• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক দাম বাঢ়িছে, ১ ইউনিট বিটকয়েন থাকিলে আপুনি কিমান টকাৰ মালিক জানেনে?

দৈনিক দাম বাঢ়িছে, ১ ইউনিট বিটকয়েন থাকিলে আপুনি কিমান টকাৰ মালিক জানেনে?

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

8 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

8 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

8 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

9 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

10 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

12 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

13 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

13 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

14 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

15 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

16 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক দাম বাঢ়িছে, ১ ইউনিট বিটকয়েন থাকিলে আপুনি কিমান টকাৰ মালিক জানেনে?

দৈনিক দাম বাঢ়িছে, ১ ইউনিট বিটকয়েন থাকিলে আপুনি কিমান টকাৰ মালিক জানেনে?

editor by editor
November 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দৈনিক দাম বাঢ়িছে, ১ ইউনিট বিটকয়েন থাকিলে আপুনি কিমান টকাৰ মালিক জানেনে?
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্কিন প্ৰেছিডেণ্ট নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়ক প্ৰভাৱ পৰিছে বিশ্বৰ বজাৰত৷ আমেৰিকাৰ শ্বেয়াৰ বজাৰ যেনেকৈ হোৰাহোৰে উঠিছে তেনেকৈ বিশ্ব বিভিন্ন ক্ৰিপ্টকাৰেন্সিৰো দৰ বাঢ়িছে৷ বিটকয়েন হৈছে বিশ্বৰ সকলোতকৈ উল্লেখযোগ্য ক্ৰিপ্টকাৰেন্সি৷ ট্ৰাম্পৰ জয়ৰ দিনাই ইয়াৰ দামত নতুন ৰেকৰ্ড তৈয়াৰ হৈছিল৷ সেই ধাৰা এতিয়াও অব্যাহত আছে৷ বিটকয়েনৰ দাম দৈনিক বাঢ়িব ধৰিছে৷ যাৰ ফলত এই ক্ৰিপ্টকাৰেন্সিত যিসকলে বিনিয়োগ কৰিছে তেওঁলোকৰো সম্পত্তিৰ পৰিমান বাঢ়িব ধৰিছে৷

ট্ৰাম্পৰ জয়ৰ পাছৰ দিনাই বিটকয়েনৰ দাম ৭৫ ডলাৰ পাৰ হৈছে৷ এইবছৰ মাৰ্চ মাহত ইয়াৰ দাম উঠিছিল ৭৩হাজাৰ ৭৯৭ ডলাৰ৷ সেই ৰেকৰ্ড ভাঙিছে ৬ নৱেম্বৰত৷ ১০ নৱেম্বৰত বিটকয়েনে ৮০ হাজাৰ ডলাৰৰ গাণ্ডি পাৰ কৰিছে৷ ১১ নৱেম্বৰত বিটকয়েনৰ দাম হৈছেগৈ ৮১ হাজাৰ ডলাৰৰ ওপৰত৷ ১১ নৱেম্বৰৰ পুৱা ৯ বজাত বিটকয়েনৰ দাম আছিল ৮১ হাজাৰ ১৫৬ ডলাৰ৷ যি ভাৰতীয় মুদ্ৰাত প্ৰায় ৬৮ লাখ ৪৮ হাজাৰ ৪০৫ টকা৷ বিগত ৫দিনত ৫লাখ টকাৰো বেছি বাঢ়িছে বিটকয়েনৰ দাম৷ ২০২৪ চনত বিটকয়েনৰ দাম প্ৰায় ৯৩শতাংশ বাঢ়িছে৷

