• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাস্থ্যৰ অৱনতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি

স্বাস্থ্যৰ অৱনতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি

2 years ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

31 minutes ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

1 hour ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

2 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

2 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

4 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

5 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

5 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

6 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

স্বাস্থ্যৰ অৱনতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি

editor by editor
December 26, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
স্বাস্থ্যৰ অৱনতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাস্থ্যৰ অৱনতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডাঃ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱনতি। ততাতৈয়াকৈ তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দিল্লী এইমছত জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। চিকিৎসকৰ এটা দলে অহৰহ নিৰিক্ষণত ৰাখিছে তেখেতক।

জানিব পৰা মতে, আজি বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এইমছলৈ অনা হয়। জৰুৰীকালীন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে।

তথ্য অনুসৰি বৃহস্পতিবাৰ ২৬ ডিচেম্বৰ তাৰিখে হঠাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ পিছতে তেওঁক খৰখেদাকৈ দিল্লী এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰা হয়। জানিব পৰা মতে, উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত তেওঁক এইমছলৈ অনা হয়, য’ত তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।

প্ৰধানমন্ত্ৰীৰ কমাণ্ড লোৱাৰ পূৰ্বে মনমোহন সিং ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিত্ত সচিবও আছিল। নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত অৰ্থনীতিৰ উদাৰীকৰণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি বিবেচিত হৈছে। মনমোহন সিং আৰ বি আইৰ ৰাজ্যপালৰো দায়িত্ব পালন কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা
বিনোদন

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

July 29, 2026
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো
বিশ্ব

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

July 29, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
Next Post

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান

দৈনিক ৰাশিফল- কোন কোন ৰাশিৰ ভাগ্যত কি কি আছে, ৪ ৰাশিৰ আজি জয়জয় ময়ময়

দৈনিক ৰাশিফল- কোন কোন ৰাশিৰ ভাগ্যত কি কি আছে, ৪ ৰাশিৰ আজি জয়জয় ময়ময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.