• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতি-চন্দ্ৰৰ মিলনত গজকেশৰী যোগ! ৪ৰাশিৰ হাতলৈ আহিব ধন

বৃহস্পতি-চন্দ্ৰৰ মিলনত গজকেশৰী যোগ! ৪ৰাশিৰ হাতলৈ আহিব ধন

1 year ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

18 minutes ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

56 minutes ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

1 hour ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

2 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

3 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

3 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

5 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

6 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

6 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

7 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

7 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতি-চন্দ্ৰৰ মিলনত গজকেশৰী যোগ! ৪ৰাশিৰ হাতলৈ আহিব ধন

বৃহস্পতি-চন্দ্ৰৰ মিলনত গজকেশৰী যোগ! ৪ৰাশিৰ হাতলৈ আহিব ধন

editor by editor
November 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বৃহস্পতি-চন্দ্ৰৰ মিলনত গজকেশৰী যোগ! ৪ৰাশিৰ হাতলৈ আহিব ধন
0
SHARES
11.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ত অন্তৰালত ৰাশি পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰতেই৷ আগন্তুক ১৬ নৱেম্বৰৰ বিয়লি ৩বাজি ১৭ মিনিটত চন্দৰৰ ৰাশি বৃষত প্ৰৱেশ কৰিছে৷ ইয়াৰপাছতেই ১৮ নৱেম্বৰৰ পুৱা ৪বাজি ৩১ মিনিট পৰ্যন্ত তাতেই থাকিব চন্দ্ৰ৷ অন্যহাতে বৃহস্পতিয়ে ইতিমধ্যেই বৃষ ৰাশিত অৱস্থান কৰিছে৷ তেতিয়াই চন্দ্ৰ আৰু দেৱগুৰু বৃহস্পতিৰ মিলনত গজকেশৰী যোগ তৈয়াৰ হ’ব৷ এই সময়ত ৪ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ হাতৰ মুঠিত থাকিব সাফল্য, অৰ্থ, মান, যশ কাৰ কাৰ উপচি পৰিব?

বৃষ ৰাশি

গজকেশৰী যোগ বৃষ ৰাশিৰ বাবে শুভ হ’ব৷ যি কোনো কামত সাফল্য আহিব পাৰে৷ বহু দিন ধৰি ৰৈ থকা কাম এইসময়ত শেষ হ’ব৷ আয় বাঢ়িব৷ নিশাৰ ভিতৰতেই বৃহৎ অংকৰ ধন পোৱাৰ যোগ আছে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি লাভ কৰাৰ যোগ আছে৷ ব্যৱসায়ীসকলে লাভৰ মুখ দেখিব৷ সংসাৰত অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ’ব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷ পৰিয়ালত থকা বিবাদ দূৰ হ’ব৷

কৰ্কট ৰাশি

বৃহস্পতি চন্দ্ৰৰ মিলন কৰ্কট ৰাশিৰ বাবে লাভজনক হ’ব৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব পাৰে৷ চাকৰিত সহকৰ্মীসকলৰ সহযোগীতা পাব৷ ব্যৱসায়ীসকলে বৃহৎ কোনো চুক্তি কৰিব পাৰে৷ যি ভৱিষ্যতত লাভৰ সম্ভাৱনা আছে৷ কৰ্মজীৱনৰ বাবে সময় অনুকূল হ’ব৷ কামত পৰিশ্ৰমৰ ফল পাব৷ যি কোনো নতুন কাম কৰাৰ বাবে শুভ সময়৷ পৰিয়ালত সকলোৰে সৈতে ভাল সময় কটাব৷

ধনু ৰাশি

গজকেশৰী যোগে ধনু ৰাশিৰ বাবে সুদিন আনিব পাৰে৷ আয় বাঢ়িব৷ নতুন আয়ৰ উৎস পাব পাৰে৷ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ’ব৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ আয় আৰু ব্যয়ৰ ভাৰসাম্যৰ ফলত সঞ্চয় বাঢ়িব৷ বহু দিন ধৰি কোনো ধন পাবলগীয়া থাকিলে এই সময়ত লাভ কৰিব৷ ঋণ শোধ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ দূৰলৈ যোৱাৰ পৰিকল্পনা থাকিলে সফল হ’ব৷

মীন ৰাশি

চন্দ্ৰ আৰু বৃহস্পতিৰ মিলনে মীন ৰাশিৰ ভাগ্য সলনি কৰিব৷ কৰ্মক্ষেত্ৰত সাফল্যৰ যোগ আছে৷ আত্মবিশ্বাস বাঢ়িব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ যোগ আছে৷ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ’ব৷ পাৰিবাৰিক জীৱনৰ সমস্যা দূৰ হ’ব৷ সংগীৰ সৈতে সম্পৰ্ক আৰু মজবুত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ
জীৱনশৈলী

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

April 11, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
Next Post
আৰিয়ানৰ পৰা অনন্যা! ভাৰতীয় ক্ৰিকেটাৰৰ সন্তানে সলালে লিংগ, পিতৃৰ ভাঙিল পুত্ৰক ক্ৰিকেটাৰ হিচাপে গঢ়াৰ স্বপ্ন

আৰিয়ানৰ পৰা অনন্যা! ভাৰতীয় ক্ৰিকেটাৰৰ সন্তানে সলালে লিংগ, পিতৃৰ ভাঙিল পুত্ৰক ক্ৰিকেটাৰ হিচাপে গঢ়াৰ স্বপ্ন

দৈনিক দাম বাঢ়িছে, ১ ইউনিট বিটকয়েন থাকিলে আপুনি কিমান টকাৰ মালিক জানেনে?

দৈনিক দাম বাঢ়িছে, ১ ইউনিট বিটকয়েন থাকিলে আপুনি কিমান টকাৰ মালিক জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.