• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান পুৰুষৰ সৈতে হিন্দু মহিলাৰ দ্বিতীয় বিবাহৰ আইনী বৈধতা নাইঃ গুৱাহাটী উচ্চ ন্যায়ালয়

মুছলমান পুৰুষৰ সৈতে হিন্দু মহিলাৰ দ্বিতীয় বিবাহৰ আইনী বৈধতা নাইঃ গুৱাহাটী উচ্চ ন্যায়ালয়

5 years ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

12 minutes ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

2 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

3 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

3 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

3 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

4 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

5 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

6 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

7 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

7 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

8 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুছলমান পুৰুষৰ সৈতে হিন্দু মহিলাৰ দ্বিতীয় বিবাহৰ আইনী বৈধতা নাইঃ গুৱাহাটী উচ্চ ন্যায়ালয়

editor by editor
September 14, 2021
in অসম, গুৱাহাটী, বিবিধ
0
মুছলমান পুৰুষৰ সৈতে হিন্দু মহিলাৰ দ্বিতীয় বিবাহৰ আইনী বৈধতা নাইঃ গুৱাহাটী উচ্চ ন্যায়ালয়
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মুছলমান পুৰুষৰ সৈতে হিন্দু মহিলাৰ দ্বিতীয় বিবাহৰ আইনী বৈধতা নাই৷ এখন লেখ আৱেদনৰ নিষ্পত্তি কৰি শেহতীয়াভাৱে এই ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ বিশেষ বিবাহ আইনৰ অধীনত এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায় ন্যায়ালয়ে৷ দীপামণি কলিতা নামৰ এগৰাকী মহিলাই তৰা গোচৰৰ ভিত্তিত ৰায় প্ৰদান কৰে উচ্চ ন্যায়ালয়ে৷ গুচৰীয়া দীপামণি কলিতাই বিশেষ বিবাহ আইনৰ অধীনত দ্বিতীয় বিবাহ সম্পন্ন কৰিছিল চাহাবুদ্দিন আহমেদৰ নামৰ এগৰাকী ব্যক্তিৰ সৈতে৷ ২০১৭ চনৰ ১৮ জুলাইত এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল দীপামণিৰ স্বামীৰ৷ মৃত্যুৰ পূৰ্বে চাহাবুদ্দিন আহমেদ কামৰূপ (গ্ৰাম্য)ৰ উপায়ুক্তৰ কাৰ্যালয়ত লাটমণ্ডল হিচাপে কৰ্মৰত হৈ আছিল৷ স্বামীৰ মৃত্যুৰ পাছত পেন্সনকে ধৰি যাৱতীয় সা-সুবিধাৰ পৰা বঞ্চিত দীপামণি কলিতাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এখন লেখ আৱেদন দাখিল কৰে৷ ডব্লিউ পি (চি) ৬৮৬৭/২০১৯ নম্বৰৰ অধীনত দাখিল কৰে লেখ আৱেদন৷ শুনানি কালত ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে বিশেষ বিবাহ আইন-১৯৫৪ৰ অধীনত চাহাবুদ্দিন আহমেদ আৰু দীপামণি কলিতাৰ বিবাহ সম্পন্ন হৈছিল৷ কিন্তু প্ৰয়াত চাহাবুদ্দিন আহমেদৰ সৈতে প্ৰথমা পত্নীৰ বিবাহ বিচ্ছেদৰ কোনো নথিসম্বলিত তথ্য নাই৷ এইক্ষেত্ৰত আদালতৰ মজিয়াত বিশেষ বিবাহ আইনৰ ৪ নং দফাৰ পুংখানুপুংখভাৱে আলোকপাত কৰা হয়৷ লগতে উচ্চতম ন্যায়ালয়ে বিভিন্ন গোচৰত দিয়া নীতি–নিৰ্দেশনা সন্দৰ্ভত আলোচনা কৰি উচ্চ ন্যায়ালয়ে দীপামণি কলিতাৰ লেখ আৱেদন খাৰিজ কৰে৷ অৱশ্যে দীপামণি কলিতাৰ সন্তানে এইক্ষেত্ৰত পেন্সনকে ধৰি অন্যান্য সা-সুবিধা পোৱাৰ যোগ্য বুলি বিবেচনা কৰি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam live 24 todayaxom live 24gauhati high court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
#Fact check: উন্নয়নৰ ভেজাল ছবি যোগীৰ ৰাজ্যত

#Fact check: উন্নয়নৰ ভেজাল ছবি যোগীৰ ৰাজ্যত

ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব সুস্মিতা দেৱ

ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব সুস্মিতা দেৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.