ভাৰতীয় মুদ্ৰাৰ দাম দেখি বুজিব পাৰিব বিশ্বৰ বৃহৎ ডিজিটেল কাৰেন্সি কিমান মূল্যবান৷ কিন্তু সকলোৰে পক্ষে এই পৰিমাণৰ ধন বিনিয়োগ কৰা সম্ভৱ নহয়৷ ১ ইউনিট বিটকয়েন কিনিবলৈ ৬৮ লাখতকৈয়ো বেছি ধন লাগিব৷ আপুনি বিচাৰিলে সৰু অংকৰ বিনিয়োগ কৰিব পাৰে বিটকয়েনত৷ অৰ্থাৎ ১ বিটকয়েনেই আপুনি কিনিব লাগিব তাৰ কোনো বাধ্যবাধকতা নাই৷ উদাহৰণ হিচাপে যদি কওঁ তেন্তে আপুনি ০.০০১ বা ০.০৫ বিটকয়েন কিনিব পাৰে৷ ক্ৰিপ্টকাৰেন্সি ট্ৰেডিং কৰি এই ধৰণৰ সংস্থাৰ এপ বা চাইটত হৈ আপুনি এই বিটকয়েন ক্ৰয় কৰিব পাৰে৷

ট্ৰাম্পৰ জয়ত কিয় বিটকয়েনৰ দাম বাঢ়িছে?

এই প্ৰশ্ন বহুতেই কৰিছে৷ বিশেষজ্ঞসকলে ইয়াৰ কাৰণ ইতিমধ্যেই জনাইছে৷ হংকঙৰ এটা মাৰ্কেট সংস্থাৰ বিশেষজ্ঞই জনাইছে যে, ‘ক্ৰিপ্টকাৰেন্সিক লৈ ট্ৰাম্পৰ মনোভাৱৰ বাবেই এই পৰিবৰ্তন৷ ট্ৰাম্পৰ প্ৰ-ক্ৰিপ্টো অৱস্থানে বিটকয়েনৰ দাম বঢ়োৱাত সহায় কৰিছে৷’ ক্ৰিপ্টো সংক্ৰান্ত বিনিয়োগ সংস্থা ডি এছি এমৰ প্ৰতিষ্ঠাতা ৰিচাৰ্ড গালভিনে কৈছে, ট্ৰাম্পৰ পৰা আৰম্ভ কৰি ক্ৰিপ্টোকাৰেন্সিৰ বৃদ্ধিৰ পক্ষে নীতি অনাৰ কথা কৈছে৷ তেওঁ মাৰ্কিন নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতা পাইচে৷ সেয়ে আগন্তুক দিনত ক্ৰিপ্টোকাৰেন্সিৰ ব্যৱহাৰ বাঢ়িব বুলি আশা কৰা হৈছে৷ তাৰ বাবে ইয়াৰ চাহিদা বাঢ়িছে৷ ক্ৰিপ্টকাৰেন্সিক লৈ ট্ৰাম্পৰ মনোভাৱ অতীতত পৃথক আছিল৷ তেওঁ যেতিয়া প্ৰথমবাৰ প্ৰেছিডেণ্ট হৈছিল, তেতিয়া ক্ৰিপ্টকাৰেন্সিক স্কেম আখ্যা দিছিল৷ কিন্তু এই বাৰৰ নিৰ্বাচনী প্ৰচাৰত ট্ৰাম্প ক্ৰিপ্টকাৰেন্সিপন্থী৷ আমেৰিকাক ক্ৰিপ্টকাৰেন্সিৰ কেপিটেল বনোৱাৰ কথাও কৈছে ট্ৰাম্পে৷

(অসম লাইভ ২৪য়ে কৰোবাত বিনিয়োগৰ বাবে পৰামৰ্শ দিয়া নাই৷ শ্বেয়াৰ বজাৰত বা কোনো ক্ষেত্ৰত লগ্নি আৰু বিনিয়োগ সদায়ে ৰিস্কি৷ বিনিয়োগৰ পূৰ্বে সকলোবোৰ জানিহে বিনিয়োগ কৰক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৩ৰাশিৰ উপচি পৰিব ধন, হাত মেলিলেই আহিব সাফল্য

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৩ৰাশিৰ উপচি পৰিব ধন, হাত মেলিলেই আহিব সাফল্য

মালাইকাৰ সৈতেও ব্ৰেকআপ! ঘনে ঘনে মনোবিদৰ কাষলৈ যোৱা অৰ্জুন কাপুৰ কি ৰোগত আক্ৰান্ত?

মালাইকাৰ সৈতেও ব্ৰেকআপ! ঘনে ঘনে মনোবিদৰ কাষলৈ যোৱা অৰ্জুন কাপুৰ কি ৰোগত আক্ৰান্ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.