• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

2 years ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

40 minutes ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

1 hour ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

2 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

3 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

4 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

5 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

5 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

18 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

19 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

19 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

20 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

editor by editor
June 26, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ৰাজনীতি
0
নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

নাক বজাৰ সমস্যাই আপোনাক হাৰাশাস্তি কৰি মাৰিছে নেকি, নিশা শোৱাৰ পাছতেই নাক বাজে বা নাকৰ শব্দ হয়, যাৰ বাবে বহু সমস্যাৰ সন্মুখিন হৈছে আপুনি, তেন্তে চিন্তা নকৰিব এতিয়া আপোনাৰ এই সমস্যাৰ বাবেই টকা পাব আপুনি।

হয়, এই কথা শুনি আপুনি হয়তো আচৰিত হৈছে, এনে এটা সমস্যাৰ বাবে টকা দিব কোনে। কিন্তু এনেকুৱা এক ঠাই আছে য’ত নাকৰ এনে সমস্যা থকা লোকে প্ৰতিমাহে পাব পাৰে ৭৮ হাজাৰ টকা।

অৱশ্যে এই সুবিধা ভাৰতত নহয়, ব্ৰিটেইনত হে উপলব্ধ এই সমস্যা। ব্ৰিটেইনৰ কৰ্ম আৰু ৰোগ বিভাগে (DWP) প্ৰদান কৰিছে এই সুবিধা যিসকল লোকৰ নাক বজাটো গুৰুতৰ সমস্যা হৈ পৰিছে। আমোদজনক কথাটো হ’ল যে সকলো মানুহেই ইয়াৰ সুবিধা ল’ব পাৰে আৰু ই একেবাৰে কৰমুক্ত।

নাক বজাটো এটা সৰু সমস্যা বুলি বিবেচনা কৰি প্ৰায়ে আওকাণ কৰা হয়। ই কেতিয়াবা স্লিপ এপনিয়া নামৰ অধিক গুৰুতৰ অৱস্থালৈ পৰিণত হ’ব পাৰে, যিয়ে আপোনাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। টোপনিৰ মানদণ্ড বেয়া হোৱাৰ বাবে অত্যন্ত ভাগৰুৱা হোৱাৰ উপৰিও এই অৱস্থাৰ ফলত আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এই অৱস্থাত আক্ৰান্ত লোকসকলে ব্যক্তিগত স্বাধীনতা পেমেণ্ট (পিআইপি)ৰ বাবে যোগ্য হ’ব পাৰে। এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই নাক বজা সমস্যাৰ আটাইতকৈ সাধাৰণ প্ৰকাৰটোক অবষ্ট্ৰাকক্টিভ স্লিপ এপনিয়া (OSA) বুলি কোৱা হয়।

অৱশ্যে এই টকাৰ বাবে ব্ৰিটেইন চৰকাৰে বান্ধি দিছে কিছু নিয়ম। নিম্নতম ১৬ বছৰ হব লাগিব আপোনাৰ। দীৰ্ঘ সময়ৰ পৰা মানসিক নাইবা শাৰীৰিক সমস্যা অথবা কোনো বিকলাংগতা থাকিব লাগিব। নিত্যনৈমিত্যিক কাম-কাজত কষ্ট পোৱা লোক হ’ব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24assam liveassam live 24assam live 24 digitalAssam Newsaxom liveaxom live 24news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!
জীৱনশৈলী

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

September 6, 2026
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত
প্ৰযুক্তি

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

September 6, 2026
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট
বিনোদন

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
Next Post
ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি

ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ'ব ৫টা ৰাশি, কোটিপতি হ'ব ৫ ৰাশিৰ অধিপতি

‘কেজৰিৱালে মনীশ শিশোদিয়াৰ ওপৰত জাপি দিলে সকলো দোষ’ চিবিআইৰ ডাঙৰ দাবী

'কেজৰিৱালে মনীশ শিশোদিয়াৰ ওপৰত জাপি দিলে সকলো দোষ' চিবিআইৰ ডাঙৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.