• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

2 years ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

23 minutes ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

44 minutes ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

1 hour ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

2 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

3 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

3 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

4 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

5 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

6 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

7 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

7 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

editor by editor
June 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০ জুনত ম্যাদ শেষ হল দেশৰ চিফ অফ আৰ্মী ষ্টাফ জেনেৰেল মনোজ পাণ্ডেৰ। তেওঁৰ ঠাইত দেশৰ নতুন সেনাপ্ৰধান হিচাপে দায়িত্ব ল’লে লেফটেনেন্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে। ৩০ জুনত দেশৰ নতুন সেনাপ্ৰধানৰূপে নিয়োগ কৰা হ’ল উপেন্দ্ৰ দ্বিবেদীক।

ভাইছ চিফ অফ আৰ্মি ষ্টাফ হিচাপে কৰ্মৰত উপেন্দ্ৰ দ্বিবেদীয়ে ১৯৮৪ চনত ভাৰতীয় সেনাৰ জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ ৰেজিমেণ্টত ছেকেণ্ড লেফটেনেন্ট পদত তেওঁ যোগদান কৰিছে। ৪০ বছৰীয়া কৰ্মজীৱনত তেওঁ সামৰি লৈছে একাধিক গুৰুত্বপূৰ্ণ পদ।

বিগত ১৯ ফেব্ৰুৱাৰীত চৰকাৰী সেনা প্ৰধানৰ দায়িত্ব লোৱাৰ পূৰ্বে ২০২২ৰ পৰা ২০২৪ পৰ্যন্ত উত্তৰ সেনাবাহিনীৰ কমাণ্ডিং চিফ আছিল তেওঁ। এই বাহিনীৰ ওপৰিও চীন আৰু পাকিস্তান সীমান্তৰ দায়িত্বতো থাকে। পূৰ্বে লাডাখত চীন আৰু ভাৰতৰ সংঘাত আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল দ্বিবেদীয়ে। দীৰ্ঘ বছৰ ধৰি উত্তৰ আৰু পশ্চিম সীমান্ত সেনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব মূৰপাতি লৈ আছে উপেন্দ্ৰ দ্বিবেদীয়ে। ফলত তেওঁ সেনাপ্ৰধানৰ দায়িত্ব লৈ উত্তৰ পূবৰ ৰাজ্যসমূহত বাঢ়ি থকা উগ্ৰপন্থা নিয়ন্ত্ৰণত আহিব বুলি আশা কৰিছে বিশেষজ্ঞ মহলে।

উল্লেখ্য যে, নেশ্ব্যনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটাৰি একাডেমীৰ প্ৰাক্তন আছিল দ্বিবেদী। ইয়াৰ পূৰ্বে ডেপুটি চিফ অফ আৰ্মি ষ্টাফ, ডাইৰেক্টৰ জেনেৰেল অফ ইনফ্যান্ট্ৰীৰ দৰে বিৰাট পদমৰ্যদা সম্পন্ন পদৰ দায়িত্বতো তেওঁ আছিল। উল্লেখ্য যে ৩১ মেত অৱসৰ লোৱাৰ কথা আছিল দেশৰ বৰ্তমানৰ সেনাপ্ৰধান ৬২ বছৰীয়া মনোজ পাণ্ডেৰ। যদিও লোকসভা নিৰ্বাচন চলাৰ সময়ত তেওঁ অৱসৰৰ সময় পিছুৱাই দিয়ে। নিয়ম অনুসৰি অৱসৰৰ বয়স ৬০ বছৰ হলেও মনোজ পাণ্ডেৰ ম্যাদ ২ বছৰ বঢ়াই দিছিল কেন্দ্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
Next Post
পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?

শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.