• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?

গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?

2 years ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

27 minutes ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

59 minutes ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

2 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

2 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

3 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

5 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

6 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

6 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

7 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

8 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

21 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?

editor by editor
February 10, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাস্পতালত ভৰ্তি হৈ আছে অভিনেতা মিঠুন চক্ৰবৰ্তী। শনিবাৰে পুৱা ১০ বজাত ‘শাস্ত্ৰী’ ছবিৰ শ্বুটিঙস্থলীতেই ঢলি পৰে মিঠুন চক্ৰবৰ্তী। লগে লগে হাস্পতালত ভৰ্তী কৰোৱা হয় মিঠুনক। হাস্পতাল সূত্ৰৰ খবৰ অনুসৰি ব্ৰেইন ষ্ট্ৰোক হৈছে অভিনেতাজনৰ। এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিনেতা মিঠুন। মিঠুন চক্ৰবৰ্তীৰ ব্ৰেইন ষ্ট্ৰোক হোৱা বুলি হাস্পতাল সূত্ৰই প্ৰকাশ কৰিছে। ব্ৰেইন ষ্ট্ৰোক হ’লে মস্তিষ্কৰ বিভিন্ন অংশৰ ৰক্ত সৰবৰাহ বন্ধ হৈ যায়। এই ষ্ট্ৰোকক কোৱা হয় ইস্কেমিক ষ্ট্ৰোক। বহুতৰ ক্ষেত্ৰত মস্কিষ্কৰ ৰক্তনলী ফাটি ৰক্তক্ষৰণ হ’বলৈ আৰম্ভ হয়, এই ষ্ট্ৰোকক কোৱা হয় হেমোৰজিক ষ্ট্ৰোক। উভয় পৰিস্থিতিত মস্তিষ্কৰ অংশসমূহ ক্ষতিগ্ৰস্থ হয় যাৰফলত ৰোগীৰ প্ৰাণনাশৰ আশংকা থাকে।

অভিনেতা মিঠুন চক্ৰবৰ্তীৰ বৰ্তমান বয়স ৭৩বছৰ। চিকিৎসকৰ মতে হাৰ্টৰ সমস্যা, ডায়াবেটিছ আৰু বয়সজনিত কাৰণত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়। ইয়াৰোপৰি পৰিয়ালৰ কোনো লোক যদি এই ৰোগত আক্ৰান্ত হৈছে তেন্তে ষ্ট্ৰোকৰ আশংকা আৰু বাঢ়ি যায়। এইসমূহৰ ওপৰিও ব্ৰেইন ষ্ট্ৰোকৰ প্ৰধান কেইটামান কাৰণ হৈছে আমাৰ নিজা কিছু বদভ্যাস। এই বদভ্যাস সমূহৰ ভিতৰত আছে-

অস্বাস্থ্যকৰ খাদ্য গ্ৰহণঃ স্বাস্থ্যকৰ খাদ্যভ্যাস ৮০ শতাংশ মানুহৰেই নাই। অতিৰিক্ত পৰিমাণে নিমখ, চেনী আদি গ্ৰহণ কৰাটোৱেও ষ্ট্ৰোকৰ আশংকা বঢ়ায়। অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলষ্ট্ৰেৰলেও বিপদ মাতি আনিব পাৰে। যিসকলে অত্যধিক পৰিমানে কণীৰ কুহুম আৰু মাংস খাই তেওঁলোকৰো এই আশংকা বহু পৰিমানে বেছি।

পৰিশ্ৰম নকৰাঃ শৰীৰচৰ্চাৰ অভাৱ, সমগ্ৰ দিন শুই বহি থকা আদিও ৰোগৰেই লক্ষণ। অলস জীৱনযাপনত শৰীৰৰ ওজন বাঢ়ে, পেশী আৰু হাড়ৰ সক্ষমতা কমে। বিপাকৰ হাৰত নেতিবাচক প্ৰভাৱ পৰে।

ধূমপানঃ ধূমপানৰ ফলত শৰীৰত অসংখ্য ক্ষতিকৰ পদাৰ্থই প্ৰৱেশ কৰে। আনকি পৰোক্ষ ধূমপানেও প্ৰৱল ক্ষতি কৰে। তেজত অক্সিজেনৰ মাত্ৰা কমি যায়। ফলত হাওঁফাওঁপ ওপৰিও সংবহনতন্ত্ৰৰো ক্ষতি হয়।

মদ্যপানঃ অতিৰিক্ত মদ্যপান অনিয়ন্ত্ৰিত ৰক্তচাপৰ অন্যতম কাৰণ। এলকহলে শিৰা আৰু ধমনীৰ স্থিতিস্থাপকতাক মাৰাত্মকভাৱে প্ৰভাৱিত কৰে। মদ্যপানো ষ্ট্ৰোকৰ অন্যতম প্রধান কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

June 25, 2026
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
Next Post
‘লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?

'লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?

৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.