• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক

ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক

2 years ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

15 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

1 hour ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

3 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক

editor by editor
April 28, 2024
in ক্ৰীড়া
0
ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক

২০১১ চনৰ বিশ্বকাপ জয়ৰ সেই মুহুৰ্ত। শচীন তেণ্ডুলকাৰৰ জীৱনৰ শেষৰ খন খেল। সেই খেলতেই ক্ৰিকেটৰ ভগৱানৰ হাতত দলে তুলি দিলে বিশ্বকাপ। কোটি কোটি দেশবাসীৰ চকুত সুখৰ অশ্ৰু। সেই বিশ্বকাপ জয়ত হাত উজান দিলে দলৰ সকলোৱে। খেলুৱৈৰ পৰা প্ৰশিক্ষক সকলোৰে কষ্টৰ ফল লাভ। পাছে সেই বিশ্বকাপ জয় কৰোতা প্ৰশিক্ষক এইবাৰ ভাৰতৰ চুবুৰীয়া দেশৰ ক্ৰিকেটদলৰহে প্ৰশিক্ষক।

গেৰী কাৰ্ষ্টেন এইবাৰ পাকিস্তান দলত। আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে পাকিস্তান ক্ৰিকেট দলে নতুন মুখ্য প্ৰশিক্ষক লাভ কৰিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দেওবাৰে ঘোষণা কৰিলে ৩ জন ভিন্ন প্ৰশিক্ষক।

সেই দলতেই আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ তথা ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ প্ৰশিক্ষক গেৰী কাৰ্ষ্টেন। গেৰীয়ে পাকিস্তান দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ জেছন গিলেস্পিয়ে টেষ্ট ক্ৰিকেটত পাকিস্তানী খেলুৱৈসকলক প্ৰশিক্ষক হিচাপে কাম কৰিব। পাকিস্তানৰ প্ৰাক্তন অল ৰাউণ্ডাৰ আজহাৰ মাহমুদে সকলো ফৰ্মেটতে দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে থাকিব।

আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ পিছত পিচিবিয়ে সহযোগী কৰ্মচাৰীৰ বহু পৰিৱৰ্তন সাধন কৰে। ব’ৰ্ডে প্ৰশিক্ষকৰ পৰা অধিনায়কলৈ সকলোকে সলনি কৰিলে। পিচিবিয়ে শ্বাহীন আফ্ৰিদিক টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে। পাছে নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ পৰাজয়ৰ পিছত পিচিবিয়ে পুনৰ অধিনায়কত্ব বাবৰ আজমৰ হাতত অৰ্পণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CoachcricketGary KirstenpakistanPakistan-cricket-board
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?
অসম

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

October 2, 2026
Next Post
নিশা শোৱাৰ পূৰ্বে কৰক এই কাম, খুলি পৰিব সৌভাগ্যৰ দুৱাৰ

নিশা শোৱাৰ পূৰ্বে কৰক এই কাম, খুলি পৰিব সৌভাগ্যৰ দুৱাৰ

কিদৰে যাব আদিৰ দিনটো, এই ৰাশিৰ লোকে সাৱধানে থাকিব, কাজিয়া পেচালৰ পাৰ আঁতৰত থাকক

কিদৰে যাব আদিৰ দিনটো, এই ৰাশিৰ লোকে সাৱধানে থাকিব, কাজিয়া পেচালৰ পাৰ আঁতৰত থাকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.