• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন’- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

‘মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন’- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

1 year ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

23 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

1 hour ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

2 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

5 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

7 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন’- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

editor by editor
April 25, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন’- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী
0
SHARES
840
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন’- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

দেশৰ বাবে একলগ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী, আছাদুদ্দিন ওৱেছী। একেখন মঞ্চতে বহি পাকিস্তানক শেষ কৰি দিয়াৰ সংকল্প। ৰাহুল গান্ধীয়ে ক’লে, ‘বিজেপিয়ে যি কৰিব বিচাৰে আমি সমৰ্থন কৰিম’।

পেহেলগাম ঘটনাৰ বাবে অপৰাধীৰ বিৰুদ্ধে চৰকাৰে যি ব্যৱস্থা লব, সেই সকলোৰে বাবে সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে বিৰোধীয়ে। কালি ২৪ এপ্ৰিল তাৰিখে সন্ধিয়া চোৰাংচোৱা আৰু চৰকাৰী বিষয়াসকলে নেতাসকলক অৱগত কৰা সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে, “সকলো ৰাজনৈতিক দলে এই ঘটনাক একেদৰে গৰিহণা দিছে আৰু বিৰোধীয়ে চৰকাৰক যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে”।

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে লগতে কয় যে আমি বিচাৰো যে জম্মু-কাশ্মীৰত অতি সোনকালে শান্তি পুনৰুদ্ধাৰ হওক।

উল্লেখ্য যে, ২২ এপ্ৰিল তাৰিখে কাশ্মিৰৰ পেহেলগামত সংঘটিত হোৱা ঘটনাত প্ৰাণ হেৰুওৱা ২৫ জন পৰ্যটকৰ ভিতৰত এজন নেপালী নাগৰিক আছিল। বাকীসকল ভাৰতৰ ১৪খন ৰাজ্যৰ পৰা অহা নাগৰিক আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kashmirModi Gandhi OwisiPahalgamPahalgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
Next Post
পেহেলগাম ঘটনাৰ অভিযুক্ত আদিল গুৰী আৰু আচিফ শেখৰ ঘৰ উৰুৱালে ভাৰতীয় সৈন্যই

পেহেলগাম ঘটনাৰ অভিযুক্ত আদিল গুৰী আৰু আচিফ শেখৰ ঘৰ উৰুৱালে ভাৰতীয় সৈন্যই

বিশ্ব অভিলেখ ভংগ কোহলীৰ, অৰ্ধশতক অৰ্জন কৰিয়ে টি-২০ ত….

বিশ্ব অভিলেখ ভংগ কোহলীৰ, অৰ্ধশতক অৰ্জন কৰিয়ে টি-২০ ত....

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.