years ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

28 minutes ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

2 hours ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

3 hours ago
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

4 hours ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

5 hours ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

20 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

20 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

21 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

21 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

22 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

editor by editor
September 13, 2024
in খাদ্য, জীৱনশৈলী, বিবিধ, বিশ্ব
0
৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

বয়স বৃদ্ধিৰ লগে লগে শৰীৰত বহু পৰিৱৰ্তন ঘটে। মহিলাৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। অৰ্থাৎ ওজন দ্ৰুতগতিত বৃদ্ধি পায়, কিন্তু অতি লাহে লাহে কমি যায়। ৰজোনিবৃত্তিৰ ফলত হাড় আৰু পেশী দুৰ্বল হৈ পৰে। গাঁঠিত বিষ হয়। সেয়ে ৩০ বছৰ বয়স পাৰ কৰা পাছৰে পৰা মহিলা সকলে নিতৌ এনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে যিয়ে তেওঁলোকক সুস্থ কৰি ৰাখে।

অমিতা-
খাদ্য বিশেষজ্ঞসকলে কয় যে যিসকল মহিলাই ৩০ বছৰ অতিক্ৰম কৰিছে তেওঁলোকে দৈনিক অমিতা খাব লাগে। অমিতাত পেপেইন নামৰ এনজাইম থাকে যিয়ে প্ৰটিন ভাঙি পেলোৱাত সহায় কৰে। সেয়েহে ই হজম প্ৰক্ৰিয়াটো সহজ কৰি তোলে। অৰ্থাৎ ই পেট ভালদৰে পৰিষ্কাৰ কৰে। এনে পৰিস্থিতিত কোষ্ঠকাঠিন্য ৰোগত আক্ৰান্ত মহিলাৰ বাবে এয়া এক ঔষধ।

অমিতাত ভিটামিন চি থাকে। ই ছালখনক সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰে। লগতে ইয়াত কেলৰি কম আৰু আঁহ বেছি থাকে। অৰ্থাৎ ইয়াক খোৱাৰ পিছত পেটটো বহু সময়লৈকে ভৰপূৰ অনুভৱ হয় আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে।

পালেং শাক
পালেং শাক অতি উপযোগী। ইয়াত আঁহ থাকে, যাৰ বাবে কৌষ্ঠকাঠিন্য দূৰ হয়। ইয়াৰ উপৰিও ইয়াত নাইট্ৰেট থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। আৰু, হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এইবোৰে আমাৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা কমায়।

মিঠা আলু
মিঠা আলুও খাব পাৰে। ইয়াত বিটা কেৰটিন থাকে। যিটো শৰীৰত ভিটামিন এলৈ ৰূপান্তৰিত হয়। ই আমাৰ চকুৰ যত্ন লয়। সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰে। বিটা কেৰটিনে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সুস্থ কৰি ৰাখে। মিঠা আলুতো প্ৰচুৰ পৰিমাণে আঁহ থাকে। অৰ্থাৎ ইয়াক খালে আমাৰ পেটত ভাল বেক্টেৰিয়া বাঢ়ি যায়।

আখৰোট
যদি আপুনি শুকান ফল খাবলৈ মন যায় তেন্তে আখৰোট খাব পাৰে। ইয়াত ওমেগা থ্ৰী ফেটি এচিড থাকে। যিবোৰ আমাৰ হৃদযন্ত্ৰ, মগজু, ছাল আৰু গাঁঠিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ওমেগা থ্ৰীয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা কমি যায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় যাতে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ নহয়।

আখৰোট খালে শৰীৰৰ আভ্যন্তৰীণ প্ৰদাহ কমি যায়। আখৰোটতো ভাল পৰিমাণৰ প্ৰটিন থাকে। ১০০ গ্ৰাম আখৰোটত প্ৰায় ১৫ গ্ৰাম প্ৰটিন থাকে। প্ৰটিনে আমাৰ কোষবোৰ মেৰামতি কৰে আৰু নতুন কোষো সৃষ্টি কৰে। ইয়াৰ উপৰিও ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণো আছে। অৰ্থাৎ ইয়াক খালে শৰীৰৰ আভ্যন্তৰীণ ফুলা কমি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Food For HealthGood HealthHealthy Food
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…
প্ৰযুক্তি

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

August 2, 2026
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!
বাণিজ্য

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

August 2, 2026
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?
বিনোদন

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

August 2, 2026
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?
বিনোদন

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

August 2, 2026
Next Post
নাৰ্কো টেষ্ট নহয়, চিবিআইৰ আবেদন নাকচ আদালতৰ

নাৰ্কো টেষ্ট নহয়, চিবিআইৰ আবেদন নাকচ আদালতৰ

মালব্য যোগে ৩টা ৰাশিৰ সম্পদ আৰু কেৰিয়াৰত শ্ৰী বৃদ্ধি কৰিব, দয়ালু হ’ব শুক্ৰ

মালব্য যোগে ৩টা ৰাশিৰ সম্পদ আৰু কেৰিয়াৰত শ্ৰী বৃদ্ধি কৰিব, দয়ালু হ’ব শুক্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.