• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

3 weeks ago
দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

36 minutes ago
নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

57 minutes ago
দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

1 hour ago

গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন, হঠাৎ স্থগিত কেবিচি’ৰ শ্বুটিং!

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৮ নৱেম্বৰৰ ৰাশিফল, জানক ১২টা ৰাশিৰ ভাগ্য!

2 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

ডাকঘৰৰ সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে ৮,০০০ টকা, ২১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

3 hours ago
PNB 5 lakh FD: ৫ বছৰৰ বাবে ৫ লাখ টকাৰ FD! সাধাৰণ গ্ৰাহকতকৈ জ্যেষ্ঠ নাগৰিকে কিমান বেছি পাব?

PNB 5 lakh FD: ৫ বছৰৰ বাবে ৫ লাখ টকাৰ FD! সাধাৰণ গ্ৰাহকতকৈ জ্যেষ্ঠ নাগৰিকে কিমান বেছি পাব?

4 hours ago
দেৱালীত ৰাজযোগ, ৩ ৰাশিৰ বাবে অত্যন্ত শুভ!

দেৱালীত ৰাজযোগ, ৩ ৰাশিৰ বাবে অত্যন্ত শুভ!

5 hours ago
দীপাৱলিৰ পূৰ্বে ৫ গ্ৰহই সলনি কৰিব স্থান, ধনে ধানে উপচিব ৫ৰাশিৰ জীৱন

দেৱালীত ৰাশি অনুসৰি কৰক এই উপায়! মা লক্ষ্মীৰ কৃপাৰে হ’ব আৰ্থিক উন্নতি

6 hours ago
Kali puja 2026 : কাইলৈ শ্যামা পূজা, জানক এই পূজাৰ তাৎপৰ্য

Kali puja 2026 : কাইলৈ শ্যামা পূজা, জানক এই পূজাৰ তাৎপৰ্য

6 hours ago
নিশা টোপনি যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু, শৰীৰত দেখিব চমৎকাৰ!

নিশা টোপনি যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু, শৰীৰত দেখিব চমৎকাৰ!

6 hours ago
চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান

চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

চোৰবাগান সৰ্বজনীন দুৰ্গা পূজাত হঠাতে ঠিক কি হ’ল?

editor by editor
October 17, 2026
in বিবিধ, ভাৰত, লেখা
0
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
0
SHARES
709
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তমীৰ সন্ধিয়া হঠাৎ বৰষুণ, সময় সন্ধিয়া ৭:৪০ বজাত! বতৰ বিভাগে আগতীয়াকৈ সেই বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল। ভিৰক আওকাণ কৰি মহানগৰীৰ প্ৰধান পূজাসমূহ দৰ্শনাৰ্থীৰে উপচি পৰিছিল। চোৰবাগান সৰ্বজনীন দুৰ্গা পূজাটো ভয়ংকৰ ভিৰ কৰা দেখা যায়। বৰষুণ আৰম্ভ হোৱাৰ লগে লগে দৰ্শনাৰ্থীয়ে পলায়ন কৰিবলৈ মণ্ডপৰ ভিতৰলৈ লৰালৰিকৈ সোমাই যায়। তাৰ ফলতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।

চোৰবাগান সৰ্বজনীন পূজাৰ প্ৰতিষ্ঠাপক প্ৰীতম সৰকাৰে কয়, “যেতিয়া বৰষুণ আৰম্ভ হৈছিল তেতিয়া বৃহৎ সংখ্যক লোক ভিতৰলৈ সোমাইছিল। এটা সময়ত মাত্ৰ নিৰ্দিষ্ট সংখ্যক লোককহে প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছিল। হেঁচাঠেলাৰ বাবে পেণ্ডেলৰ এটা অংশ ভাঙি যায়। প্ৰথম শুনা মতে চাৰি-পাঁচজন লোক আহত হৈছিল।”

কম পোহৰৰ বাবে দৃশ্যমানতা কম আছিল। একেটা পথেই পোহৰৰ পৰা আন্ধাৰলৈ প্ৰৱেশ আৰু প্ৰস্থান কৰিছিল, যাৰ ফলত দুৰ্ঘটনাটো ভয়ংকৰ হৈ পৰে। প্ৰশ্ন উত্থাপন হয় যে মণ্ডপত দৰ্শনাৰ্থীৰ ভিৰ পৰিচালনাৰ দায়িত্বত আছিল বহু স্বেচ্ছাসেৱক, তেন্তে বৰষুণৰ সময়ত তেওঁলোক ক’ত গ’ল? আৰক্ষীয়ে কিয় মেনেজ কৰিব নোৱাৰিলে ভিৰ? পূজা আয়োজকসকলৰ পৰিচালনা আৰু আৰক্ষীৰ ভূমিকাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

দুৰ্ঘটনাটোত আহত আটাইকেইজনক শীঘ্ৰে উদ্ধাৰ কৰি কলকাতা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। পৰিস্থিতি চম্ভালিবলৈ লালবজাৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, কলকাতা আৰক্ষী দুৰ্যোগ ব্যৱস্থাপনা গোট (ডি এম জি) আৰু এম্বুলেন্সৰ লগতে চিকিৎসা দল প্ৰেৰণ কৰা হয়।

এই ভিৰত কেইবাজনো লোকক ভৰিৰে গচকিলে, ইয়াৰে প্ৰায় ২০ জনৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। বৰ্তমান এজনৰ পৰিচয় পোহৰলৈ আহিছে, মৃতকৰ নাম শ্ৰীপৰ্ণ পোদ্দাৰ।

উল্লেখ্য় যে, চোৰবাগানত সংঘটিত এই ঘটনাত ৪৫ জন লোক আহত হৈছে। সূত্ৰ অনুসৰি ৩৫ জন ব্যক্তিক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে; ইয়াৰে কেইবাজনৰ অৱস্থা সংকটজনক। বৰ্তমান অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে পূজা মণ্ডপটো। চোৰবাগানত সংঘটিত ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰ স্থাপন কৰিছে; নম্বৰটো হৈছে ১৮০০৩৪৫৫৬৭৮।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!
জীৱনশৈলী

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

November 7, 2026
নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ
অসম

নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

November 7, 2026
দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক
জীৱনশৈলী

দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

November 7, 2026
বিনোদন

গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন, হঠাৎ স্থগিত কেবিচি’ৰ শ্বুটিং!

November 7, 2026
Next Post
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ'বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.