• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বয়স হ’লেই নাৰীয়ে খোলামেলা পোছাক নিপিন্ধিব সেয়া পুৰুষতান্ত্ৰিক ধাৰণা’ শিক্ষকতা এৰি অন্তৰ্বাসৰ মডেল হ’ল ৫০ বছৰীয়া মহিলা…

‘বয়স হ’লেই নাৰীয়ে খোলামেলা পোছাক নিপিন্ধিব সেয়া পুৰুষতান্ত্ৰিক ধাৰণা’ শিক্ষকতা এৰি অন্তৰ্বাসৰ মডেল হ’ল ৫০ বছৰীয়া মহিলা…

3 years ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

2 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

3 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

3 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

4 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

5 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

5 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

6 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

7 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

7 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

8 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘বয়স হ’লেই নাৰীয়ে খোলামেলা পোছাক নিপিন্ধিব সেয়া পুৰুষতান্ত্ৰিক ধাৰণা’ শিক্ষকতা এৰি অন্তৰ্বাসৰ মডেল হ’ল ৫০ বছৰীয়া মহিলা…

editor by editor
April 9, 2023
in জীৱনশৈলী, ফেশ্বন, বিনোদন, ভাৰত
0
‘বয়স হ’লেই নাৰীয়ে খোলামেলা পোছাক নিপিন্ধিব সেয়া পুৰুষতান্ত্ৰিক ধাৰণা’ শিক্ষকতা এৰি অন্তৰ্বাসৰ মডেল হ’ল ৫০ বছৰীয়া মহিলা…
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫০ত ভৰি দিয়াৰ পাছতেই সকলোৰে মনত অৱসৰ লোৱাৰ কথাই আহে৷ চাকৰিয়ালসকলেই নহয় ব্যৱসায়ীসকলেও নিজকে কিছু সময় দিয়াৰ চিন্তা কৰে৷ সম্পূৰ্ণ ব্যতিক্ৰমীভাৱে এগৰাকী মহিলাই ৫০ বছৰৰ পাছত আৰম্ভ কৰিছে অন্য এক জীৱন৷ এনে এক পেছাক বাছি লৈছে যি পেছা পঞ্চাছ উৰ্ধৰ এগৰাকী মহিলাই বাছি ল’ব পাৰে বুলি আপুনি কল্পনাও কৰিব নোৱাৰে৷ ৫০ অতিক্ৰম কৰাৰ পাছতেই গীতা নামৰ মহিলাগৰাকীয়ে প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈ নামি পৰিছে মডেলিঙৰ ক্ষেত্ৰত৷ সাধাৰণ মডেলো নহয়, তেওঁ মহিলাৰ অন্তৰ্বাসৰ মডেলিং কৰে৷ সাধাৰণতে অন্তৰ্বাসৰ বিজ্ঞাপনত কমবয়সীয়া যুৱতীকেই দেখা যায়৷ কিন্তু গীতা সম্পূৰ্ণ বিপৰীত৷ সাধাৰণতে এই বিজ্ঞাপনত বয়সীয়াল মহিলাৰ চাহিদা নিচেই ক’ম৷

সাধাৰণতে অন্তৰ্বাসৰ বিজ্ঞাপনত খোলামেলা পোছাকত কমবয়সীয়া মডেলকেই কল্পনা কৰে সাধাৰণ জনতাই৷ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি গীতাই কৈছে, ‘আমাৰ দৰে পুৰুষতান্ত্ৰিক দেশত পুৰুষতন্ত্ৰৰ শিঁপাডাল বহুত গভীৰলৈ শিঁপাই আছে৷ এটা নিৰ্দিষ্ট বয়সৰ পাছত নাৰীয়ে ভদ্ৰ পোছাক পৰিধান কৰিব লাগে বুলিয়েই আমাৰ মনত সোমাই আছে৷ এই ধাৰণাক একে ৰাতিৰ ভিতৰত সলাই পেলোৱা কাৰোপক্ষে সম্ভৱো নহয়৷ এই ধাৰণা সলনি কৰিবলৈ কিছু সময়ত প্ৰয়োজন আছে৷’

বহু তাচ্ছিল্যসূচক প্ৰশ্নৰ মুখামুখি হৈয়ো মডেলিঙৰ জগতত আগবাঢ়িছে গীতা৷ সৰুৰেপৰাই গীতাৰ সপোন আছিল মডেলিং কৰা৷ জীৱনৰ ৫০ টা বসন্ত অতিক্ৰম কৰাৰ পাছতো গীতাই সেই স্বপ্নটোক বিদায় দিব নিবিচাৰে৷ ২০১৯ চনত ‘ইণ্ডিয়া ব্ৰেনী বিউটি’ নামৰ এক সৌন্দৰ্য প্ৰতিযোগীতাত প্ৰথম মডেলিং কৰে গীতাই৷ প্ৰথম ৰেম্পত খোজ দিয়েই গীতাই পাইছিল দ্বিতীয় স্থান৷ তাৰপাছতেই গীতাই চাকৰি বাদ দি মডেলিঙকেই পেছা হিচাপে বাছি লৈছে৷

চাকৰি এৰাৰ পাছতেই তেওঁ অন্তৰ্বাসৰ মডেলিং আৰম্ভ কৰে৷ ২০২১ বৰ্ষত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ পোনতে মন্তব্য কৰি কৈছিল, ‘মডেল হোৱাৰ বহুত ইচ্ছা আছিল কিন্তু পৰিয়ালৰ তৰফৰ পৰা কেতিয়াও চাপৰ্ট পোৱা নাছিলো৷ গ্লেমাৰ ইণ্ডাষ্ট্ৰীত মহিলা সুৰক্ষিত নহয় বুলিয়েই এই জগতত ভৰি দিব পৰা নাছিলো৷ ৫০ পাৰ হোৱাৰ পাছত এই সুযোগ পাইছো৷ সৌন্দৰ্য প্ৰতিযোগীতাত দ্বিতীয় স্থান পোৱাৰ পাছত ফটোগ্ৰাফাৰৰ নজৰ মোৰ ওপৰত পৰিল৷ তেতিয়াই মডেলিং এজেন্সিৰ পৰা ফোন পাবলৈ ধৰিলো৷ দিল্লীৰ এজন ফটোগ্ৰাফাৰে মোক প্ৰথম কেমেৰাত বন্দী কৰিলে৷ প্রথমটো ফটোশ্বুটতেই মই অন্তৰ্বাসৰ মডেল হোৱাৰ অফাৰ পালো৷ অন্তৰ্বাসৰ মডেল হোৱাৰ বাবে বহুতে সমালোচনা কৰিছে যদিও বহুতেই মোৰ পদক্ষেপক শলাগিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
Next Post
কেজৰিৱালক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, ‘এইটো কি মাল আহিল মই চাব লাগিব, মাল শব্দটো অসংসদীয় নহয়’

কেজৰিৱালক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, ‘এইটো কি মাল আহিল মই চাব লাগিব, মাল শব্দটো অসংসদীয় নহয়’

গৰমৰ দিনত ভৰিৰ পৰা দুৰ্গন্ধ ওলায়? দুৰ্গন্ধ এৰাই চলিবলৈ এই তিনিটা উপায় অৱলম্বন কৰিব পাৰে

গৰমৰ দিনত ভৰিৰ পৰা দুৰ্গন্ধ ওলায়? দুৰ্গন্ধ এৰাই চলিবলৈ এই তিনিটা উপায় অৱলম্বন কৰিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.