• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলকাতা-মহাৰাষ্ট্ৰৰ পাছত পুনৰ একেই ঘটনা, ৰক্ষাবন্ধনৰ দিনাই ৮ জনৰ নিকৃষ্টি মানসিকতাৰ বলি যুৱতী

2 years ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

22 minutes ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

42 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

1 hour ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

2 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

5 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কলকাতা-মহাৰাষ্ট্ৰৰ পাছত পুনৰ একেই ঘটনা, ৰক্ষাবন্ধনৰ দিনাই ৮ জনৰ নিকৃষ্টি মানসিকতাৰ বলি যুৱতী

editor by editor
August 21, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কলকাতা-মহাৰাষ্ট্ৰৰ পাছত পুনৰ একেই ঘটনা, ৰক্ষাবন্ধনৰ দিনাই ৮ জনৰ নিকৃষ্টি মানসিকতাৰ বলি যুৱতী
0
SHARES
413
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতা-মহাৰাষ্ট্ৰৰ পাছত পুনৰ একেই ঘটনা, ৰক্ষাবন্ধনৰ দিনাই ৮ জনৰ নিকৃষ্টি মানসিকতাৰ বলি যুৱতী

কলকাতাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক লৈ দেশজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে, পোহৰলৈ আহিছে আন এক ঘটনা। ৮ জনকৈ পাষণ্ডৰ নিকৃষ্টি মানসিকতাৰ বলি এগৰাকী যুৱতী। তাকো ভগ্নীৰ সুৰক্ষাৰ বাবে কথা দিয়া দিনটোতেই অৰ্থাৎ ৰক্ষাবন্ধনৰ দিনটোতেই দলবদ্ধ ধৰ্ষণৰ বলি যুৱতী।

সমগ্ৰ দেশতে নাৰীক ধৰ্ষণ আৰু অন্যান্য অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ছত্তীশগড়ৰ ৰায়গড় জিলাৰ পৰা পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ এক হৃদয় বিদাৰক গোচৰ। ইয়াত এগৰাকী জনজাতীয় মহিলাক ধৰ্ষণ কৰিলে ৮ জনকৈ লোকে।

ঘটনাৰ দুদিন পিছত আজিহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। আজি বুধবাৰে যুৱতীগৰাকীয়ে পুছাউৰ থানাত এজাহাৰ দাখিল কৰে। ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, সোমবাৰে ৰক্ষাবন্ধন উৎসৱ পালন কৰাৰ পিছত তেওঁ নিজৰ ঘৰৰ সমীপত এখন স্থানীয় মেলা চাবলৈ গৈছিল।

https://x.com/chauchakmedia/status/1826156381482766738

সেই মেলাৰ পৰা উভতি অহাৰ সময়তে সেই ৮ পাষণ্ডই যুৱতীগৰাকীক বাটতে ৰখাই তাৰ পৰাই বলপূৰ্বকভাৱে উঠাই লৈ গৈ ধৰ্ষণ কৰিছিল। যুৱতীগৰাকীয়ে আক্ষীক দিয়া ভাষ্য অনুসৰি সেই ৮ পাষণ্ডৰ ভিতৰত এজন অভিযুক্তক চিনি পায়। ঘটনাৰ পিছতে সেই চিনাকি অভিযুক্তই মহিলাগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ পিছত সেই স্থানৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণৰ গোচৰ ৰুজু কৰি এই কাৰ্য্যৰ অংশ হিচাপে এতিয়ালৈকে ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata rape CasePolice Caserape and murder caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
Next Post
ইউৰিক এচিডৰ সমস্যা নেকি! অতি সহজে এইদৰে ঘিউ সেৱন কৰি ঘৰতে কৰক হ্ৰাস

১৩ বছৰৰ মূৰকত চুবুৰীয়া ৰাজ্য মেঘালত ধৰা পৰিছে বিৰল ৰোগ, অসমত চিকিৎসাধীন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন