• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 months ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

44 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

1 hour ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

2 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

15 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

16 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

17 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

17 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

20 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

21 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

22 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

editor by editor
March 18, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আধুনিক চিকিৎসা প্ৰযুক্তিৰ বহু উন্নতি হৈছে৷ যিয়ে ৰোহ নিৰ্ণয়ো খুবেই সহজ কৰি তুলিছে৷ সাধাৰণতে মস্তিষ্কত টিউমাৰ তৈয়াৰ হ’লে সেয়া বিচাৰি বাহিৰ কৰা চিকিৎসকৰ বাবে এক ডাঙৰ চেলেঞ্জ হৈ থিয় দিয়ে৷ কেৱল ৰোগীৰ মূৰৰ বিষ বা জ্ঞান হেৰুওৱাৰ দৰে উপসৰ্গই দেখা দিলে পৰীক্ষা কৰাটো জৰুৰী৷
কিন্তু এতিয়া বিজ্ঞানীয়ে বহু বস্তুৱেই আৱিষ্কাৰ কৰিছে৷ তেওঁলোকে কৈছে কেৱলমাত্ৰ এটা সৰু তেজ পৰীক্ষাৰ মাধ্যমেৰেই মস্তিষ্কৰ কৰ্কটৰ টিউমাৰ ৯০ শতাংশ নিৰ্ভুলভাৱে চিনাক্ত কৰা সম্ভৱ৷ ভৱিষ্যতে ই লাখ লাখ জীৱন ৰখা কৰাৰো সম্ভাৱনা বৃদ্ধি কৰিছে৷ তেজ পৰীক্ষাৰ সময়ত এই পৰীক্ষা হ’লে ৰোগ আৰম্ভণিতে চিনাক্ত কৰা সম্ভৱ হৈ পৰে৷
সাধাৰণতে যদি কোনোৱে সন্দেহ কৰে যে তেওঁৰ মস্তিষ্কত টিউমাৰ হৈছে নেকি অৰ্থাৎ যদি তেওঁৰ সন্দেহ হয় তেতিয়াই পৰীক্ষা কৰোৱাটো জৰুৰী৷ চিকিৎসকেও লগে লগেই এম আৰ আই স্কেন কৰে৷ অথৱা তেওঁৰ টিউমাৰ থকা অংশৰ বায়োপছি কৰে৷ ই এক খুবেই কঠিন পদ্ধতি৷ কাৰণ মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰি সেই অংশটো বাহিৰ কৰি আনিব লাগে৷ ই ৰোগীৰ বাবে বহু ভয় আৰু বিব্ৰতকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷
শেহতীয়াকৈ ব্ৰিটিছ আৰু ডেনিছ বিজ্ঞানীসকলৰ যৌথ প্ৰচেষ্টাত ৰক্ত পৰীক্ষাৰ মাধ্যমেৰেই কৰ্কট চিনাক্ত কৰা সম্ভৱ হৈ পৰিছে৷ অৰ্থাৎ কঠিন পদ্ধতিৰ অবিহনেই এই ৰোগ চিনাক্ত কৰা সম্ভৱ হৈ পৰিছে৷
বিজ্ঞানীয়ে তেজত দুই ধৰণেৰে প্ৰটিন চিনাক্ত কৰিছে৷ মস্তিষ্কত তেজ গোট বান্ধিলে তেজত এই প্ৰটিনসমূহ পোৱা যায়৷ এইসমূহক কোৱা হয় লিকুইড বায়োপছি৷ এই প্ৰটিনসমূহৰ ওপৰত ভিত্তি কৰিয়েই চিকিৎসকে মস্তিষ্কৰ টিছ্যু স্পৰ্শ নকৰাকৈ কৈ দিব পাৰে যে মস্তিষ্কৰ ভিতৰত তেজ গোট বান্ধিছেনে নাই৷ প্ৰাথমিক পৰীক্ষাত ৯০ শতাংশৰো বেছি নির্ভুলতাৰ সৈতে কাম কৰিছে এই পৰীক্ষাই৷
সাধাৰণ স্কেনত দেখা যোৱাৰ পূৰ্বেই তেজ পৰীক্ষাৰ মাধ্যমেৰেই তেজ গোট মৰা চিনাক্ত কৰা সম্ভৱ৷ য’ত খৰতকীয়াকৈ ৰোগ চিনাক্ত কৰা সম্ভৱ হৈ পৰে৷ চিতিৎসকেও খৰতকীয়াকৈ চিকিৎসা আৰম্ভ কৰাৰ সুযোগ পায়৷ বায়োপছিৰ দৰে বিপজ্জনক অপাৰেছন অবিহনেই ৰোগ নিৰ্ণয়ো সম্ভৱ হৈ পৰে৷ ইয়াৰোপৰি চিকিৎসা চলাৰ সময়ত তেজ বন্ধা অংশটো সৰু হৈছেনে নাই সেই পৰীক্ষাও তেজ পৰীক্ষাৰ মাজেৰেই জনা সম্ভৱ কৰি তুলিছে বিজ্ঞানীয়ে৷
বিজ্ঞানীসকলে এই পৰীক্ষাক কৰোনা টেষ্ট কিটৰ দৰেই এটি সৰু ডিভাইছলৈ পৰিণত কৰাৰো আশা কৰিছে৷ ফলত এই পৰীক্ষা সৰু চহৰসমূহতো সম্ভৱ হ’ব বুলি জনাইছে বিজ্ঞানীয়ে৷ যদি এই পৰীক্ষা সম্পূৰ্ণৰূপে সহজলভ্য হৈ পৰে তেতিয়া ই কৰ্কটৰ চিকিৎসাৰ এক বৃহৎ মাইলফলক হ’ব৷ ৰোগ প্ৰাথমিক পৰ্যায়ত চিনাক্ত কৰা সম্ভৱ হৈ পৰিব৷ টিউমাৰসমূহো সৰু থাকোতেই অপসাৰণ কৰা আৰু ৰোগীৰ জীৱন ৰক্ষা কৰা সহজ হব৷ বিজ্ঞানীয়ে একেই ধৰণৰ তেজ পৰীক্ষাৰ মাধ্যমেৰে কেৱল মস্তিষ্কৰ কৰ্কটেই নহয়, হাওঁফাওঁ, স্তন আৰু অন্ত্ৰৰ কৰ্কটো চিনাক্ত কৰাৰ চেষ্টা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
Next Post
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.