• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?

‘লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?

3 years ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

5 minutes ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

30 minutes ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

60 minutes ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

1 hour ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

2 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

2 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

3 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

4 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

5 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

7 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?

editor by editor
February 10, 2024
in অসম, ভাৰত, ৰাজনীতি
0
‘লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত সংশোধিত নাগৰিকত্ব আইন (CAA) কাৰ্যকৰী হ’ব বুলি জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শনিবাৰে গৃহমন্ত্ৰীয়ে কয়, ‘লোকসভা নিৰ্বাচনৰ পূৰ্বেই CAA কাৰ্যকৰী কৰা হ’ব।’ ২০১৯ চনত দ্বিতীয়বাৰ ক্ষমতালৈ আহিয়েই CAA বিল পাছ কৰিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰে। এই নতুন নাগৰিকত্ব আইন অনুসৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ দৰে মুছলমান ধৰ্মাৱলম্বী দেশত যদি সেই দেশৰ ধৰ্মীয় সংখ্যালঘূয়ে ধৰ্মীয় উৎপীড়নৰ বাবে এই দেশত আশ্ৰয় বিচাৰে তেন্তে ভাৰতত তেওঁলোকক আশ্ৰয় দিয়া হ’ব।

সংসদৰ দুই কক্ষই পাছ কৰাৰ পাছতেই ৰাষ্ট্ৰপতিয়েও অনুমোদন দিছিল CAA বিলত। কিন্তু বৰ্তমান পৰ্যন্ত আইনখন দেশত লাঘু হোৱা নাই। জানুৱাৰী মাহত এই আইনৰ ধাৰা তৈয়াৰৰ
বাবে সপ্তমবাৰ সময়বৃদ্ধিত সেউজ সংকেত দিছিল সংসদীয় সচিবালয়ে। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি সেই কাম শেষ হোৱাৰ পথত। ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশৰ মতে প্ৰায় চাৰে চাৰি বছৰ ধৰি বিষয়টো সমাধান নোহোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে একাংশ হিন্দু।

লোকসভা নিৰ্বাচনৰ পূৰ্বেই CAAকাৰ্যকৰী কৰিব মোদী চৰকাৰে বুলি মুকলিকৈ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শনিবাৰে দিল্লীত এক বিশেষ সভাত এই কথা স্পষ্টৰূপত জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়, ‘CAA দেশৰ এখন আইন। এই আইন অৱশ্যেই কাৰ্যকৰী কৰা হৈছে। এই বিষয়ে কোনো সংশয় আপোনালোকে নাৰাখিব।’ পশ্চিমবংগৰ দৰে বিৰোধী শাসিত ৰাজ্যসমূহে ধৰ্মীয় পৰিচয়ৰ ভিত্তিত CAA কাৰ্যকৰী কৰাৰ এতিয়াও বিৰোধিতা কৰি আছে। গৃহমন্ত্ৰী অমিত শ্বাহে জনোৱামতে বিদেশৰ পৰা কোনো নাগৰিক আহিলে তেওঁলোকৰ নাগৰিকত্ব দিয়াৰ সকলো প্ৰক্ৰিয়া অনলাইনৰ মাধ্যমেৰে হ’ব। তেওঁলোকে নিজা তথ্য পৰ্টেলৰ জৰিয়তে দিব লাগিব। তেওঁলোকৰ তথ্য চায়েই নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত লোৱা হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
Next Post
৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.