• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?

‘মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?

3 years ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

24 minutes ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

2 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

2 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

2 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

4 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

4 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

5 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

19 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

20 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?

editor by editor
May 15, 2023
in অসম, জীৱনশৈলী
0
‘মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?
0
SHARES
13.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব। মোলৈ আৰু ফোন নকৰিবা, মই যাবলৈ সাজু হলো।’ মৃত্যুৰ পূৰ্বে পত্নীলৈ শেষ ফোনকল বাবুলৰ। এক শিহৰণকাৰী ঘটনা। এটা ফোনকল শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। গহপুৰৰ বাবুলৰ ঘৰত কান্দোনৰ ৰোল। কিয়নো চিৰনিদ্ৰাত শুই পৰিল ঘৰখনৰ একমাত্ৰ পুত্ৰ। কোনো হিংস্ৰ মানৱে কাঢ়ি নিলে যুৱকজনৰ প্ৰাণ। বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে গহপুৰৰ বাবুল বৰাই। মাতৃৰ চিকিত্সাৰ বাবে ঘৰলৈ অহা বাবুলৰ প্ৰাণ কাঢ়ি নিলে এদল নৃশংস দানৱে।

ট্ৰেইনতে সংঘটিত হৈছিল এক শিহৰণকাৰী হত্যাকাণ্ড। মৃত্যুৰ পূৰ্বে বাবুলে পত্নীলৈ কৰিছিল শেষৰটো ফোনকল। সেই ফোনকলত পত্নীক কি কৈছিল বাবুলে? ফোনকলৰ মতে, কিষাণগঞ্জ ষ্টেচনত অচিনাক্ত দুৰ্বৃত্ত‌ই যুৱক জনৰ ওচৰতে যাত্ৰা কৰা দুজন যাত্ৰীক হত্যা কৰে। সেই ঘটনা গহপুৰৰ যুৱক জনে প্ৰত্যক্ষ কৰাৰ পাছতেই বাবুল বৰুৱাকো মাৰিবলৈ উদ্যত হয় দুৰ্বৃত্তৰ দলে। আৰু ইয়াৰ পাছতেই মৃত্যুৰ আগমূহূৰ্তত সম্পূৰ্ণ ঘটনা ফোনযোগে পত্নীক অৱগত কৰে বাবুলে।

সন্মুখত মৃত্যু, ঘৰত ৰুগীয়া মাতৃ আৰু পত্নীৰ কোলাত এজনী কণমানি সন্তান। বাহিৰলৈ গৈ দুপইচা অৰ্জন কৰি , মাতৃৰ অসুখ ভাল কৰিম বুলি ভবা বাবুলৰ সপোন সপোন হৈয়ে ৰ’ল। মৃত্যুৰ পূৰ্বে পত্নীলৈ শেষ আহ্বান বাবুলৰ, ‘ছোৱালীক ডাঙৰ মানুহ কৰিবা। তোমালোক ভালে থাকিবা। মাক চাবা।’

আজি ঘৰখনত কান্দোনৰ ৰোল। স্বামী আহিব আহিব বুলি ৰৈ থকা পত্নীৰ সন্মুখত স্বামীৰ নিঠৰ দেহ। অসহায় পত্নী। কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হ’ল? যুৱকজনক কোনে কিয় হত্যা কৰিলে তাৰ কোনো সম্ভেদ পোৱা নাই। এতিয়া সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী পৰিয়ালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক
জীৱনশৈলী

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

July 26, 2026
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

July 26, 2026
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!
জীৱনশৈলী

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

July 26, 2026
Next Post
দেশজুৰি ৩৯৬ খন জনসভা! কৰ্ণাটকত পৰাজয়ৰ পাছতেই মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তীৰ বাবে সাজু বিজেপি দল

দেশজুৰি ৩৯৬ খন জনসভা! কৰ্ণাটকত পৰাজয়ৰ পাছতেই মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তীৰ বাবে সাজু বিজেপি দল

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.