• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

5 months ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

13 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

50 minutes ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

2 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

5 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

editor by editor
November 6, 2025
in জীৱনশৈলী, ভাৰত
0
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গজকেশৰী যোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ বৃহস্পতি আৰু চন্দ্ৰই একে ৰাশিত সংযোগ কৰিলে এই যোগ তৈয়াৰ হয়৷ ২০২৫ চনৰ ১০ নৱেম্বৰত এনে কিছু ঘটনা ঘটিব৷ এই দিনটোত চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিৰ গমন কৰিব৷ তাতেই বৃহস্পতিৰ সৈতে সংযোগ স্থাপন কৰিব, যিয়ে গজকেশৰী ৰাজযোগ তৈয়াৰ কৰিব৷ জানি থওক কোন ৰাশিৰ জাতকে এই যোগৰ পৰা শুভ ফল আশা কৰিব পাৰে?

মেষ ৰাশি

গজকেশৰী যোগ গঠন আপোনাৰ বাবে অত্যন্ত উপকাৰী প্ৰমাণিত হব৷ ভাগ্য আপোনাৰ অনুকূল হবলৈ আৰম্ভ কৰিব আৰু আপুনি বিভিন্ন ক্ষেত্ৰত সাফল্য পাব৷ এই সময়কালত বেকাৰ ব্যক্তিয়ে কৰ্মসংস্থান পাব পাৰে৷ আপোনাৰ আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ পাৰিবাৰিক জীৱন খুবেই আনন্দময় হব৷ আপোনাৰ পিতৃ-মাতৃৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ আহিব৷ ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বাঢ়িব৷

কৰ্কট ৰাশি

আপোনাৰ ৰাশিত গজকেশৰী ৰাজযোগ তৈয়াৰ হব৷ আপুনি সুসংবাদ পাব পাৰে৷ আপুনি মানসিকভাৱে শক্তিশালী থাকিব আৰু এই সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰিব৷ কেৰিয়াৰ সংক্ৰান্তিয় সমস্যাসমূহ শেষ হব আৰু আপুনি নতুন দিশা পাব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগত আপোনাৰ আধ্যাত্মিক পথত আগুৱাবলৈ মন যাব পাৰে৷

কন্যা ৰাশি

আপোনাৰ লাভৰ ঘৰত গজকেশৰী ৰাজযোগ গঠনৰ সৈতে আপুনি লাভজনক অৱস্থানত থাকিব৷ এই সময়কালত ব্যৱসায়ীয়ে কাঙ্ক্ষিত আৰ্থিক লাভ অৰ্জন কৰিব পাৰে৷ আপুনি যদি বিদেশী বাণিজ্যৰ সৈতে জড়িত থাকে তেন্তে আপুনি এক ডাঙৰ চুক্তি নিশ্চিত কৰিব পাৰে৷ আপুনি সামাজিকভাৱে সক্ৰিয় থাকিব আৰু আপোনাৰ খ্যাতিও বৃদ্ধি পাব৷ এই ৰাশিৰ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলত পৰীক্ষাত সাফল্য লাভৰ সম্ভাৱনা আছে৷

মকৰ ৰাশি

আপোনাৰ সপ্তম ঘৰত গজকেশৰী যোগ গঠনৰ সৈতে আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত খুবেই ইতিবাচক পৰিবৰ্তন অনুভৱ কৰিব৷ আপোনাৰ পত্নীয়ে কামৰ মাধ্যমেৰে উপকৃত হব৷ আপুনি আপোনাৰ যিকোনো কাম অত্যন্ত দক্ষতাৰ সৈতে সম্পন্ন কৰিবলৈ সক্ষম হ’ব৷ আপোনাৰ অগ্ৰগতিৰ পথ খুলিব৷ ভাগ্যৰ সহায়ত আপুনি আপোনাৰ পছন্দৰ স্থানত চাকৰিও পাব পাৰে৷ পৰিয়ালৰ সৈতে আপোনাৰ বন্ধন বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.