• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

1 month ago
বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

32 minutes ago
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

3 hours ago
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

4 hours ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

23 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

1 day ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

editor by editor
December 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাহিলী ৭০০০ টকাৰ বিনিয়োগ৷ ম্যাদপূৰ্তিৰ পাছত ৫৭লাখতকৈ বেছি অৰ্থ হাতলৈ আহিব গ্ৰাহকৰ৷ এয়া কোনো চিটফাণ্ড বা ষ্টকৰ দৰে বিনিয়োগ নহয়৷ বেংক বা ডাকঘৰৰ কেন্দ্ৰীয় চৰকাৰী প্ৰকল্পত আছে এই সুবিধা৷ ইয়াৰ নাম হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা পিপিএফ৷ কেনেকৈ ইয়াৰ পৰা হাতলৈ মোটা ৰিটাৰ্ণ আহিব?

কেন্দ্ৰই পৰিচালনা কৰা দীৰ্ঘম্যাদি সুৰক্ষিত সঞ্চয় প্ৰকল্প হৈছে পিপিএফ৷ ইয়াত সুদৰ হাৰ শ্বেয়াৰবজাৰৰ সূচকৰ ওঠানমাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ ফলত পিপিএফত বিনিয়োগ কৰাসকলে নিশ্চিত ৰিটাৰ্ণ পায়৷ ইয়াত নূন্যতম ১৫ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে৷ ফলত সন্তানৰ উচ্চ শিক্ষা, বিবাহ বা অৱসৰৰ পাছত ভাল সঞ্চয় হাতত আহিব পৰা অন্যতম বিকল্প হব পাৰে৷ পিপিএফ চৰকাৰী গেৰেণ্টিযুক্ত প্ৰকল্প হলেও ইয়াত সুদৰ হাৰ স্থিৰ নহয়৷ পৰ্যায়ক্ৰমে সেয়া সলনি হৈ থাকে৷ বৰ্তমান ইয়াত বাৰ্ষিক ৭.১শতাংশ হাৰত সুদ দিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷

পিপিএফৰ পৰা ৰিটাৰ্ণৰ বিষয়টো এক উদাহৰণৰ সৈতে দিলে সহজেই বুজিব পাৰিব৷ ধৰা হল কোৱো ব্যক্তিয়ে প্ৰতি মাহে ৭০০০ টকাকৈ সংশ্লিষ্ট প্ৰকল্পত বিনিয়োগ কৰিছে৷ অৰ্থাৎ বছৰত মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৮৪ হাজাৰ টকা৷ ১৫ বছৰত সেই অংক বাঢ়ি হ’ব ১২ লাখ ৬০ হাজাৰ টকা৷ এতিয়া বাৰ্ষিক সুদৰ হাৰ ৭.১ শতাংশ থাকিলে ম্যাদপূৰ্তিৰ পাছত ২২ লাখ ৭৮ হাজাৰ ১৯৭ টকা পাব সেই গ্ৰাহকে৷ অৰ্থাৎ সুদৰ বাবদ ১০ লাখ ১৮ হাজাৰ ১৯৭ টকা পাব তেওঁ৷

এই হিচাপত সংশ্লিষ্ট গ্ৰাহকে ২৫বছৰৰ বাবে পিপিএফত বিনিয়োগ কৰিলে ৰিটাৰ্ণৰ পৰিমাণ হব ৫৭.৭২ লাখ টকা৷ কেন্দ্ৰৰ এই সঞ্চয় প্ৰকল্পটোৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ইয়াত চক্ৰবৃদ্ধি হাৰত হিচাপ কৰা হয় সুদ৷ সেয়া বাৰ্ষিক ৭.১শতাংশ থাকিলে সেই পৰিমাণে টকা পাব বিনিয়োগকাৰীয়ে৷ সুদৰ হাৰ কেন্দ্ৰই আৰু বঢ়ালে পিপিএফৰ পৰা আৰু বেছি ৰিটাৰ্ণ পাব সেই ব্যক্তিয়ে৷ কিন্তু সুদ কমিলে হ্ৰাস পাব প্ৰাপ্ত অৰ্থৰ পৰিমাণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ
জীৱনশৈলী

January 23, 2026
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

January 23, 2026
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী
জীৱনশৈলী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

January 23, 2026
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ
জীৱনশৈলী

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

January 22, 2026
Next Post
শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

প্ৰেম, সম্পদ, খ্যাতি উপচি পৰিব ৩ ৰাশিত, শুক্ৰৰ গোচৰত অপাৰ ধনলাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন