• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ দিনটোত কেইবাটাও শুভ যোগ, সৌভাগ্যৰ শিখৰত থাকিব ৫ ৰাশি

কাইলৈৰ দিনটোত কেইবাটাও শুভ যোগ, সৌভাগ্যৰ শিখৰত থাকিব ৫ ৰাশি

2 years ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

22 minutes ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

54 minutes ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

2 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

2 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

3 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

5 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

6 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

7 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

8 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ দিনটোত কেইবাটাও শুভ যোগ, সৌভাগ্যৰ শিখৰত থাকিব ৫ ৰাশি

editor by editor
February 9, 2024
in জীৱনশৈলী, বিবিধ
0
কাইলৈৰ দিনটোত কেইবাটাও শুভ যোগ, সৌভাগ্যৰ শিখৰত থাকিব ৫ ৰাশি
0
SHARES
13.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১০ ফেব্ৰুৱাৰী ২০২৪ৰ শনিবাৰে চন্দ্ৰই শনিৰ ৰাশি কুম্ভত গোচৰ কৰিব। কুম্ভ ৰাশিতেই বৰ্তমান অৱস্থান কৰিছে শনিয়ে। ইয়াৰ ফলত কাইলৈ শনি আৰু চন্দ্ৰৰ যুঁটি গঠিত হ’ব। পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। কাইলৈ আৰম্ভ হ’ব মাঘ গুপ্ত নৱৰাত্ৰিও। তন্ত্ৰ সাধকসকলে এই গুপ্ত নৱৰাত্ৰি বিশেষভাৱে পালন কৰে। কাইলৈ যিসমূহ শুভ যোগ গঠিত হ’ব সেইসমূহ হৈছে বৰিয়ান যোগ আৰু ৰুচক যোগ। ইয়াৰোপৰি ১০ফেব্ৰুৱাৰীত থাকিব ধনিষ্ঠা নক্ষত্ৰ। এইসমূহ শুভ যোগৰ প্রভাৱত কোন কোন ৰাশিৰ জাতকৰ ভাগ্য খুলিব?

মেষ ৰাশি
ৰুচক যোগৰ প্ৰভাৱত জীৱনত উন্নতি হ’ব মেষ ৰাশিৰ জাতকৰ। শনিৰ দয়াত বেছ কিছু আৰ্থিক লাভ হ’ব পাৰে। শিক্ষাক্ষেত্ৰত কোনো সমস্যাই দেখা দিব পাৰে। কিন্তু পূৰ্বৰ সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰিব মেষ ৰাশিৰ জাতকে। নিজৰ লক্ষ্যত এঢাপ আগুৱাই যাব আপুনি। বিবাহৰ কথাও চলিব পাৰে।

সিংহ ৰাশি
কাইলৈ মা দুৰ্গাৰ আশীৰ্বাদৰ শুভ প্ৰভাৱ লাভ কৰিব সিংহ ৰাশিৰ জাতকে। কাইলৈ শনিবাৰে আপোনাৰ পৰিয়ালৰ বাবেও কোনো সুখবৰ আহিব পাৰে। শহুৰৰ ঘৰৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব পাৰে। ব্যৱসায়ত ৰৈ যোৱা সকলো কামেই সমাধান হ’ব। জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হ’ব সিংহ ৰাশিৰ জাতক।

তুলা ৰাশি
১০ফেব্ৰুৱাৰীত গ্ৰহৰাজ শনিৰ আশীৰ্বাদত দুৰ্দান্ত দিন কটাব তুলা ৰাশিৰ জাতকে। কাইলৈ সকলো কামতেই সৌভাগ্য লাভ কৰিব আপুনি। আৰ্থিকভাৱেও বেছ কিছু উন্নতিৰ যোগ আছে। ইয়াৰফলত কাইলৈ আপোনাৰ মনত সুখ শান্তি বৰ্তি থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব। কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ পৰিচয় হ’ব পাৰে। যাৰফলত আপুনি লাভৱান হ’ব।

ধনু ৰাশি
শনিবাৰে ৰুচক যোগৰ সম্পূৰ্ণ ফল পাব ধনু ৰাশিৰ জাতকে। সন্তানৰ দিশৰ পৰা কাইলৈ কোনো ভাল খবৰো পাব পাৰে। সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ধনু ৰাশিৰ জাতকৰ। বন্ধুৰ সৈতে ভাল সময় কটাব। ধনু ৰাশিৰ জাতকে কাইলৈ যি কামতেই হাত দিয়ে সফলতা আহিবই।

মীন ৰাশি
ধনিষ্ঠা নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰতো। কাইলৈ নিজৰ প্ৰতিভাৰ বিকাশ ঘটাব পাৰিব আপুনি। পৰিশ্ৰম কৰিলে শনিৰ আশীৰ্বাদ পাবই। কাৰ্যালয়ত প্ৰশংসাৰ পাত্ৰ হ’ব। ধৰ্মীয় বিষয়ৰ প্ৰতি কাইলৈ আপোনাৰ আগ্ৰহ বাঢ়িব। অৰ্থলাভো হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ
জীৱনশৈলী

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

August 8, 2026
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ
প্ৰযুক্তি

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

August 8, 2026
Next Post
আগন্তুক সপ্তাহতেই শত্ৰু শনিৰ সৈতে মিলিত হ’ব সূৰ্য, বিপদ আহি আছে ৫ৰাশিৰ জাতকলৈ

আগন্তুক সপ্তাহতেই শত্ৰু শনিৰ সৈতে মিলিত হ’ব সূৰ্য, বিপদ আহি আছে ৫ৰাশিৰ জাতকলৈ

গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?

গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.