• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

6 months ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

4 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

5 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

5 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

5 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

6 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

6 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

7 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

7 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

7 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

8 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

8 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

editor by editor
December 9, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত বুধ গ্ৰহক বুদ্ধিমত্তা, যুক্তি, যোগাযোগ, গণিত, চতুৰতা আৰু বন্ধুত্বৰ গ্ৰহ বুলি কোৱা হয়৷ মিথুন আৰু কন্যা ৰাসিৰ অধিপতি গ্ৰহ বুধ৷ কন্যা ৰাশি হৈছে ইয়াৰ উচ্চ ৰাশি আৰু মীন ৰাশি হৈছে ইয়াৰ দুৰ্বল ৰাশি৷ ২৭ টা নক্ষত্ৰৰ মাজত বুধে অশ্লেষা আৰু জ্যেষ্ঠ আৰু ৰেৱতীৰ ওপৰত ৰাজত্ব কৰে৷ সূৰ্য আৰু শুক্ৰই বুধৰ মিত্ৰ, আৰু চন্দ্ৰ আৰু মঙ্গল ইয়াৰ শত্ৰু৷ বুধবাৰ বুধ দেৱতাৰ উদ্দেশ্যে উৎসৰ্গীকৃত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কিছু ৰাশিৰ জাতক বিশেষভাৱে বুধ দেৱতাৰ আশীৰ্বাদপ্ৰাপ্ত৷ জানি থওক কোন ৰাশিৰ জাতকৰ ওপৰত বুধ দেৱতাৰ আশীৰ্বাদ আছে? জ্যোতিষশাস্ত্ৰ অনুসৰি জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকা বুধ দেৱতাৰ আশীৰ্বাদপ্ৰাপ্ত হয়?

মিথুন ৰাশি

এই জাতক জাতিকা তীক্ষ্ণ মনৰ অধিকাৰী৷ তেওঁলোক ধনী হয়৷ প্ৰচুৰ বন্ধু বান্ধৱ থাকে৷ এই ধৰণৰ মানুহে মানুহৰ মন জয় কৰিব পাৰে৷ সকলোতেই পাৰদৰ্শী৷ এওঁলোকে সম্পৰ্ক বজায় ৰখাতো পাৰদৰ্শী৷ এওঁলোক পঢ়াশুনাতো ভাল৷ সকলোসময়তে নতুন কিছু শিকিবৰ বাবে প্ৰস্তুত থাকে৷ জীৱনত সাফল্য অৰ্জন কৰে৷ এওঁলোক গণেশৰ প্ৰিয় হয়৷

কন্যা ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি কন্যা ৰাশিৰ জাতক জাতিকাই বুধৰ বিশেষ আশীৰ্বাদ লাভ কৰে৷ এওঁলোক গণেশৰ প্ৰিয়ও হয়৷ এওঁলোক তীক্ষ্ণ মনৰ অধিকাৰী৷ তেওঁলোকে যিকোনো কাম কৰাৰ পূৰ্বে সাবধানে চিন্তা কৰে৷ স্বভাৱত পৰিশ্ৰমী৷ এওঁলোকে সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে কাম সম্পাদন কৰে৷ তেওঁলোকে অন্যক বৰ বেছি কেয়াৰ নকৰে৷ তেওঁলোক খাটি হৃদয়ৰ হয়৷ কন্যা ৰাশিৰ জাতক জাতিকা বন্ধুত্বৰ ক্ষেত্ৰত ভাগ্যবান হয়৷ তেওঁলোকে শিক্ষাক্ষেত্ৰত বহু খ্যাতি অৰ্জন কৰে৷ তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী৷

মকৰ ৰাশি

শনিদেৱক মকৰ ৰাশিৰ অধিপতি হিচাপে বিবেচনা কৰা হয় আৰু এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তি গণেশৰ খুবেই প্ৰিয় হয়৷ প্ৰকৃতিগতভাৱে ন্যায়পৰায়ণ বুলি বিবেচিত মকৰ ৰাশিৰ জাতক সৰ্বদা গণেশৰ আশীৰ্বাদপ্ৰাপ্ত হয়৷ গণেশৰ আশীৰ্বাদত তেওঁলোক কেতিয়াও অৰ্থকষ্ঠত নপৰে৷ এই ৰাশিৰ জাতক জাতিকাই জীৱনত যি অৰ্জনৰ চেষ্টা কৰে সেয়া অৰ্জনো কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
Next Post
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.