• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

8 months ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

29 minutes ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

57 minutes ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

2 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

3 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

3 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

4 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

5 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

5 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

8 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

editor by editor
January 1, 2026
in বাণিজ্য
0
নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত বছৰৰ শেষৰ পৰাই সোণ আৰু ৰূপৰ দামৰ পতন ২০২৬ চনতো অব্যাহত৷ বছৰৰ প্ৰথম ট্ৰেডিং দিনটোত অৰ্থাৎ বৃহস্পতিবাৰেও এই ধাৰা অব্যাহত৷ ১ জানুৱাৰীত মাল্টি কমোডিটি এক্সচেঞ্জ খোলাৰ লগে লগেই ৰূপৰ দাম ১৮০০ টকা কমি যায়৷ অন্যহাতে সোনৰ দামো কিছু পৰিমাণে কমিছে৷

বছৰৰ প্ৰথম দিনটোত কিমান কমিল ৰূপৰ দাম?

বিগত বছৰত ৰূপৰ দাম বহুপৰিমাণে বৃদ্ধি পাইছিল৷ ২০২৫ চনৰ শেষত কিন্তু পৰিস্থিতি সলনি হয়৷ বিগত সপ্তাহত ৰূপৰ দাম বহু পৰিমাণে কমিছে৷ ২০২৬ চনৰ প্ৰথম দিনটোত আৰু কমিল ৰূপৰ দাম৷ এম চি এক্সত ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে ৫ মাৰ্চত ম্যাদ শেষ হোৱা ৰূপৰ ফিউচাৰ মূল্য প্ৰতি কিঃগ্ৰাঃত  ২,৩৫, ৭০১ টকাত বন্ধ হয়৷ কিন্তু ১ জানুৱাৰী ২০২৬ত বজাৰ খোলাৰ লগে লগে ১৮৫১টকা প্ৰতি কিঃগ্ৰাঃত কমি হৈছে ২,৩৩,৮৫০ টকা৷

ৰূপৰ দাম এতিয়া সৰ্বোচ্চ মূল্যৰ তুলনাত কিমান কম?

নতুন বছৰৰ প্ৰথম দিনসহ কেইবাদিন ধৰি ৰূপৰ দাম কমি যোৱাৰ পাছত এতিয়া সৰ্বকালৰ সৰ্বোচ্চ মূল্যৰ তললৈ নামি আহিছে ৰূপৰ দাম৷ ৰূপৰ সৰ্বোচ্চ দাম প্ৰতি কিঃগ্ৰাঃত ২,৫৪,১৭৮ টকা আৰু যদি সেই অনুসৰি হিচাপ কৰা হয় MCX ৰূপৰ দাম এতিয়া এই পৰিসংখ্যাৰ পৰা ২০, ৩২৮ টকা কমিছে৷

আজি সোণৰ দাম কমিছে

কেৱল ৰূপেই নহয়, সোণৰ দামো কমিছে৷ ৫ ফেব্ৰুৱাৰীত শেষ হোৱা MCXৰ ২৪ কেৰেট সোণৰ ফিউচাৰ, বৃহস্পতিবাৰে খোলাৰ সময়ত প্ৰতি ১০ গ্ৰামত ১৩৫, ০৮০ টকালৈ নামি আহিছে, যি পূৰ্বতে বন্ধৰ সময়ত আছিল প্ৰতি ১০ গ্ৰামত ১৩৫, ৪৪৭ টকা৷ এম চি এক্সত সোণৰ দামো প্ৰতি ১০ গ্ৰামত ৫৩৮৫ টকা কমিছে৷

সোণ আৰু ৰূপৰ দাম কমি যোৱাৰ কাৰণ

সোণ আৰু ৰূপৰ দাম কমি যোৱাৰ কাৰণ সম্পৰ্কে ক’বলৈ গলে বিগত কেইবাদিনত সোণ আৰু ৰূপৰ দাম তেওঁলোকৰ সৰ্বোচ্চ স্তৰৰ পৰা উল্লেখযোগ্যভাৱে কমি গৈছে৷ ইয়াৰ কাৰণ বিনিয়োগকাৰীসকলৰ ভয়৷ প্ৰকৃতপক্ষে ৰেকৰ্ড সৰ্বোচ্চ দাম হোৱাৰ পাছত বিনিয়োগকাৰীয়ে উল্লেখযোগ্য পতনৰ আশংকা কৰিছিল৷ যাৰ ফলত তেওঁলোকৰ লাভৰ পৰিমাণ হ্ৰাস পাব পাৰে৷ ফলস্বৰূপে বিক্ৰিৰ প্ৰৱণতাৰ কাৰণে সোণ আৰু ৰূপৰ দাম কমি যায়৷ ইয়াৰোপৰি সোণ আৰু ৰূপৰ দাম হ্ৰাসৰ এক উল্লেখযোগ্য কাৰণ হৈছে ডলাৰৰ শক্তিশালীকৰণ আৰু বিশ্বব্যাপী উত্তেজনা হ্ৰাস পোৱা৷ ফলত নিৰাপদ স্বৰ্ণ বিনিয়োগৰ চাহিদা হ্ৰাস পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…
নিয়োগ

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

September 2, 2026
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা
বাণিজ্য

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

September 2, 2026
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…
বাণিজ্য

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

September 2, 2026
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?
বাণিজ্য

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

September 1, 2026
Next Post
পাকিস্তানৰ ক’ত ক’ত আছে পাৰমাণৱিক কেন্দ্ৰ? দিল্লীক হিচাপ দিলে ইছলামাবাদে, চুক্তিৰ চৰ্ত মানি তালিকা দেখুৱালে ভাৰতেও

পাকিস্তানৰ ক’ত ক’ত আছে পাৰমাণৱিক কেন্দ্ৰ? দিল্লীক হিচাপ দিলে ইছলামাবাদে, চুক্তিৰ চৰ্ত মানি তালিকা দেখুৱালে ভাৰতেও

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.