• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গজকেশৰী ৰাজযোগত খুলিব ভাগ্য, ২০২৬ৰ আৰম্ভণিতেই ৩ৰাশিৰ হাতলৈ আহিব ধন

গজকেশৰী ৰাজযোগত খুলিব ভাগ্য, ২০২৬ৰ আৰম্ভণিতেই ৩ৰাশিৰ হাতলৈ আহিব ধন

9 months ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

26 minutes ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

2 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

3 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

4 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

4 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

6 hours ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

6 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

7 hours ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

8 hours ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গজকেশৰী ৰাজযোগত খুলিব ভাগ্য, ২০২৬ৰ আৰম্ভণিতেই ৩ৰাশিৰ হাতলৈ আহিব ধন

গজকেশৰী ৰাজযোগত খুলিব ভাগ্য, ২০২৬ৰ আৰম্ভণিতেই ৩ৰাশিৰ হাতলৈ আহিব ধন

editor by editor
November 16, 2025
in জীৱনশৈলী
0
গজকেশৰী ৰাজযোগত খুলিব ভাগ্য, ২০২৬ৰ আৰম্ভণিতেই ৩ৰাশিৰ হাতলৈ আহিব ধন
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বছৰৰ বাবেই ভৱিষ্যদ্বাণী কৰে জ্যোতিষশাস্ত্ৰই৷ ২০২৬ বছৰৰ আৰম্ভণি ভাল হ’ব বুলিয়েই জনাইছে জ্যোতিষশাস্ত্ৰই৷ সেই কথাই কৈছে জ্যোতিষ গণনাই৷ ২০২৬ চন আৰম্ভৰ লগে লগেই গজকেশৰী ৰাজযোগ৷ নতুন বছৰৰ আৰম্ভণিতেই এই শুভ যোগৰ ফলত পাব কেইবাটাও ৰাশিৰ জাতকে৷ বছৰৰ আৰম্ভণিতে সম্পদ আৰু খ্যাতি চূড়াত থাকিব৷ নতুন বছৰত দেৱগুৰু বৃহস্পতিয়ে অৱস্থান কৰিব মিথুন ৰাশিত৷ ১১ নৱেম্বৰ ২০২৫ৰ পৰা বৃহস্পতি প্ৰতিগামী হৈছে৷ ২০২৬ চনৰ প্ৰথম দিশতো প্ৰতিগামী থাকিব৷ ২ জানুৱাৰী ২০২৬ৰ পুৱা ৯বাজি ২৫ মিনিটত চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ৪ জানুৱাৰী ২০২৬ৰ পুৱা ৯ বাজি ৪২ মিনিট পৰ্যন্ত তাতেই থাকিব৷ মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ এই যোগ গজকেশৰী ৰাজযোগ তৈয়াৰ কৰিব৷ এই যোগত তিনিটা ৰাশিৰ ওপৰত দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ বৰ্ষিত হ’ব বুলি বিশ্বাস৷

বৃষ ৰাশিৰ জাতকৰ বাবে শুভ সময়

বৃষ ৰাশিৰ জাতকৰ ওপৰত বৰ্তমান দেৱী লক্ষ্মীৰ কৃপা আছে৷ গ্ৰহৰ অৱস্থানৰ কাৰণে এই সময়ত অৰ্থৰ প্ৰবাহ ভালে থাকিব৷ তাৰ ওপৰত গজকেশৰী ৰাজযোগ বৃষ ৰাশিৰ অধীনত জন্ম লোৱা ব্যক্তিৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব৷ ই.আৰ ফলত দীৰ্ঘস্থায়ী অসুস্থতা দূৰ হব৷ অবিবাহিত ব্যক্তিৰ বিবাহৰ পথ সুগম হব৷ ঘৰত শুভ কোনো খবৰ আহিব পাৰে৷ চাকৰিয়ালৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে৷ সম্পদ আৰু খ্যাতি বৃদ্ধি পাব৷

মিথুন ৰাশিৰ জাতকৰ জীৱনত কি ঘটিব?

মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ যোগত তৈয়াৰ হ’ব গজকেশৰী ৰাজযোগ৷ যিয়ে এই জাতকৰ বাবে বহু সুবিধা কঢ়িয়াই আনিব৷ যিসকল চাকৰিয়াল তেওঁলোকে পদ আৰু প্ৰশংসা অৰ্জন কৰিব৷ ব্যৱসায়ীয়ে আৰ্থিক লাভ কৰিব পাৰে৷ আপোনাৰ কথাবাৰ্তাই অন্যক প্ৰভাৱিত কৰিব পাৰে৷ সেয়াই সাফল্য অৰ্জনৰ চাবিকাঠি৷ সন্মান বৃদ্ধি পাব৷ বিবাহৰ আয়োজন কৰাৰ বাবে এই সময় ভাল৷

তুলা ৰাশিৰ জাতকৰ জীৱনত কি ঘটিব?

তুলা ৰাশিৰ জাতকেও দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ ভোগ কৰিব৷ ২০২৬ চনৰ জানুৱাৰীৰ প্ৰথম দিশত গজকেশৰী ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিব৷ কৰ্মজীৱনত নতুন সুযোগ পাব৷ সম্পদ বৃদ্ধি পাব৷ সাফল্য অৰ্জন কৰিব৷ পৰিয়ালত ভালপোৱা বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

August 22, 2026
Next Post
২০২৭লৈকে সহায় কৰিব শনিদেৱে, সোণৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

২০২৭লৈকে সহায় কৰিব শনিদেৱে, সোণৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.