• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

1 year ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

53 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

1 hour ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

2 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

3 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

3 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

14 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

15 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

15 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

16 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

editor by editor
October 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বৰ্ষত ৩১ ডিচেম্বৰ ২০২৪ত দেৱালী৷ এইবাৰ দীপাৱলিৰ পূৰ্বেই চৰকাৰৰ তৰফৰ পৰা চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ৷ ইয়াৰ পূৰ্বেই চৰকাৰে একাংশ লোকক বিনামূলীয়াকৈ চিলিণ্ডাৰ দিয়াৰ সিদ্ধান্ত হৈছে৷ কোন ৰাজ্যৰ চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে?

বিগত বৰ্ষতো উত্তৰপ্ৰদেশ চৰকাৰে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিয়াৰ কথা ঘোষণা কৰিছিল৷ এইবাৰো বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব যোগী চৰকাৰে৷ এইবাৰ ১.৮৬ কোটি পৰিয়ালক বিনামূলীয়াকৈ চিলিণ্ডাৰ প্ৰদান কৰিব যোগী চৰকাৰে৷ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দীপাৱলীৰ পূৰ্বেই বিনামূলীয়াকৈ এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷

কিমান চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব?

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত হোলী উপলক্ষেও হিতাধিকাৰীসকলক বিনামূলীয়া এল পি জি চিলিণ্ডাৰ বিতৰণ কৰা হয়। এইবাৰ দীপাৱলীত বিনামূলীয়াকৈ দিয়া হৈছে চিলিণ্ডাৰ। বিগত বৰ্ষত দেৱালীৰ দিনা উজ্জ্বলা আঁচনিৰ অধীনত ১.৮৫ কোটি হিতাধিকাৰী পৰিয়াল আৰু ৮৫ লাখৰো অধিক মহিলাক বিনামূলীয়া চিলিণ্ডাৰ দিয়া হৈছিল। এইবাৰ ১.৮৬ কোটি হিতাধিকাৰী পৰিয়ালক বিনামূলীয়া চিলিণ্ডাৰ দিয়া হ’ব৷

চৰকাৰে ব্যয় কৰিছে ১৮৯০ কোটি টকা

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দীপাৱলীত ১.৮৬ কোটি হিতাধিকাৰী পৰিয়ালক বিনামূলীয়া চিলিণ্ডাৰ প্ৰদানৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে৷ এই আঁচনিৰ বাবে ব্যয় কৰা হৈছে ১৮৯০ কোটি টকা। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত চিলিণ্ডাৰত আছে বিশেষ ৰাজসাহায্য৷

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কি?

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ ১ মে’ৰ পৰা আৰম্ভ কৰিছিল৷ এই আঁচনিৰ অধীনত উত্তৰ প্ৰদেশৰ বহু লোকে বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিছে৷ মহিলা সৱলীকৰণ আৰু অৰ্থনৈতিক শক্তি বৃদ্ধিৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছিল। বিশেষকৈ গ্ৰামাঞ্চলত ৰন্ধন প্ৰণালীৰ বাবে গেছৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছিল৷ এই আঁচনিৰ অধীনত যোগ্য পৰিয়ালক এল পি জি চিলিণ্ডাৰ দি অহা হৈছে৷ ইয়াৰ উপৰিও প্ৰতিমাহে এল পি জি চিলিণ্ডাৰত হিতাধিকাৰীক ৩০০ টকাৰ ৰাজসাহায্যও দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?
জীৱনশৈলী

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

March 18, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

March 18, 2026
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
১০ নৱেম্বৰত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ ল’ব ডিৱাই চন্দ্ৰচূড়ে, পৰবৰ্তী মুখ্য ন্যায়াধীশ কোন হ’ব?

১০ নৱেম্বৰত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ ল’ব ডিৱাই চন্দ্ৰচূড়ে, পৰবৰ্তী মুখ্য ন্যায়াধীশ কোন হ’ব?

নবাবৰ কন্যাৰো আছে হাত লৰ স্বভাৱ! কি কি চুৰি কৰিছে ছাৰা আলী খানে? তথ্য জনালে অ’ৰিয়ে

নবাবৰ কন্যাৰো আছে হাত লৰ স্বভাৱ! কি কি চুৰি কৰিছে ছাৰা আলী খানে? তথ্য জনালে অ’ৰিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.