অসম লাইভ২৪ঃ সংসদত গৌৰৱ গগৈৰ গৰ্জন
বিজেপিক আক্ৰমণ সাংসদ গৌৰৱৰ
সংসদত EDৰ ওপৰত গুৰুতৰ অভিযোগ গৌৰৱ গগৈৰ
ED বিজেপিৰ এটা অংশ হৈ পৰা বুলিও অভিযোগ গৌৰৱৰ
‘কেনেদৰে EDয়ে বিজেপিৰ হৈ কাম কৰি আছে সকলো স্পষ্ট’
‘২০০৫ৰ পৰা ২০১৪লৈকে EDৰ ৰেড মাৰিছিল ৯৩শতাংশ’
‘বৰ্তমান EDৰ ৰেডৰ সংখ্যা ২৯শতাংশলৈ হ্ৰাস হৈছে’
‘এতিয়া যিমান ৰেড EDয়ে মাৰিছে প্ৰায়সংখ্যকেই ৰাজনৈতিক প্ৰৰোচনা’
‘২০১৩ত EDৰ ৰেডৰ সংখ্যা আছিল ২০৯’
‘২০২১ত ১১৮০ টা ৰেড মাৰিছে EDয়ে’
‘কিন্তু অপৰাধীৰ সংখ্যা তেনেই তাকৰ’
‘২০২৩ৰ ২৩ আগষ্টত উচ্চতম ন্যায়ালয়ে EDক টিপ্পনী মাৰিছিল’
‘EDয়ে কেতিয়াও আইনী ধাৰাৰে কাম কৰা যেন লগা নাই’
‘২৩ চনৰ ৪অক্টোবৰত উচ্চতম ন্যায়ালয়ে EDক পুনৰ টিপ্পনী মাৰে’
‘EDয়ে ৰেড মাৰি মাৰি এক আতংকৰ পৰিবেশৰ সৃষ্টি কৰিছে’
‘এই অভিযোগ কংগ্ৰেছৰ নহয়, এই কথা খোদ উচ্চতম ন্যায়ালয়ে দাঙি ধৰিছে’
‘৪০হাজাৰ কোটি টকা ধাৰ লৈ ৩১ গৰাকী লোক এতিয়াও বিদেশত পলাই আছে’
আজিলৈকে EDয়ে এইকেইজন লোকক ধৰিব পৰা নাই
‘নীৰৱ মোদীৰ নামত ১২ হাজাৰ কোটিৰ প্ৰৱঞ্চনা, EDয়ে আটক কৰিব পৰা নাই’
‘বিজয় মালিয়াৰ ৯হাজাৰ কোটিৰ প্ৰৱঞ্চনা, EDয়ে আটক কৰিব পৰা নাই’
‘মেহুল চক্সিৰ ১২ কোটিৰ প্ৰৱঞ্চনা, EDয়ে আটক কৰিব পৰা নাই’
‘যতীন মেহতাৰ ৭হাজাৰ কোটিৰ প্ৰৱঞ্চনা, EDয়ে আটক কৰিব পৰা নাই’
‘ললিত মোদীৰ ১২৫কোটিৰ প্ৰৱঞ্চনা, EDয়ে আটক কৰিব পৰা নাই’
‘চেত্যান চন্দেশ্বৰ, নীতিন চন্দেশ্বৰৰ ৫হাজাৰ কোটিৰ প্ৰৱঞ্চনা, EDয়ে আটক কৰিব পৰা নাই’
‘সকলোবোৰ প্ৰৱঞ্চক আজি বিদেশত নিৰাপদে আছে’
‘নিজকে বিশ্বগুৰু বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় আটক কৰিব পৰা নাই?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