• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

6 months ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

5 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

2 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

3 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

3 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

3 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

4 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

5 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

5 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

6 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

editor by editor
April 9, 2026
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Gen-Z প্ৰাৰ্থী কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ৷

সৰুমটৰীয়া প্ৰাথমিক বিদ্যালত ভোটদান কুনকি চৌধুৰীৰ৷

ভোট প্ৰদানৰ পাছতেই সংবাদমাধ্যমৰ আগত কুনকীয়ে কয়-

এগৰাকী সচেতন নাগৰিক হিচাপে আজি মইয়ো ভোট দিলো৷

অসমবাসীয়ে যদি পৰিবৰ্তন বিচাৰে তেন্তে সকলোৱে ওলাই আহি যাতে ভোট দিয়ে৷

আমাৰ কণ্ঠ, আমাৰ ভোটে দেশৰ বাবে বহু কিবাই কৰিব পাৰে৷

মধ্য গুৱাহাটীত এগৰাকী প্ৰাৰ্থী হিচাপে মোৰো বহু প্ৰত্যাশা আছে৷

আমাৰ মধ্য গুৱাহাটীৰ ২১৮ টা চেণ্টাৰৰ ৰাইজক ভোটদান কৰিবৰ বাবে মই অনুৰোধ জনাম৷

আমি গণতন্ত্ৰত থাকি, গণতন্ত্ৰ ৰক্ষা কৰি ভোট প্ৰদান কৰিব লাগে৷

মই এইবাৰ পৰিবৰ্তনৰ বতাহজাক দেখিছো, অসমৰ মূল সমস্যাসমূহৰ সমাধান বিচাৰিছে ৰাইজে৷

সকলো প্ৰাৰ্থীৰে আশা একেই, ৰাইজৰ সমস্যা সমাধানৰ বাবে ওলাই আহিছে, মইয়ো সেই আশাই কৰিছো৷

মধ্যগুৱাহাটীৰ ৰাইজৰ পৰা মই কম সময়তে বহু মৰম পাইছো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Next Post
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.