• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিক্ষাৰী আছিল, যদিও মাটিত লাঠিৰে কৰি আছিল এনে কাম, আৰক্ষী কাষ চাপি আচৰিত

ভিক্ষাৰী আছিল, যদিও মাটিত লাঠিৰে কৰি আছিল এনে কাম, আৰক্ষী কাষ চাপি আচৰিত

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

3 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

3 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

4 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

4 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

5 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

5 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

6 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

7 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

9 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

9 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভিক্ষাৰী আছিল, যদিও মাটিত লাঠিৰে কৰি আছিল এনে কাম, আৰক্ষী কাষ চাপি আচৰিত

editor by editor
August 14, 2024
in বিবিধ, ভাৰত
0
ভিক্ষাৰী আছিল, যদিও মাটিত লাঠিৰে কৰি আছিল এনে কাম, আৰক্ষী কাষ চাপি আচৰিত
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিক্ষাৰী আছিল, যদিও মাটিত লাঠিৰে কৰি আছিল এনে কাম, আৰক্ষী কাষ চাপি আচৰিত

অন্য ভিক্ষাৰীৰ দৰেই আছিল, খুজি মাগি খাই থকা। পাছে মাজে মাজে এটা দুটা শব্দ মুখেৰে কয়। ঘুৰি ফুৰি গৈ পায় এখন নতুন ঠাই। যাৰ বাবে সাধাৰণ ৰাইজে কিছু সন্দেহ কৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ভালদৰে সোধ পোচ কৰোতে ওলাই পৰে তিনিবছৰে সন্ধানহীন অমিতৰ পৰিচয়।

পশ্চিমবংগৰ ২৪ পৰগনা জিলাৰ পেট্ৰাপোল বজাৰত মলিয়ন কাপোৰ পিন্ধা এজন লোক থিয় হৈ আছিল। হাতত লাঠি এডাল লৈ গছ এজোপাৰ তলত বহি লৈ মাটিত গণিতৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি আছিল। কিছুমান মানুহে ভিক্ষাৰীৰ ৰূপত অংক কৰি থকা দেখি ওচৰলৈ গৈ কথা সুধিবলৈ চেষ্টা কৰে।

কিন্তু কোনো উত্তৰ নিদিয়াত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে জেৰা কৰাত মানুহজনে ‘মোক অকলে এৰি যা’ বুলিহে উত্তৰ দিয়ে। আৰক্ষীয়ে মৰমেৰে মানুহজনক সোধপোচ কৰোতে পিছত পোহৰলৈ আহে যে ভিক্ষাৰী যেন লগা মানুহজন হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ ঝাৰৱান খিৰৱানীয়া গাঁৱৰ অমিত কুমাৰ প্ৰসাদ। এটা সময়ত গণিতৰ শিক্ষক হিচাপে কাম কৰিছিল অমিতে।

পেট্ৰাপল আৰক্ষীয়ে স্থানীয় হাম ৰেডিঅ’ ক্লাবৰ সদস্যসকলৰ জৰিয়তে তেওঁৰ ঘৰৰ ঠিকনা বিচাৰি উলিয়াই তেওঁৰ পৰিয়ালক এই কথা অৱগত কৰে। উত্তৰ প্ৰদেশত থকা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ হোৱতা জানিব পাৰে বিগত ৩ বছৰে ধৰি সন্ধানহীন হৈ আছিল অমিত।

অমিতৰ সন্ধান পোৱাৰ লগে লগে পৰিয়ালৰ লোকে খৰখেদাকৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা পশ্চিমবংগৰ পেট্ৰাপোল আহি পুত্ৰক লগ কৰে। ৩ বছৰৰ মূৰকত পুত্ৰক দেখা পাই আনন্দত আত্মহাৰা হৈ পৰে পৰিয়াল।

অমিতৰ পিতৃৰ পৰা আৰক্ষীয়ে জানিব পাৰে যে, অমিত এগৰাকী ভাল গণিতৰ শিক্ষক আছিল। নাম থকা শিক্ষক আছিল। বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰি ২৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীক বিনামূল্যে গণিত পঢ়াইছিল। ২০১১ চনত বিবাহো পাতিছিল অমিতে। পাছে ২০১৪ চনৰ পৰা লাহে লাহে মানসিক ভাৰসাম্য হেৰুৱালৈ ধৰে অমিতে।

শেষত ২০১৭ চনত ঘৰৰ পৰা হঠাতে নিৰুদ্দেশ হৈ পৰে অমিত। বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান নাছিল অমিতৰ। তিনি মাহত অন্তত এদিন হঠাতে নিজেই ঘৰ আহি ওলাইছিল। বহু চিকিৎসাও কৰা হৈছিল অমিতৰ। কিন্তু কোনো কাম নিদিয়ে। ২০২১ চনত পুনৰ সন্ধানহীন হৈ পৰে অমিত। পাছে সেই সন্ধানহীন হোৱাই এতিয়াহে ৩ বছৰৰ মূৰকত অন্য ৰাজ্যত সন্ধান ওলাই এসময়ৰ গণিতৰ ভাল শিক্ষক অমিত কুমাৰ প্ৰসাদৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Man MissingMath Teachermissing
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

লালকিল্লালৈ প্ৰধানমন্ত্ৰী মোদী, উপস্থিত অলিম্পিকৰ পদকজয়ীসকলো, স্বাধীন ভাৰতৰ বাসিন্দাৰ উদ্দেশ্যে ক্ষন্তেক পাছতেই প্ৰধানমন্ত্ৰীৰ ভাষণ

লালকিল্লালৈ প্ৰধানমন্ত্ৰী মোদী, উপস্থিত অলিম্পিকৰ পদকজয়ীসকলো, স্বাধীন ভাৰতৰ বাসিন্দাৰ উদ্দেশ্যে ক্ষন্তেক পাছতেই প্ৰধানমন্ত্ৰীৰ ভাষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.