• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

6 months ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

43 minutes ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

1 hour ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

1 hour ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

2 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

4 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

5 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

5 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

7 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

8 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

16 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

editor by editor
December 12, 2025
in অপৰাধ, অসম, জীৱনশৈলী
0
শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ন্যায়ৰ বাবে অতি আশাৰে ৰৈ আছে প্ৰতিজন অসমীয়া৷ অৰ্থাৎ অসমৰ প্ৰত্যেকঘৰ মানুহৰ চকু আজি SITয়ে দাখিল কৰিবলগীয়া চাৰ্জশ্বীটত৷ কাৰণ এই ন্যায় কোনো সাধাৰণ ব্যক্তিৰ নহয়৷ এই ন্যায় হ’ব অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ৷ কেনেকৈ ছিংগাপুৰত প্ৰাণ হেৰুৱালে জুবিন গাৰ্গে সেই প্ৰশ্ন ৰাজ্যবাসীৰ মনত৷ আৰু সেই প্ৰশ্নৰেই উত্তৰ হয়তো দিব এই চাৰ্জশ্বীটেই৷ আদালতত আজি ১১ বজাৰ লগে লগেই SITয়ে দাখিল কৰিব চাৰ্জশ্বীট৷

ইতিমধ্যেই আদালত অভিমুখে ৰাওনা হৈছে মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত থকা বিশেষ এছ আই টি দলে৷ ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট ইতিমধ্যেই সাজু কৰি তুলিছে এছ আই টি দলে৷ সেই চাৰ্জশ্বীটেই আদালতত দাখিল কৰিব এছ আই টি দলে৷ এছ আই টিৰ চাৰ্জশ্বীটেই নিশ্চিত কৰিব জুবিন গাৰ্গে সঁচাকৈয়ে ন্যায় পাবনে?

১৯ ছেপ্টেম্বৰৰ দিনটোক হয়তো অসমবাসীয়ে কাহানিও পাহৰিব নোৱাৰিব৷ সেই দিনটোৰ পৰাই প্ৰতিজন অসমীয়াৰ বুকুত একুৰা জুই জ্বলি আছে৷ এই জুই জুবিন গাৰ্গক হেৰুৱাই দিকবিদিক হেৰুওৱাই পেলোৱা প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে জ্বলি আছে৷ কেনেকৈ এনেকৈ অসমীয়াক নিথৰুৱা কৰিব পাৰে জুবিনে? এনেকৈ ইমান সোনকালে জুবিন গাৰ্গক হেৰুৱাই পেলোৱাৰ কল্পনা অসমীয়াই কৰা নাছিল৷ হাঁহি হাঁহি ঘৰৰ পৰা ছিংগাপুৰ অভিমুখে ওলাই যোৱা জুবিন গাৰ্গে অসমীয়াক দি গৈছিল উভতি অহাৰ প্ৰতিশ্ৰুতি৷ থৈ গৈছিল বহু আধৰুৱা কাম৷ কাৰণ তেওঁ উভতি অহাৰ কথা আছিল৷ নাই জুবিন গাৰ্গ আৰু কায়িকভাৱে উভতি নাহিল৷ অসমীয়াই মিৰাকল আশা কৰিছিল৷ জুবিন গাৰ্গে ঘেণ্টা খাতিৰ নকৰো বুলি মৃত্যুক প্ৰত্যাহ্বান জনাব বুলি আশা কৰিছিল অসমবাসীয়ে কিন্তু জুবিন গাৰ্গ উভতি আহিল এটা কফি ৰঙৰ কফিনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

June 18, 2026
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?
জীৱনশৈলী

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

June 18, 2026
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!
জীৱনশৈলী

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
Next Post
প্ৰেম, সম্পদ, খ্যাতি উপচি পৰিব ৩ ৰাশিত, শুক্ৰৰ গোচৰত অপাৰ ধনলাভ

প্ৰেম, সম্পদ, খ্যাতি উপচি পৰিব ৩ ৰাশিত, শুক্ৰৰ গোচৰত অপাৰ ধনলাভ

২০২৬ত ৰাহুৱে দুবাৰ গোচৰ কৰাত ৩ ৰাশি ধনৰ গাদীত শুব, লাকী ৰাশি কি কি?

২০২৬ত ৰাহুৱে দুবাৰ গোচৰ কৰাত ৩ ৰাশি ধনৰ গাদীত শুব, লাকী ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.