• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

4 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

1 hour ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

2 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

3 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

4 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

5 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

5 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

6 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

6 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

7 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

8 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

editor by editor
December 11, 2025
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১২ ডিচেম্বৰ ২০২৫ শুকুৰবাৰে চন্দ্ৰই সিংহ ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ কৃষ্ণা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব প্ৰীতি যোগ আৰু আয়ুষ্মান যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

১২ ডিচেম্বৰ মেষ ৰাশিফল

কাইলৈ ১২ ডিচেম্বৰ দুৰ্দান্ত দিন কটাব মেষ ৰাশিৰ জাতকে৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ পেছাগত জীৱনত কোনো ভাল খবৰ পাব পাৰে৷ অফিচত চিনিয়ৰ আৰু বছৰ সমৰ্থন থাকিব আপোনাৰ দিশত৷ বুদ্ধিৰ জোৰত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ মা লক্ষ্মীৰ আশীৰ্বাদত নিজৰ অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷

১২ ডিচেম্বৰ মিথুন ৰাশিফল

কাইলৈ লক্ষ্মী নাৰায়ণ যোগত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ লক্ষ্যৰ দিশত সহজেই আগুৱাই যাব৷ কোনো আইনী গোচৰত জয়লাভে আনন্দিত কৰিব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব পাৰে মিথুন ৰাশিৰ জাতক৷ আপোনাৰ প্ৰতিভাই কৰ্মক্ষেত্ৰত সকলোকে মুগ্ধ কৰিব৷ অফিচত আপোনাৰ অৱস্থান বহুপৰিমাণে উন্নত হব৷

১২ ডিচেম্বৰ কৰ্কট ৰাশি

কাইলৈ প্ৰীতি যোগৰ প্ৰভাৱত স্পেচিয়েল দিন কটাব কৰ্কট ৰাশিৰ জাতকে৷ মোটা আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ মনত সুখ আৰু সন্তুষ্টি থাকিব৷ নতুনকৈ বন্ধু বাঢ়িব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কাইলৈ নিজৰ যোগ্যতা অনুসৰি চাকৰি পাব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব কৰ্কট ৰাশিৰ জাতকৰ৷

১২ ডিচেম্বৰ বৃশ্চিক ৰাশি

হস্তা নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ শুভ দিন কটাব বৃশ্চিক ৰাশিৰ জাতকে৷ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত শুভ ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ মনত সুখ আৰু শান্তি পৰিপূৰ্ণভাৱে বিৰাজ কৰিব৷ কেৰিয়াৰত কাইলৈ বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ চাকৰি বা পঢ়াশুনাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷

১২ ডিচেম্বৰ কুম্ভ ৰাশি

কাইলৈ ১২ ডিচেম্বৰ বৃহস্পতিবাৰে মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ মনৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰে৷ ব্যৱসায়ত ডাঙৰ সাফল্য লাভৰো যোগ আছে আপোনাৰ৷ অসহায় দৰিদ্ৰৰ দিশত সহায়ৰ হাত বঢ়াই দিব কুম্ভ ৰাশিৰ জাতকে৷ প্ৰেম জীৱনৰ বাবে কাইলৈ দিনটো খুবেই ভাল৷ সংগীৰ সৈতে ৰোমাণ্টিক ডিনাৰলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.