• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

1 year ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

2 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

2 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

3 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

3 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

4 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

5 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

8 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

8 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

10 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

editor by editor
June 9, 2025
in প্ৰযুক্তি, বিশ্ব, ভাৰত
0
আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট
0
SHARES
983
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

বৰ্তমান সময়ত চাইবাৰ অপৰাধী যথেষ্ট বৃদ্ধি পাইছে। যিমানে প্ৰযুক্তিৰ দিশত আগবঢ়া গৈছে সিমানে চাইবাৰ ক্ৰাইমো বৃদ্ধি পাইছে। ইয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰৰ লগতে টেক কোম্পানীয়ে বিভিন্ন গাইডলাইন জাৰি কৰে। লগতে নিজেও সজাগ হৈ থকা বহু প্ৰয়োজন। নাইবা বেংকৰ পৰা টকা লৈ উধাও হব চাইবাৰ অপৰাধী।

এইবাৰ চাইবল ৰিচাৰ্চ এণ্ড ইনটেলিজেন্স লেব (CRIL)ৰ গৱেষণাৰ জৰিয়তে কেইবাটাও তেনে এপ পাইছে। কোৱা হৈছে যে এই সকলোবোৰ এপেই ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য চুৰি কৰি আছে। এনে পৰিস্থিতিত ব্যৱহাৰকাৰীৰ গোপনীয়তাও বিপদত পৰে।

চি আৰ আই এলৰ গৱেষণা অনুসৰি ২০টা এপ আছে যিবোৰ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য আৰু গোপনীয়তাৰ বাবে বিপজ্জনক। এই এপসমূহৰ ভিতৰত আছে ক্ষতিকাৰক ক্ৰিপ্টোকাৰেন্সী ৱালেট এপ। এই সকলোবোৰ সক্ৰিয় ফিছিং কেলেংকাৰীৰ অংশ আৰু মানুহৰ ডাটা চুৰি কৰি আছে। আনকি এইবোৰ বেংক একাউণ্টৰ বাবেও বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে।

ফোনত এই এপসমূহ ডাউনলোড কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে ১২টা ইংৰাজী শব্দ দিব লাগে যিবোৰ ৰিষ্টকৰ বাবে ব্যৱহাৰ কৰিবলৈ কোৱা হয়। ক্ৰিপ্টো ৱালেটত প্ৰৱেশ কৰিবলৈ ইয়াত প্ৰৱেশ কৰাটো প্ৰয়োজনীয়। হেকাৰে ইয়াৰ বিষয়ে জানি ব্যৱহাৰকাৰীৰ ৱালেটত প্ৰৱেশ কৰিব পাৰে।

সাধাৰণতে হেকাৰে ভিডিঅ’ টুল বা গেমিং এপৰ জৰিয়তে মোবাইল প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। এই URL এপটোৰ গোপনীয়তা নীতিত লুকুৱাই ৰখা হয় আৰু যেতিয়া তেওঁলোকে ফোনত এপটো ডাউনলোড কৰে তেতিয়া হেকাৰে ব্যৱহাৰকাৰীৰ একাউণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।

কি কি এপ এতিয়াই ডিলিট কৰিব-
১- Suiet Wallet
২- Hyperliquid
৩- Pancake Swap
৪- Meteora Exchange
৫- OpenOcean Exchange
৬- Harvest Finance blog
৭- BullX Crypto
৮- SushiSwap
৯- Raydium

যদি আপোনাৰ ফোনত এনে কোনো এপ আছে তেন্তে তৎক্ষণাত ডিলিট কৰক আৰু ভৱিষ্যতে কোনো লিংকৰ জৰিয়তে এনে এপ ডাউনলোড নকৰিব। নতুবা কোনো অজ্ঞাত লিংকত ক্লিক কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cybercyber crimeHackerMobile App
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
Next Post
ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

শিহৰণকাৰী, চলন্ত পুষ্পক ৰে’লৰ পৰা ট্ৰেকত পৰে ৮ যাত্ৰী, ৫ জন নিহত

শিহৰণকাৰী, চলন্ত পুষ্পক ৰে'লৰ পৰা ট্ৰেকত পৰে ৮ যাত্ৰী, ৫ জন নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.