• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলোৱে এৰিলেও মই লগত আছো… সুদূৰ ইটালীৰ পৰা মোদীক কাষত আছো বুলি মনোবল দিলে বান্ধৱী মেলোনি জৰ্জিয়াই

সকলোৱে এৰিলেও মই লগত আছো… সুদূৰ ইটালীৰ পৰা মোদীক কাষত আছো বুলি মনোবল দিলে বান্ধৱী মেলোনি জৰ্জিয়াই

2 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

5 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

5 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

6 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

6 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

7 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

8 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

9 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

10 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

10 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

11 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

11 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলোৱে এৰিলেও মই লগত আছো… সুদূৰ ইটালীৰ পৰা মোদীক কাষত আছো বুলি মনোবল দিলে বান্ধৱী মেলোনি জৰ্জিয়াই

সকলোৱে এৰিলেও মই লগত আছো... সুদূৰ ইটালীৰ পৰা মোদীক কাষত আছো বুলি মনোবল দিলে বান্ধৱী মেলোনি জৰ্জিয়াই

editor by editor
June 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
সকলোৱে এৰিলেও মই লগত আছো… সুদূৰ ইটালীৰ পৰা মোদীক কাষত আছো বুলি মনোবল দিলে বান্ধৱী মেলোনি জৰ্জিয়াই
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বৰ দুবাৰৰ দৰে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে৷ তথাপিও কাষত জোঁট আছে৷ এন ডি এ জোঁটৰ সহায়তেই আকৌ এবাৰ চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে বিজেপি দল৷ আকৌ এবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ মছনদত বহিবলৈ আগবাঢ়িছে মোদী৷ মোদীৰ এই যাত্ৰাত দেশৰ প্ৰায়সংখ্যক লোকে সমালোচনা কৰিলেও বিদেশী নেতাসকলে কিন্তু শুভেচ্ছা জনাবলৈ পাহৰা নাই মোদীক৷ তাৰমাজতেই অন্যতম হৈছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি৷ এক্স হেণ্ডেলত মোদীক শুভেচ্ছা জনাইছে জৰ্জিয়াই৷

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়াই মোদীক উদ্দেশ্যি লিখিছে, ‘নিৰ্বাচন জয়ৰ অপাৰ শুভেচ্ছা৷ আৰু ভাল কাম কৰাৰ বাবে আপোনাক উষ্ণ অভিনন্দন জনাইছো৷ আমি একেলগে কাম কৰিম৷ আমাৰ বন্ধুত্ব আৰু মজবুত কৰিম৷ ইটালী আৰু ভাৰত ঐক্যবদ্ধ হৈয়েই থাকিব৷ আমি জাতি আৰু আমাৰ জনগণৰ মংগলৰ বাবে বিভিন্ন বিষয়ত সহযোগিতা অব্যাহত থাকিব৷ আমাৰ এই বন্ধুত্বও সদায়ে অটুত থাকিব৷’

https://x.com/narendramodi/status/1798201897473720393

মুখৰ হাঁহি হেৰাই যোৱা মোদীৰ মেলোনিৰ পষ্টৰ পাছতেই কিছু যেন হাঁহি উভতি আহিছে৷ মেলোনিৰ বিশেষ পোষ্টটো লগে লগেই শ্বেয়াৰ কৰিছে মোদীয়ে৷ মোদীয়ে নিজৰ ৱালত পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘আপোনাৰ সহৃদয় বাৰ্তাৰ বাবে অশেষ ধন্যবাদ মেলোনি৷ আমি ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বক আৰু গভীৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো৷ বিশ্ব কল্যানৰ বাবে একেলগে আমি কাম কৰিবলৈ উন্মুখ হৈ আছো৷’

উল্লেখ্য যে মুছোলিনিপন্থী মেলোনিয়ে যেতিয়া ইটালীৰ মছনদত বহিছিল তেতিয়া তেওঁকো শুভেচ্ছা জনাইছিল নৰেন্দ্ৰ মোদীয়ে৷ নতুন দিল্লী আৰু ৰোমৰ সম্পৰ্কও যথেষ্ট মজবুত৷ ইউৰোপীয় ইউনিয়নৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে দেশখনৰ সৈতে বাণিজ্যিক সম্পৰ্কক গুৰুত্ব দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ সেই সহযোগীতাক আৰু বঢ়াই তোলাৰ বাৰ্তা বাৰে বাৰে দি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মঙলবাৰে নিৰ্বাচনী ফলাফলৰ পাছত দিল্লীত বিজেপিৰ সদৰ দপ্তৰৰ পৰা  দলীয় কৰ্মীক বাৰ্তা দিছে মোদীয়ে৷ মোদীৰ সংবাদমেলত মোদীৰ কাষত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডা, অমিত শ্বাহ আৰু ৰাজনাথ সিং৷ তাতেই তেওঁ বাৰ্তা দিয়ে যে, ‘তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছো যেতিয়া বিকশিত ভাৰতৰ উদ্দেশ্যে আমি আৰু বেছিকৈ কাম কৰিম৷ ৰাজ্য আৰু আমাৰ জোঁটত থকা অন্যান্য দলসমূহক একেলগে লৈ বিকশিত ভাৰতৰ উদ্দেশ্যে কাম কৰিম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
Next Post
৮ জুন হ’ব ঐতিহাসিক দিন! তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে

৮ জুন হ’ব ঐতিহাসিক দিন! তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে

ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই কথামতে উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই কথামতে উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.